ISHAN NEWS – Always One Step Ahead of Time…

‘কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ শিৰ। লাগিলে ৩০০ খন যুদ্ধ কৰিম, কাশ্মীৰ লৈহে এৰিম।‘ ভাৰতৰ যুদ্ধৰ ভাবুকি…

কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাক লৈ সমালোচনা কৰিবলৈ গৈ একপ্ৰকাৰ যেন ভাৰতৰ যুদ্ধৰ ভাবুকি দিলে পাকিস্তানে। কাশ্মীৰৰ বাবে প্ৰয়োজন হ’লে ৩০০ খন যুদ্ধত অৱতীৰ্ণ হ’ম বুলি মন্তব্য কৰিছে পাকিস্তানৰ তত্বাৱধায়ক প্ৰধানমন্ত্ৰী

হামাছক নিঃশেষ কৰিবলৈ গৈ ভুল কৰিলে ইজৰাইলে! নিজ দেশৰ নাগৰিকৰে ল’লে প্ৰাণ। ishan news…

হামাছক নিঃশেষ কৰিবলৈ গৈ ভয়ংকৰ ভুল কৰিলে ইজৰাইলে! বঙহৰ তেজেৰে ৰাঙলী হ’ল ইজৰাইলৰ হাত! নিজৰেই দেশৰ ৩ নাগৰিকক হত্যা কৰিলে ইজৰাইলী সেনাই। গাজাৰ শেজায়াত ৩ পণবন্দী যুৱকক ভুলবশতঃ গুলীয়াই ইজৰাইলী সেনাই হত্যা কৰে। নিহত ৩ পণবন্দীৰ ভিতৰত দুজনক

দেশৰ সৰ্ববৃহৎ মছজিদ নিৰ্মাণ হ’ব অযোধ্যাত। তাজমহলতকৈ ধুনীয়া হ’ব মছজিদটো। ishan…

শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাতে নিৰ্মাণ হ’ব দেশৰ ভিতৰত সৰ্ববৃহত্ মছজিদটো। ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এই মছজিদটোৰ আধাৰশিলা স্থাপন কৰিব মক্কাৰ ইমামে। বিশ্বৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম তাজমহলতকৈ ধুনীয়া হ’ব

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন ছাত্ৰৰ কৰুণ মৃত্যু

গুৱাহাটীৰ সমীপৱৰ্তী যোৰাবাটৰ উৰণীয়া সেঁতুৰ ওপৰত আজি বিয়লি সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা তিনিজন ছাত্ৰৰ দুজনৰ মৃত্যু ঘটিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সোণাপুৰৰ কামাৰকুছিস্থিত ডন বস্কো বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰৰ

বৃহৎ সিদ্ধান্ত; ৰোহিত শৰ্মাৰ ঠাইত মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বত এইগৰাকী ক্ৰিকেটাৰ

আই পি এলৰ নিলামৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে কৰিছে এক ডাঙৰ ঘোষণা। ক্ৰিকেট অনুৰাগীক হতচকিত কৰি আগন্তুক ছিজনৰ বাবে দলটোৱে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছে। ১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব পালন

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী বিধান পৰিষদৰ সদস্যই 

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত সংঘটিত পথ দুৰ্ঘটনাত বিধান পৰিষদৰ সদস্য (এম এল চি) শ্বেইখ সবজীৰ মৃত্যু ঘটিছে। ইফালে দুৰ্ঘটনাটোত বাহনখনৰ চালক, তেওঁৰ ব্যক্তিগত সহায়ক আৰু নিৰাপত্তাত নিয়োজিত দেহৰক্ষীগৰাকী আহত হয়। ইউনাইটেড

এখন ঐতিহাসিক টেষ্ট মেচ য’ত, ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি নাই

আজি ভাৰতৰ মাটিত ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ ৯০ সংখ্যক বাৰ্ষিকী।১৯৩৩ চনৰ ১৫ ডিচেম্বৰত ঐতিহাসিক বম্বে জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট মেচত ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি দিয়া হোৱা নাছিল।পাটিয়ালাৰ মহাৰজাই

দলৰ সাধাৰণ কৰ্মীৰ পৰা মুখ্যমন্ত্রীলৈ উত্তৰণ ভজনলাল শৰ্মাৰ

৫৬ সংখ্যক জন্মদিনৰ দিনটোতে ৰাজস্থানৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ভজন লাল শৰ্মাই । ৰাজস্থানৰ ৰাজনীতিত বিজেপি দলৰ এগৰাকী সাধাৰণ কৰ্মীৰ পৰা মুখ্যমন্ত্রীলৈ উত্তৰণ ঘটে ভজনলাল শৰ্মাৰ ।আজিৰ পৰা তিনিটা দশকৰ আগতে ২৭ বছৰ বয়সত ভৰতপুৰ জিলাৰ এখন

Year Ender 2023 : চলিত বৰ্ষত টি-২০ত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱ ১০ গৰাকী বেটাৰ

বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বহু ক্ৰিকেটাৰৰ বাবে ২০২৩ বৰ্ষটো বিশেষ হৈ ৰ’ব। এই ক্ৰিকেটাৰৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱ। বিগত দুটা বছৰৰ তুলনাত চলিত বছৰটোত

আপুনি ‘ভাল খাদ্য’ নাখায় নেকি? দেশৰ ৭৪ শতাংশ লোকে খাবলৈ পোৱা নাই স্বাস্থ্যকৰ খাদ্য

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনে শেহতীয়াকৈ সকলোকে আচৰিত কৰিছে।এই প্ৰতিবেদনমতে, ২০২১ চনত ৭৪.১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ২০২০ বৰ্ষত এই পৰিসংখ্যা আছিল ৭৬.২ শতাংশ। চুবুৰীয়া