ISHAN NEWS – Always One Step Ahead of Time…

বোকাখাতত অনুষ্ঠিত হ’ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪ ISHAN NEWS…

৯ আৰু ১০ জানুৱাৰীত বোকাখাতত অনুষ্ঠিত হ'ব কাজিৰঙা পক্ষী সংৰক্ষণ উৎসৱ-২০২৪। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত ৯ জানুৱাৰীৰ বিয়লি এই পক্ষী সংৰক্ষণ উৎসৱ আৰু জলচৰ পক্ষী গণনাৰ শুভাৰম্ভ কৰিব বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।

শোকসভা এটি সোণালী বান্দৰৰ বাবে… প্ৰকৃততে কি হৈছিল?

বঙাইগাঁও জিলাৰ কাকৈজানৰ ৰাজপথত শোকসভা ৷ এই শোকসভা কোনো বিখ্যাত ব্যক্তিৰ মৃত্যুৰ বাবে নহয় ৷ এই শোকসভা এটি সোণালী বান্দৰৰ বাবেহে। এটা সোণালী বান্দৰৰ কৰুণ মৃত্যুৰ বাবে ৰাজপথত শোকসভা অনুষ্ঠিত কৰা হয় । য'ত অংশ লৈছে বনবিষয়া, আৰক্ষী

ভয়ংকৰ দুৰ্ঘটনা; দুটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক । ISHAN NEWS…

দেওবাৰে সন্ধিয়া তেলংগানাৰ নাৰায়ণপেট জিলাৰ মখতাল মণ্ডলৰ জাকলেৰ গাঁৱৰ সমীপত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি নিহতসকলৰ ভিতৰত আছে

ৰুম হিটাৰে শেষ কৰিলে এটা পৰিয়াল; দুমহীয়া শিশুসহ তিনিজনৰ কৰুণ মৃত্যু। ISHAN NEWS…

হাড় কঁপোৱা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে শোৱনি কোঠাত ব্যৱহাৰ কৰে হিটাৰ। কিন্তু বহু সময়ত এই হিটাৰ দুৰ্ঘটনাৰো কাৰণ হৈ পৰে। হিটাৰৰ বাবে ৰাজস্থানৰ আলৱাৰত স্বামী-স্ত্ৰী আৰু দুমহীয়া কন্যাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে। শুই থকা অৱস্থাত