ISHAN NEWS – Always One Step Ahead of Time…

চৰকাৰে দিলেও,নিলেও।

https://fb.watch/n56D_WTn5Y/ ৰাইজৰ মাটি, চৰকাৰৰ প্ৰতিশ্ৰুতি। আশা পালি থকা ৰাইজৰ চকুৰ সন্মুখৰ পৰাই উঠাই নিলে পলিটেকনিক নিৰ্মাণৰ সামগ্ৰী। ৰাজহুৱা নামঘৰৰ ৬০ বিঘা মাটি দান কৰি ঠগ খালে ৰাইজে।

মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ লুৰীণৰ ! অনিয়মেৰে চাকৰি লাভ কৰা পাঁচগৰাকী প্ৰাৰ্থীৰ তথ্য দাখিল…

স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ হাজাৰ-হাজাৰ নিবনুৱা যুৱক-যুৱতীক বিভিন্ন বিভাগত সংস্থাপন দিয়া বুলি ৰাজ্য চৰকাৰে কৰা দাবীক মিথ্যাচাৰ আখ্যা দি অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত

নিপা ভাইৰাছৰ সংহাৰ ! ২৫ ছেপ্তেম্বৰলৈকে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা ISHAN NEWS…

কেৰালাত নিপা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক এসপ্তাহলৈ অৰ্থাত ২৪ ছেপ্তেম্বৰলৈকে ৰাজ্যখনৰ কোঝিকোড় জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দেশনা অনুসৰি অহা এসপ্তাহলৈ সকলো বিদ্যালয়, পেছাদাৰী

ডিজেলচালিত গাড়ীৰ গৰাকীয়ে সহিব লাগিব অত্যাধিক কৰৰ বোজা। কি প্ৰভাৱ পৰিব আপোনাৰ ওপৰত

কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজেলচালিত ইঞ্জিনৰ বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰম্ভণিতে, তেওঁ প্ৰদূষণ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ডিজেল বাহনৰ ওপৰত ১০শতাংশ

এলিয়েনক লৈ আলোড়ন । মেক্সিকোত “ভিন্ন গ্ৰহৰ প্রাণীৰ মৃতদেহ”? হাতত তিনিটা আঙুলি, পেটত কণী !

মেক্সিকোৰ সংসদত এলিয়েনৰ দুটা মৃতদেহ প্ৰদৰ্শনৰ পোনপটীয়া সম্প্ৰচাৰে আলোড়নৰ সৃষ্টি কৰিছিল। বিভিন্ন মেক্সিকান সংবাদ মাধ্যমই দাবী কৰিছে বিশ্বত ।মেক্সিকোৰ সংসদত প্ৰদৰ্শন কৰা এলিয়েনৰ মৃতদেহৰ হাতত আছে দুটা তিনিটা আঙুলি । মেক্সিকোৰ সংসদত প্রদৰ্শন