ISHAN NEWS – Always One Step Ahead of Time…

দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ PM মোদীৰ দুখপ্ৰকাশ।মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আহতলৈ ৫০হাজাৰ টকা ঘোষণা

দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। সামাজিক মাধ্যম Xৰ এটি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে

পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে

৫ আৰু ৬ জানুৱাৰীত অসমত চকা বন্ধ

ট্ৰাক চালক সন্থাই দেশজুৰি হিট এণ্ড ৰাণ আইনৰ বিৰোধিতা কৰি সোমবাৰৰ পৰা আৰম্ভ কৰা তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে ।অসমৰো বিভিন্ন স্থানত মটৰ শ্ৰমিক সংস্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । অহা ৫ আৰু ৬

চৰকাৰী নীতিৰ বাবে কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধিঃ জয়শংকৰ

কানাডা চৰকাৰৰ নীতিৰ  বাবেই কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। মঙলবাৰে অৰ্থাত আজি এই অভিযোগ উত্থাপন কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ, জয়শংকৰে। কানাডাৰ ৰাজনীতিক জগৰীয়া কৰি মন্ত্ৰী এছ, জয়শংকৰে কানাডাত দেশখনৰ

ৰাণৱেত জ্বলি উঠিল বিমান, কথমপি প্ৰাণৰক্ষা ৩৭৯ গৰাকী যাত্ৰীৰ

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৩৭৯ গৰাকী যাত্ৰী। জাপানৰ ৰাজধানী টকিঅৰ হনেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা। লেণ্ডিঙৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা। ইয়াৰ পাছতেই দপদপাই জ্বলি উঠিল এখন বিমান। এই ঘটনাৰ পাছতেই বিমানবন্দৰত সৃষ্টি হয় আতংকময়

শিল্পী অৰুণ যোগীৰাজৰ ‘ৰামলালা’ৰ মূৰ্তি ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ বাবে চূড়ান্ত

কৰ্ণাটকৰ প্ৰখ্যাত ৩৭ বছৰীয়া ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ৫১ ইঞ্চিৰ ‘ৰামলালা’ৰ মূৰ্তি অযোধ্যাত নিৰ্মান কৰা ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব।অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ‘ৰামলালা’ৰ মূৰ্তিটো অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ

অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ।

অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ। দক্ষিণ কোৰিয়াৰ বুচান চহৰত বিৰোধী নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰিকাঘাত। ডেম'ক্ৰেটিক পাৰ্টিৰ মুৰব্বী লী জে-মিয়ুঙে বিমানবন্দৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদমেলৰ

১৮ ঘণ্টাত ১৫৫ টা ভূমিকম্প!  নিহত ১৩, অন্ধকাৰত ডুবিছে ৩৩ হাজাৰ পৰিয়াল

নৱবৰ্ষৰ আৰম্ভণিতে জাপানত হোৱা ভূমিকম্পত এতিয়ালৈ ১৩ জন লোকৰ মৃত্যু হৈছে। ১৮ ঘণ্টাত ১৫৫ টা আফটাৰশ্বক অনুভূত হয় দেশখনত। ইয়াৰ ভিতৰত কেইবাটাও ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬ প্ৰাবল্য আৰু ৬ প্ৰাবল্যতকৈ অধিক। মাত্ৰ দুঘণ্টাৰ ভিতৰত ৪০ টাতকৈও

নৱবৰ্ষৰ প্ৰথম দিনটোতেই জ্বলিল মণিপুৰ!

নৱবৰ্ষৰ প্ৰথম দিনটোতেই পুনৰ উত্তপ্ত মণিপুৰ। ১ জানুৱাৰীৰ নিশা ৪ জন লোকক গুলীয়াই হত্যা। দুৰ্বৃত্তৰ গুলীত আহত অন্য ৫ জন লোক। থৌবাল জিলাত এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ পাছতেই উত্তেজিত লোকে জ্বলালে কেইবাখনো যান-বাহন।ইয়াৰ পাছতেই মণিপুৰৰ ৫ খন

নতুন বছৰত ইউপিআই পেমেণ্টলৈ পৰিৱৰ্তন ! আহিব ইউ পি আই এ টি এম । ISHAN NEWS

বৰ্তমান বিভিন্ন ডিজিটেল পেমেণ্ট পদ্ধতিৰ ভিতৰত ইউপিআই আটাইতকৈ জনপ্ৰিয়। ফোনৰ পৰা ইউ পি আই ক’ড স্কেন কৰি বিভিন্নজনলৈ টকা পঠিওৱা প্ৰক্ৰিয়াটো অতিকৈ সহজ। ইউপিআই পেমেণ্ট সহজ যদিও এই ক্ষেত্ৰত প্ৰৱঞ্চনাৰ সম্ভাৱনাও অধিক। ভাৰতীয়