আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনা !
আজি ED য়ে গ্ৰেপ্তাৰ কৰাৰৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ।যিহেতু দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত EDৰ চমনক তৃতীয়বাৰৰ বাবে আওকাণ কৰিছে কেজৰিৱালে । আপৰ কেইবাজনো নেতাৰ দাবী ইডিৰ দলে মুখ্যমন্ত্ৰী!-->…
বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটক কিয় দোষাৰোপ কনিষ্ঠ মল্লযুঁজাৰুৰ !
ভাৰতৰ মল্লযোদ্ধা সকলৰ মাজত চলি থকা সংকটে এইবাৰ নতুন ৰূপ ধাৰণ কৰিছে ।বুধবাৰে দেশৰ শতাধিক কনিষ্ঠ মল্লযুঁজাৰুৱে কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ বছৰ হেৰুৱাৰ প্ৰতিবাদত যন্তৰ মন্তৰত সমবেত হয় । ইয়াৰ বাবে দেশৰ শীৰ্ষ মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী!-->…
শান্তিৰ নোবেল বঁটা বিজয়ীক কাৰাদণ্ডৰ শাস্তি প্ৰদান আদালতৰ
সোমবাৰে (১ জানুৱাৰি) ঢাকাৰ এখন শ্ৰম আদালতে শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছত আদালতে তেওঁক ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ২৬০ ডলাৰৰ জৰিমনাও বিহে।
!-->!-->!-->…
মহম্মদ ছিৰাজৰ বলিং ধুমুহাত তচ-নচ দক্ষিণ আফ্ৰিকা; মাত্ৰ ৫৫ ৰানতে অলআউট
মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙত তচ-নচ দক্ষিণ আফ্ৰিকাৰ বেটিং লাইনআপ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰত অলআউট হোৱাৰ লজ্জাজনক অভিলেখৰ গৰাকী হ’ল দক্ষিণ আফ্ৰিকা।
ভাৰতৰ বিৰুদ্ধে ঘৰৰ মাটিত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয় তথা!-->!-->!-->…
১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে গাড়ী চলালে জেললৈ যাব লাগিব পিতৃ-মাতৃ!
১৮ বছৰৰ তলৰ লৰা-ছোৱালীয়ে চলাব নোৱাৰিব কোনো বাহন। কিশোৰ-কিশোৰীয়ে বাহন চলালে জেললৈ যাব লাগিব অভিভাৱক তথা পিতৃ-মাতৃ। নিজৰ ১৮ বছৰৰ তলৰ সন্তানৰ হাতত বাইক বা স্কুটীৰ চাবি তুলি দিয়াৰ পূৰ্বে ১০ বাৰ ভাবক অভিভাৱকসকলে। নৱবৰ্ষৰ আৰম্ভণিতে ১৮ বছৰৰ!-->…
মহুৱা মৈত্ৰৰ আবেদনঃ উচ্চতম ন্যায়ালয়ত শুনানি
তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত লোকসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ দাবী জনায় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।বুধবাৰে উচচতম ন্যায়ালয়ে উৎকোচৰ গোচৰত মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা গোচৰ সন্দৰ্ভত!-->…
কেনে আয়োজন আমিৰ কন্যা ইৰাৰ বিবাহৰ? কাৰ সৈতে আহিল আমিৰৰ প্ৰাক্তন পত্নী কিৰণ?
জীৱনৰ এক নতুন অধ্যায় আৰম্ভ আমিৰ খানৰ কন্যা ইৰা খানৰ। ফিটনেছ প্ৰশিক্ষক নুপূৰ শিখৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব ইৰা খান। মুম্বাইৰ বান্দ্ৰাৰ তাজ লেণ্ডছ এণ্ড হোটেলত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব বিবাহ অনুষ্ঠান।
দম্পতীটোৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান!-->!-->!-->…
লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! নাগৰিকত্ব লাভৰ বাবে মোৱাইলতে কৰিব পাৰিব আৱেদন!
অথলে গল প্ৰতিবাদ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! আইন প্ৰণয়ণৰ ৪ বছৰৰ অন্তত CAA কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে। বাতৰি অনুসৰি, নাম প্ৰকাশত!-->…
আদানিক সকাহ উচ্চতম ন্যায়ালয়ৰ! হিণ্ডেনবাৰ্গ গোচৰৰ বাবে গঠন কৰা নহয় SIT
আদানি-হিণ্ডেনবাৰ্গ গোচৰত আদানি গ্ৰুপে লাভ কৰিছে কিছু সকাহ। বুধবাৰে এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰটো ছেবিৰ পৰা এছ আই টিলৈ হস্তান্তৰ কৰাৰ কোনো ভিত্তি নাই।
অৱশ্যে এই গোচৰৰ সৈতে জড়িত বাকী গোচৰসমূহ তিনি মাহৰ ভিতৰত!-->!-->!-->…
কাৰ ভুলৰ বাবে দেৰগাঁৱৰ বালিজানত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বনভোজ খাবলৈ গৈ নিঃশেষ হৈ গল দুটা পৰিয়াল। দেৰগাঁৱৰ বালিজানত আজি পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত বনভোজ খাবলৈ যোৱা এটা দলৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হয় আৰু ইয়াৰে কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক!-->…