ISHAN NEWS – Always One Step Ahead of Time…
Browsing Tag

altocar

মুখ্যমন্ত্রীয়ে ব্যক্তিগত তিনিটা একাউণ্ট খালি কৰি ৫১ লাখ টকা দিলে নিজ ৰাজ্যৰ উন্নয়নৰ বাবে ।

এগৰাকী মানুহক জীৱন কালত কিমান ধন সম্পত্তিৰ প্রয়োজন ? কিমান ধন সম্পত্তি হ’লে এজন ব্যক্তি সুখী হব পাৰে ? কিছু সংখ্যক ব্যক্তিয়ে এই ক্ষেত্রত হাতে কামে দাঙি ধৰিছে উদাহৰণ ।শেহতীয়াকৈ জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি