ভাৰতলৈ আহি কি কি খালে ৰাষ্ট্ৰনেতা সকলে? কঁঠালৰ ভাজিৰ পৰা কাঠফুলালৈ চাওঁক খাদ্য সম্ভাৰৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বৰ নেতা , প্ৰতিনিধিসকলৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে। বিদেশী নেতা আৰু প্ৰতিনিধিৰ উপৰিও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট আৰু ৰাজ্যিক!-->…