ISHAN NEWS – Always One Step Ahead of Time…

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ  ভজনলাল শৰ্মাৰ

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভজনলাল শৰ্মাই । জয়পুৰৰ এলবাৰ্ট হলত আয়োজন কৰা  শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে, পি নড্ডাৰ  লগতে বিজেপিৰ বহু

ধোনীলৈ বিশেষ সন্মান; এতিয়াৰ পৰা ভাৰতীয় খেলুৱৈয়ে পিন্ধিব নোৱাৰিব ৭ নম্বৰ জাৰ্চি

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে ৭ নম্বৰ জাৰ্চিক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাত এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্ধ নাথাকিব ৭ নম্বৰ জাৰ্চি। বিচিচিআইৰ সিদ্ধান্ত

এতিয়াৰে পৰা ভিছা অবিহনে যাব পাৰিব ইৰাণলৈ

মালয়েছিয়াৰ পাছত ভাৰতীয়সকললৈ উপহাৰ ছিয়া মুছলিম দেশ ইৰাণৰ। এতিয়াৰে পৰা ইৰাণলৈ যাব বিচাৰিলে নালাগে ভিছা। ভাৰত আৰু ছৌদি আৰৱকে ধৰি ৩৩ খন দেশৰ নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰিলে ইৰাণে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে

পিতৃ শ্বাহৰুখ খানৰ বিষয়ে কন্যা সুহানাই দিয়া উত্তৰত হতবাক অমিতাভ বচ্চন

নতুনকৈ বলিউডত খোজ পেলোৱা শ্বাহৰুখ খানৰ কন্যা সুহানাই লাজত পেলালে কিং খানৰ পৰিয়ালক। বিগ বি অমিতাভ বচ্চনৰ এটা জনপ্ৰিয় শ্ব'ত পিতৃৰ বিষয়ে কৰা এটা প্ৰশ্নৰ উত্তৰ ভুলকৈ দি লাজত পৰিল সুহানা। প্ৰশ্নটো আছিল, শ্বাহৰুখ খানে এতিয়াও কোনটো সন্মান

নিৰাপত্তাৰক্ষীৰ সৈতে গুলীচালনাত নিহত দুই দুৰ্ধৰ্ষ মাওবাদী নেতা

মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন মাওবাদীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বিয়লি ছত্তীশগড়ৰ সীমান্তৰ সমীপত নক্সালবাদী আৰু চি-৬০ কমাণ্ডোৰ মাজত সংঘৰ্ষ হৈছিল। জিলা আৰক্ষী অধীক্ষক নীলোৎপলে কয় যে এতিয়ালৈকে দুজন মাওবাদীৰ

মহম্মদ জামালুদ্দিনে নিৰ্মাণ কৰা প্ৰতিমাৰে জিলিকিব ৰাম মন্দিৰ!

বহু অপেক্ষা আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত অৱশেষত সমাগত ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হব। যিমানেই দিন পাৰ হৈ গৈছে সিমানেই বাঢ়িছে ব্যস্ততা। ১৪ জানুৱাৰীৰ পৰা আয়োজন কৰা হব বিশেষ ধৰ্মীয় কাৰ্যসূচী। ৰাম মন্দিৰৰ প্ৰাণ

মহিলা ন্যায়াধীশৰ ইচ্ছা মৃত্যুৰ পত্র , তৎপৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা ন্যায়াধীশৰ ইচ্ছা মৃত্যু সম্পৰ্কীয় এখন পত্র সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি, ৱাই , চন্দ্ৰচূড়ে সমগ্ৰ বিষয়টো হস্তক্ষেপ কৰিছে । মুখ্য ন্যায়াধীশ গৰাকীয়ে এই সন্দৰ্ভত

মণিপুৰৰ হিংসাত্মক ঘটনাত নিহত ১৭৫ জনৰ ভিতৰত ৬৪ জনৰ মৃতদেহ ছমজালে পৰিয়ালক । ishan news

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা প্রায় ১৭৫ জনৰ ভিতৰত ১৬৯ জনৰ মৃতদেহ চিনাক্ত কৰণ কৰা হয় । চিনাক্তকৰণ কৰা মৃতদেহ সমূহৰ ভিতৰত ৬৪ জনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে চৰকাৰে ।উল্লেখযোগ্য যে , মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে

পাহৰি গ’ল নেতা-পালিনেতাই দিয়া প্ৰতিশ্ৰুতি… সপোন সপোনেই হৈ ৰ’ল জাঁজীমুখৰ…

প্ৰসংগ-জাঁজীমুখৰ পাৰঘাটত স্থায়ী দলঙৰ । ক্ষোভিত জাঁজীমুখবাসী । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ২০২২ চনৰ ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱা মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ব । উক্ত বৈঠকত গ্ৰহণ কৰা