ISHAN NEWS – Always One Step Ahead of Time…

গভীৰ নিশা চিকিৎসালয়ত ভৰ্তি তেলেংগানাৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কেচিআৰ। ISHAN NEWS…

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পুৱতি নিশা প্ৰায় ২ বজাত তেওঁক হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে সন্দেহ কৰিছে যে ৬৯ বছৰীয়া কেচিআৰৰ নিতম্বৰ হাড় ভাঙি যোৱাৰ

ঘাতক হব পাৰে বিষৰ টেবলেট! ভাৰত চৰকাৰৰ সতৰ্কবাণী

বিষ অনুভৱ কৰিলেই আপুনি তাত্ক্ষণিকভাৱে পেইনকিলাৰ খায় নেকি?  আপোনাৰ বাবে ঘাতক হ'ব পাৰে পেইনকিলাৰ। বিষ হ'লে পেইনকিলাৰ খোৱাৰ অভ্যাস থাকিলেই এতিয়াই পৰিত্যাগ কৰক। এবিধ পেইলকিলাৰ টেবলেটক লৈ ভাৰত চৰকাৰে দিছে সতৰ্কবাণী। এই বিষৰ টেবলেট খাই ভয়ংকৰ

কোন হ’ব তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী? নাম চূড়ান্ত কৰিবলৈ বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কোন হ’ব মুখ্যমন্ত্ৰী? নিৰ্বাচনৰ ফলাফল ঘোষণাৰ চাৰিদিন উকলি যোৱাৰ পিছতো এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে। দলৰ ভিতৰত চিন্তা-চৰ্চা চলি থকাৰ মাজতে বিজেপিৰ শীৰ্ষ নেতৃত্বই

কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! আহি গ’ল কঠোৰ আইন!

এতিয়াৰে পৰা কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! ৰাজহুৱা স্থানত কোৰাণৰ প্ৰতিলিপি জ্বলালে বা ছিঙিলে, বিতৰ্কিত ভিডিঅ প্ৰস্তুত কৰিলে অপৰাধ বুলি গণ্য কৰি বিহা হ’ব কাৰাদণ্ড। লগতে অভিযুক্তই ভৰিব লাগিব জৰিমণা। ইউৰোপৰ এজন দেশে কোৰাণ জ্বলোৱা

ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণ হেৰুৱালে মন্ত্ৰীৰ পুত্ৰই

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ মৃত্যু ঘটিছে। মন্ত্ৰী গদী আইজনকোটৰ পুত্ৰ গল মীৰ আইজনকোটৰ লগতে আন এজন সৈনিকৰো মৃত্যু ঘটিছে বুলি ইজৰাইলী সেনাই প্ৰকাশ কৰিছে।

পুৰী মহোৎসৱ ২০২৩

শ্ৰীশঙ্কৰদেৱ সংল্কৃতি সমাজ পুৰী প্ৰকল্পৰ ঊদ্যোগত ৬ আৰু ৭ ডিচেম্বৰত “পুৰী মহোৎসৱ ২০২৩” দুদিনীয়াকৈ উদযাপন কৰা হয়। ৬ ডিচেম্বৰ তাৰিখে ধৰ্মীয় কাৰ্যসূচীৰে উদযাপিত বিভিন্ন অনুষ্ঠানৰ লগতে পুৱা ভাগৱত লৈ উলিয়াই শোভাযাত্ৰা। এই অনুষ্ঠানৰ

অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ উচ্চতম ন্যায়ালয়; কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা বিচাৰিছে উত্তৰ

অসমত নাগৰিকত্ব আইন সংশোধনীৰ ধাৰা ৬এৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে অসমত অবৈধ অনুপ্ৰৱেশ এক ডাঙৰ সমস্যা বুলি স্বীকাৰ কৰি কয় যে অবৈধ অনুপ্ৰৱেশে কেৱল জনগাঁথনি সলনি কৰাই নহয়

শিশুৰ সৰ্বাংগীন বিকাশত সমাজ আৰু পৰিয়ালৰ ভূমিকা

শ্ৰীকিশোৰ তালুকদাৰ, শিক্ষক ফোন নং-9101941334 "বিদ্যা দদাতি বিনয়ং বিনয়াত যাতি পাত্ৰতাম! পাত্ৰতাৎ ধনং আপ্নোতি ধনাৎ ধৰ্মঃ ততঃ সুখম" বহু বছৰ ধৰি শিক্ষকতাৰ দৰে পবিত্ৰ সেৱাত

প্ৰয়োজনীয় পুষ্টিকৰ উপাদান হেৰুৱাই পেলাইছে চাউল আৰু ঘেঁহুৱে! অধ্যয়নত প্ৰকাশ এই তথ্য  

ভাৰতত উৎপাদন হোৱা ধান আৰু ঘেঁহুৰ জাতসমূহে স্বাস্থ্যৰ অনুকূল অত্যাৱশ্যকীয় খনিজ পদাৰ্থ হেৰুৱাই পেলাইছে বুলি দাবী কৰিছে একাংশ বিজ্ঞানীয়ে। বৰ্তমানৰ খেতি কৰা ধান আৰু ঘেঁহুৰ জাতৰ শস্যত কেলচিয়াম, আইৰণ, জিংককে ধৰি অত্যাৱশ্যকীয় উপাদানৰ ঘনত্ব

তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে শপত ল’ব

তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে  আজি শপত গ্ৰহণ কৰিব ৰেৱন্ত ৰেড্ডীয়ে। হায়দৰাবাদৰ এল, বি ষ্টেডিয়ামত ৫৬ বছৰীয়া ৰেৱন্ত ৰেড্ডীৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দিনৰ ১ বজাৰ পাছত হবলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰায় এক লাখ লোকে