ISHAN NEWS – Always One Step Ahead of Time…

টিউচনৰ পৰা উভতাৰ পথত ৰে’লৰ খুন্দাত মৃত্যু দশম শ্ৰেণীৰ দুই ছাত্ৰীৰ

মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। নতুন ৰে’লৱে ট্ৰেকৰ টেষ্টিঙৰ বাবে চলোৱা ৰে’লৰ খুন্দাত দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু ঘটে। বৃহস্পতিবাৰে সন্ধিয়া দুয়োগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত এই কৰুণ

 আজি আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি । ishan news…

আজি নতুন দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত হব বহু প্ৰত্যাশিত আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি।দিল্লীৰ নৰ্থ ব্ল’কত শুকুৰবাৰে বিয়লি ৫ এই চুক্তি সম্পাদিত হ’ব শান্তি চুক্তি। উল্লেখযোগ্য যে , শান্তি চুক্তিৰ পূৰ্বে আলফা

চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ভাৰতৰ বৃহৎ প্ৰকল্প। ishan news…

শেহতীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতে অব্যাহত ৰাখিছে ধাৰাবাহিক সফলতা । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ হাতত লৈছে আন এক বৃহৎ প্ৰকল্প । যিটো প্ৰকল্পৰ জৰিয়তে ভাৰতে উপগ্ৰহৰ সহায়ত চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে অহা পাঁচ বছৰত ৫০টা উপগ্ৰহ

ক্ৰিকেটৰ পিছত ৰাজনীতিৰ পথাৰত প্ৰৱেশ ঘটিল আম্বাতি ৰায়ডুৰ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৱে ভৰি দিলে ৰাজনীতিৰ পথাৰত। অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল ক্ৰিকেটাৰগৰাকীৰ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে জগন মোহন ৰেড্ডীৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। ৱাই এছ আৰ চি পি দলৰ অধ্যক্ষ জগন

কাইলৈ কেন্দ্ৰৰে হ’ব আলফাৰ বহুপ্ৰত্যাশিত শান্তি চুক্তি

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত কাইলৈ অৰ্থাত ২৯ ডিচেম্বৰত আলফাৰে স্বাক্ষৰ হ’ব বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ

ভাৰতৰ হেচাত কাটাৰত নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস

কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ৮গৰাকী প্ৰাক্তন ভাৰতীয় নৌসেনাৰ জোৱানে লাভ কৰিছে বৃহৎ সকাহ। বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ শাস্তিত স্থগিতাদেশ জাৰি কৰিছে। বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কাটাৰৰ আদালতৰ কাষ

ভাইৰেল ভিডিঅ’ক লৈ অভিনেতা ৰণবীৰ কাপুৰৰ বিৰুদ্ধে এজাহাৰ

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে বুধবাৰে মুম্বাইৰ এখন থানাত দাখিল কৰা হৈছে এজাহাৰ। তেওঁলোকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত হনাৰ অভিযোগ। সঞ্জয় তিৱাৰী নামৰ এজন লোকে তেওঁৰ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ

কেনে হ’ব ২০২৪ বৰ্ষটো? পুটিনৰ হত্যাৰ প্ৰচেষ্টাৰ পৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে… বাবা…

নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন। কেনে হব ২০২৪ বৰ্ষটো? ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত হত্যাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে কেইবাটাও ভৱিষ্যতবাণী কৰি থৈ গৈছে বাবা ভাংগাই। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী মতে,