ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে দল ঘোষণা; দললৈ প্ৰত্যাৱৰ্তন কেইবাগৰাকীও তাৰকা খেলুৱৈৰ

২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাটো অনুষ্ঠিত হ’ব ভাৰতত। শৃংখলাৰ প্ৰথমখন মেচ মোহলীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ২৪ ছেপ্টেম্বৰত

মাত্ৰ ১০০ টকাত বিক্ৰী ৬.৬ কোটি টকা মূল্যৰ ফ্লেট; কাৰণ জানি হ’ব আচৰিত

পৃথিৱীৰ বহু লোকৰ বাবে ঘৰ কিনাৰ সপোন মাথোঁ সপোন হৈয়েই থাকে। কেৱল ভাৰততে নহয়, বিশ্বৰ চুকে-কোণে আকাশলংঘী হৈছে সম্পত্তিৰ মূল্য। কিন্তু এই খবৰটো পঢ়ি আপুনি হ’ব আচৰিত। ব্ৰিটেইনত কোটি কোটি টকা মূল্যৰ ফ্লেট বিক্ৰী হৈছে মাত্ৰ ১০০ টকাত। এই

ডাইমণ্ড লীগৰ ফাইনেলত থমকিল গতি, দ্বিতীয় স্থানতে সন্তুষ্ট নীৰজ চোপ্ৰা ISHAN NEWS

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই আমেৰিকাত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগৰ ফাইনেলত খিতাপ দখলত ব্যৰ্থ হয়। ৮৩.৮০ মিটাৰ স্বাভাৱিক প্ৰদৰ্শনেৰে দ্বিতীয় স্থানতে সন্তুষ্ট

ভয়ংকৰঃ মাজ আকাশৰ পৰা ভাঙি পৰিল যাত্ৰীবাহী বিমান; প্ৰাণ গ’ল ১৪জন লোকৰ

ব্ৰাজিলৰ আমাজনত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ব্ৰাজিল চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে।ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত্যু হোৱাসকলৰ

জন্মদিনত দেশবাসীলৈ প্রধানমন্ত্রী মোডীৰ বিশাল উপহাৰ ‘যশোভূমি’

কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন । জন্মদিনৰ দিনটোত প্রধানমন্ত্রী মোডীয়ে দেশবসীলৈ আগবঢ়াব এটা ডাঙৰ উপহাৰ । প্রধানমন্ত্রী মোডীয়ে দেশবাসীলৈ জনমদিনৰ উপহাৰ হিচাপে আগবঢ়াব ‘যশোভূমি’ যশোভূমি হৈছে এছিয়াৰ

মুখ্যমন্ত্রীয়ে ব্যক্তিগত তিনিটা একাউণ্ট খালি কৰি ৫১ লাখ টকা দিলে নিজ ৰাজ্যৰ উন্নয়নৰ বাবে ।

এগৰাকী মানুহক জীৱন কালত কিমান ধন সম্পত্তিৰ প্রয়োজন ? কিমান ধন সম্পত্তি হ’লে এজন ব্যক্তি সুখী হব পাৰে ? কিছু সংখ্যক ব্যক্তিয়ে এই ক্ষেত্রত হাতে কামে দাঙি ধৰিছে উদাহৰণ ।শেহতীয়াকৈ জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি

বিৰোধী মিত্ৰজোঁটক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ৰাহুল গান্ধীলৈ বিশেষ আহ্বান

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক চোকা ভাষাৰে সমালোচনা কৰিছে। ডি এম কে নেতা উদয়ানিধি ষ্টেলিন, এ ৰাজা আৰু কে পনমুডীয়ে সনাতন ধৰ্ম সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিছতো তেওঁলোকৰ দলটোক মিত্ৰজোঁটৰ পৰা

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি ওলাল মছজিদৰ ইমাম।

📌এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি ওলাল মছজিদৰ ইমাম।📌ৰাজ্যৰ ভিতৰতে 'বেয়া অঞ্চল'ৰ নামৰ ইমানতে অন্ত।📌নচলিব নকল টকা,সোণৰ বেহা।📌আৰক্ষীৰ সহযোগত সদলবলে ওলাই আহিল জনতা।

এছিয়া কাপঃ ফাইনেলৰ পূৰ্বে বাহিৰ হ’ল এগৰাকী তাৰকা ক্ৰিকেটাৰ

১৭ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপৰ চূড়ান্ত মেচখন। এছিয়াৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে মুখামুখি হ’ব প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দুই দল ভাৰত আৰু শ্ৰীলংকা। কিন্তু চূড়ান্ত মেচখনৰ

শ্বহীদৰ প্ৰত্যুত্তৰ; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ISHAN NEWS…

জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ উৰিত নিৰাপত্তাৰক্ষীৰ গুলীত তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াযোগে জনোৱা অনুসৰি সেনা আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত সন্ত্ৰাসবাদী তিনিজন নিহত হয়।