ISHAN NEWS – Always One Step Ahead of Time…

বিশাল-চুমী-দীপাংকৰেই নহয়, ১০০ কোটিৰ প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ আন এজনো

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ১০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী কৰি দিল্লীত গ্ৰেপ্তাৰ হ’ল ফাং চেনজিন । ৪৩.৫ লাখ টকা বিনিয়োগ কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় চীনৰ নাগৰিকগৰাকীক । দিল্লীৰ উপ-আৰক্ষী

৯০ মিনিট স্তব্ধ হৈ থাকিল হৃদপিণ্ড, তাৰ পিছত…

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰঃ প্ৰায় ডেৰঘণ্টা স্তব্ধ হৈ পৰিছিল হৃদপিণ্ড । তাৰ পিছতো বিশেষজ্ঞ চিকিৎসকৰ দলে জীয়াই তুলিছে ভাৰতীয় সেনাৰ জোৱানগৰাকীক । এই সফলতা ওড়িশাৰ এইমছ ভূৱনেশ্বৰৰ । eCPRৰ জৰিয়তে এই সফলতা লাভ কৰি ওড়িশাৰ চিকিৎসা

অগ্নিত দগ্ধ হৈ বিদায় মাগিলে ১০টি সদ্যোজাতই, মৃত্যুৰে যুঁজিছে আন কেবাটিও কণমানিয়ে

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ  উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক ভয়ংকৰ শিহৰণকাৰী ঘটনা ৷ দাওদাওকৈ জ্বলি উঠিল এখন চিকি९সালয়ৰ এটা এন আই চি ইউৰ কোঠা ৷ এফালৰ পৰা জ্বলি গ’ল কোঠাটো ৷ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে চিকি९সালয়খনত  ৷ কান্দোনত

দোমোজাত শ শ পৰীক্ষাৰ্থী, পল্টন বজাৰ ৰে’লৱে ষ্টেছনত হাহাকাৰ

গুৱাহাটী, ১৪ নৱেম্বৰঃ  গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেছনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ৰে'লসেৱা বাতিলৰ পিছৰ পৰাই নিবনুৱাসকলৰ মাজত লাগিছে হাহাকাৰ ৷ উল্লেখ্য যে ১৫ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ'ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা ৷ ইতিমধ্যে

বেছি ধুনীয়া হ’বলৈ গৈ মৃত্যুক সাৱটিলে এইগৰাকী যুৱতীয়ে

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নিজকে বেছি ধুনীয়া কৰিবলৈ উঠি-পৰি লাগিছিল যুৱতীগৰাকী । তাৰ বাবে বুজন পৰিমাণৰ ঋণো লৈছিল যুৱতীগৰাকীয়ে । ইমানেই নিজৰ চেহেৰাটো সলনি কৰিবলৈ চেষ্টা কৰিছিল যে এদিনতে কৰিছিল ৬টা অস্ত্ৰোপচাৰ । কিন্তু তাৰ পিছতে নিজকে জীয়াই

ৰাস পালেহিয়েই, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্ৰস্তুতি

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ শৰতৰ শেৱালি সন্ধ্যাৰ মাজতে আহিল ৰাস মহো९সৱ ৷ উজনি-নামনিৰ প্ৰতিখন ৰাস মহো९সৱত এতিয়া উখল-মাখল পৰিৱেশ ৷ শ্ৰীকৃষ্ণৰ লীলাত মুগ্ধ হ'বলৈ সাজু সমূহ ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন ৰাসস্থলীতে এতিয়া পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷

এ টি এমত সহায় কৰাৰ চলেৰে কি কৰে আমিৰুল-ইঞ্জামূমূলে ?

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ ঠগ-প্ৰৱঞ্চকে পিতপিতাই ফুৰিছে আপোনাৰ চাৰিওফালে । প্ৰযুক্তি যিমানেই বৃদ্ধি পাইছে, সিমানেই কৌশল সলাইছে প্ৰৱঞ্চকে । সাৱধান নহ'লে যিকোনো মুহূৰ্তত পানীত পৰিব আপোনাৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন । গুৱাহাটী মহানগৰীৰ কথা

মহিলা নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য ! সাংসদৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ এক বিতৰ্কিত শব্দই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি । গোচৰ ৰুজু কৰা হৈছে শিৱসেনা(উদ্ধৱ থাকৰে)ৰ সাংসদৰ বিৰুদ্ধে । উল্লেখ্য যে শিৱসেনা পাৰ্টীয়ে শুকুৰবাৰে সাংসদ অৰবিন্দ সাৱন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নাগাপাদা থানাত

অক্টোবৰ মাহত সংগ্ৰহ ১.৮৭ লাখ কোটি টকা জি এছ টি

নিউজ ডেস্ক, ১ নৱেম্বৰ : ৮.৯ শতাংশ বৃদ্ধি পাই অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (GST collections) কৰা হ'ল ১.৮৭ লাখ কোটি টকা । এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰণালয়ে (Finance ministry)। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুঠ জি এছ টি

বাচি নাথাকিল কোঠাটোৰ এজনো, জীৱন্তে অগ্নিদগ্ধ চাৰিজন

নিউজ ডেস্ক, ২৬ অক্টোবৰঃ অগ্নিকাণ্ডত মৃত্যু হল একেটা ঘৰতে থকা চাৰিগৰাকী । হাৰিয়ানাৰ গুৰুগ্ৰামৰ সৰস্বতী এনক্লেভত সংঘটিত হৈছে এই ঘটনা । শনিবাৰে পুৱা প্ৰায় ১২:১৫ বজাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগেলগে আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হয় ।