ISHAN NEWS – Always One Step Ahead of Time…

দশম, দ্বাদশ শ্ৰেণী উত্তীণৰ বাবে ৰেল বিভাগত চাকৰি। কেনেকৈ কৰিব আৱেদন

দশম, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱক-যুৱতীৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। হাজাৰ হাজাৰ নিৱনুৱা শিক্ষাৰ্থীলৈ আহিছে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৩ হাজাৰ খাদী পদ পূৰণৰ প্ৰস্তুতি চলোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ ৰেল

ভাৰতৰ সমৰ্থন, আমেৰিকাৰ বিৰোধিতা! ৰাষ্ট্ৰসংঘত গৃহীত যুদ্ধবিৰতিৰ প্ৰস্তাৱ!

পুনৰ এবাৰ ইজৰাইলৰ বিৰুদ্ধে থিয় দিলে ভাৰতে! ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ চলি থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জৰুৰী বৈঠকৰ আহ্বান কৰে। এই বৈঠকত তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰস্তাৱ উপস্থাপন কৰা হয়। ভাৰতসহ ১৫৩ খন ৰাষ্ট্ৰৰ সমৰ্থনত সাধাৰণ সভাত

২০২৪ৰ জানুৱাৰীত চন্দ্ৰত মহাকাশযান অৱতৰণ চেষ্টা চলাব জাপানে

চন্দ্ৰত মহাকাশযান অৱতৰণৰ বাবে সাজু হৈ উঠিছে জাপান । ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত এতিয়া চন্দ্ৰত মহাকাশযানৰ সফল অৱতৰণৰ বাবে সাজু হৈছে জাপান। জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অভিযান

কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত শপত গ্ৰহণ অনুষ্ঠান

কাইলৈ ​​মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান । তিনিবাৰৰ বিধায়ক মোহন যাদৱে কাইলৈ মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত লব ।মধ্যপ্ৰদেশৰ মতিলাল নেহৰু ষ্টেডিয়ামত পুৱা ১১.৩০ বজাত অনুষ্ঠিত হ’ব

চাবোন আপুনি কি কামত ব্যৱহাৰ কৰে? চাবোনেৰে আপুনি স্থানান্তৰ কৰিব পাৰে অট্টালিকা।

গা ধোৱা, কাপোৰ ধোৱাৰ উপৰি চাবোন আপুনি কি কামত ব্যৱহাৰ কৰে? চাবোনেৰে আপুনি স্থানান্তৰ কৰিব পাৰে অট্টালিকা। শুনিবলৈ অবাস্তব যেন লাগিলেও বাস্তৱত সম্ভৱ হৈ উঠিছে এই কাৰ্য। চাবোনৰ সহায়েৰে নভঙাকৈয়ে বিশাল বিশাল অট্টালিকা এটা স্থানৰ পৰা আন এটা

নিলামৰ বাবে সাজু ৩৩৩ গৰাকী খেলুৱৈ,তালিকাত অসমৰ কোন কোন?

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী টি-২০ ক্ৰিকেট লীগ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। পৰৱৰ্তী মাৰ্চ মাহৰ পৰা দেশত আৰম্ভ হব আই পি এলৰ নতুন সংস্কৰণ । তাৰ পূৰ্বে অহা ১৯ ডিচেম্বৰত ডুবাইৰ কোকাকোলা এৰিনাত দিনৰ ২.৩০ বজাত অনুষ্ঠিত হ'ব

প্ৰতিবাদ কৰিলেই ভৰিব লাগিব ২০ হাজাৰ টকাৰ জৰিমনা!

ধৰ্ণা-প্ৰতিবাদত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী! ছাত্ৰী-ছাত্ৰীয়ে ধৰ্ণা বা প্ৰতিবাদত অংশ ললেই বিহা হ’ব ২০ হাজাৰ টকাৰ জৰিমণা। নতুন দিল্লীৰ আগস্থানৰ শিক্ষা প্ৰতিষ্ঠান জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ প্ৰতিবাদৰ বিৰুদ্ধে জাৰি

ৰাজ্যসমূহক পুৰণি পেঞ্চন আঁচনিৰ প্ৰতিশ্ৰুতি নিদিবলৈ সকীয়নি RBI ৰ

খৰচ বৃদ্ধিৰ পৰিৱৰ্তে ৰাজহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছে RBI য়ে।ৰাজ্য চৰকাৰ সমূহক পুৰণি পেঞ্চন আঁচনি ঘূৰাই অনাৰ কথা নাভাবিবলৈ সকীয়নি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ৰাজ্যসমূহক সকীয়াই আৰ বি আইয়ে  দিয়া  প্ৰতিবেদনত

‘বিগ বি’ৰ পৰিয়ালত দিনক দিনে বৃদ্ধি পাইছে মতানৈক্য । ishan news

বিগ বিৰ পৰিয়ালৰ মাজৰ মতানৈক্য দিনক দিনে বৃদ্ধি পাইছে । পূৰ্বৰ মিছ ইউনিভাৰ্ছ তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰে  ৫০ সংখ্যক জন্মদিন  পালন কৰে। ঐশ্বৰ্য ৰায়ৰ  একমাত্ৰ কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে জন্মদিন

মধ্যপ্ৰদেশত  নতুন মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ । ishan news..

মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ পদ কোনে লাভ কৰিব এই বিষৰে কেইবাদিনো ধৰি চলা চাচপেন্সৰ আজি অন্ত পৰে । অৱশেষত মধ্যপ্ৰদেশে মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত শিৱৰাজ সিং চৌহান চৰকাৰৰ শিক্ষামন্ত্ৰী