ISHAN NEWS – Always One Step Ahead of Time…

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত ‘সম্পূৰ্ণতা অভিযান’

বাক্সা জিলা প্ৰশাসনে আজি জিলা সদৰ মুছলপুৰত 'সম্পূৰ্ণতা অভিযান'ৰ শুভাৰম্ভণি কৰে। দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত বাক্সা জিলাওঁ অন্যতম। সেয়েহে বাক্সাতো আৰম্ভ কৰা হৈছে এই অভিযান । অহা ৩০ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই সম্পূৰ্ণতা

এচামৰ পৰা ফুৰিবলৈ ও শান্তি নাই অসমৰ এগৰাকী বিধায়কৰ! ISHAN NEWS

https://fb.watch/t8PC_mpV8_ ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি। বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বেদনাদায়ক ঘটনা। আনহাতে বানপানীৰ আওতা লৈ ৰাজনীতিৰ পথাৰতো শাসক, বিৰোধীৰ মাজত চলিছে সমালোচনাৰ ফেৰ। তাৰ মাজতে ছ'চিয়েল মিডিয়াত চৰ্চাত আহিল বিধায়ক

ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ। বানত এতিয়াও ককবকাই আছে বহুতো অঞ্চল

ৰাজ্যত প্ৰচণ্ড বৰষুণ, প্লাবিত হৈ পৰিছে কেইবাখনো জিলা। এফালে ধাৰাসাৰ বৰষুণ আনফালে ব্রহ্মপুত্র আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যাই দেখা দিছে, ভাঙিছে এটাৰ পিছত আন এটা মথাউৰি । বিভিন্ন ঠাইত হোৱা খহনীয়াই ভাবুকিৰ সৃষ্টি

বিশ্বকাপ বিজয়ী দলে কিমান পৰিমাণৰ লাভ কৰিব ধন? জানক সবিশেষ

আজি অৰ্থাৎ ২৯ জুনত বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ৰ চূড়ান্ত খেলখন। ফাইনেল মেচখনৰ পূৰ্বে অনুৰাগীৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধন কিমান। বা চেম্পিয়ন বা ৰানাৰ্ছ আপ দলে

শ্বেফালী বাৰ্মাৰ বিশ্ব অভিলেখ; মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম দিনটোতে কেইবাটাও ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাইত

২৯ জুনত AAP-এ দেশজুৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ 

আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৯ জুন অৰ্থা শনিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব। দলটোৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা

সকাহ! ৫ মাহৰ মূৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰংগন মুখাৰ্জীয়ে শুকুৰবাৰে ভূমি কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হেমন্ত চোৰেনৰ জামিন মঞ্জুৰ কৰে। ২০২৪ চনৰ ৩১ জানুৱাৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; বাছ চালকৰ টোপনিৰ বাবেই ১৩ জনে হেৰুৱালে প্ৰাণ

কৰ্ণাটকৰ হাভেৰি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িওৱা এখন মিনি বাছে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন লৰিক খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে মৃত্যুক সাৱটি লোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। জিলাখনৰ ব্যাদাগীৰ ৪৮ নং

ধাৰাসাৰ বৰষুণৰ মাজতেই খহি পৰিল বিমানবন্দৰৰ চাদ; ৩ জনৰ মৃত্যু, কেইবাজনো আহত

দিল্লীৰ বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে হঠাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰে। এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

প্ৰচণ্ড গৰমে দহিছে পাকিস্তান; বিগত ৬ দিনত ৫৬৮ গৰাকীৰ মৃত্যু!

কেৱল ভাৰততে নহয়, চুবুৰীয়া দেশ পাকিস্তানতো গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি এনেকুৱা যে অত্যন্ত গৰমৰ বাবে দেশখনৰ বহু লোকে প্ৰাণ হেৰুৱাইছে। পাকিস্তানৰ কৰাচী চহৰৰ এম্বুলেন্স চালকসকলে জনোৱা অনুসৰি বিগত ৬ দিনত তেওঁলোকে প্ৰায় ৫৬৮টা