ISHAN NEWS – Always One Step Ahead of Time…

ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত হাৰিয়ানা ক্ৰিকেট দলে ৰচিলে ইতিহাস

বিজয় হাজাৰে ট্ৰফীত হাৰিয়ানা দলে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ৫০ অ’ভাৰৰ এই টুৰ্ণামেণ্টখনত হাৰিয়ানা দলে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। অশোক মেনেৰিয়া নেতৃত্বাধীন হাৰিয়ানাই ছেমিফাইনেলত তামিলনাডুক ৬৩ ৰানত পৰাস্ত কৰি

আহি আছে মানুহৰ মগজুৰে নিৰ্মিত কম্পিউটাৰ !

সাধাৰণ মানুহে অসম্ভৱ বুলি ভবা কথাবোৰ সম্ভৱ কৰি তুলিছে আধুনিক বিজ্ঞানে ।মানুহৰ মগজুৰ ৰহস্য এতিয়াও সম্পূৰ্ণৰূপে বিজ্ঞানী সকলে উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু ইয়াৰ মাজতে মানুহৰ কৃত্ৰিম মগজু সৃষ্টি কৰি কম্পিউটাৰৰ সৈতে সংলগ্ন কৰাৰ কথা

১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। শীঘ্ৰেই কৰক এই কাম। ishan news…

বেংক একাউণ্টৰ গৰাকীলৈ জৰুৰী খবৰ। ১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। যিসকল লোকৰ পাঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে তেওঁলোকলৈ অতি জৰুৰী। গ্ৰাহকসকললৈ পাঞ্জাৱ নেচনেল বেংকৰ জৰুৰী নিৰ্দেশনা। ১৮ ডিচেম্বৰৰ পূৰ্বে পাঞ্জাৱ নেচনেল

সংসদ ভৱনৰ নিৰাপত্তাজনিত ঘটনাৰ তদন্ত কমিটী গঠন । ishan news…

দেশৰ সংসদ ভৱনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিলে গৃহ মন্ত্ৰণালয়ে। বুধবাৰে নিশা অধিসূচনা জাৰি কৰি তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে সংসদ ভৱনৰ অবাঞ্চিত ঘটনাৰ তদন্তৰ বাবে তদন্ত কমিটী গঠন কৰে । তদন্তৰ দায়িত্ব অৰ্পন কৰে চি আৰ পি

ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, ১০ জনৰ মৃত্যু

নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলত মঙলবাৰে পুৱা এখন দ্ৰুতবেগী বাছে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন সাতজন লোক আঘাতপ্ৰাপ্ত হয় বুলি যান-বাহন আৰক্ষীয়ে জনায়। দক্ষিণ-পশ্চিমৰ অয়’, অগুন আৰু লাগোছ ৰাজ্যৰ মাজেৰে

ছানী দেউল নিৰুদ্দেশ! সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা। ISHAN NEWS…

শক্তিশালী অভিনয়ৰ বাবে লাখ লাখ অনুৰাগীৰ হৃদয়ত থকা বলীউডৰ জনপ্ৰিয় অভিনেতা ছানী দেউল নিৰুদ্দেশ হৈ আছে বুলি পঞ্জাৱত পুনৰ এবাৰ পোষ্টাৰ লগোৱা হৈছে। কেৱল এয়াই নহয়, ছানী দেউলৰ সন্ধান দিওতাক নগদ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলিও