ISHAN NEWS – Always One Step Ahead of Time…

বিশ্ববিদ্যালয়ত ভয়ংকৰ গুলীচালনা; ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

আমেৰিকাৰ লছ ভেগাছৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছেো ভয়ংকৰ গুলীচালনা। এই ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনা কৰা সন্দেহযুক্ত লোকজনো নিহত হৈছে। গুলীচালনা সংঘটিত হৈছিল নেভাদা

৪৩টা বলত ১৯৩ ৰানৰ বিধ্বংসী ইনিংছ; টি-১০ ক্ৰিকেটত নতুন অভিলেখ । ishan news…

ক্ৰিকেট যে অনিশ্চয়তাৰ খেল তাক পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী বেটাৰে। এই বেটছমেনগৰাকীৰ নাম হামজা চেলিম ডাৰ। এই বেটছমেনগৰাকীয়ে মাত্ৰ ৪৩টা বলতে খেলিছে ১৯৩ ৰানৰ দুৰ্দান্ত ইনিংছ। তেওঁ ৪৪৯ৰ অবিশ্বাস্য ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছে,

দিল্লীত কিডনী বিক্ৰী কৰিবলৈ আহিছে ম্যানমাৰৰ যুৱক-যুৱতী! তদন্তৰ নিৰ্দেশ চৰকাৰৰ । ishan news…

ব্ৰিটিছ বাতৰি কাকতত প্ৰকাশ পোৱা এটা খবৰে তোলপাৰ লগাইছে দেশৰ ৰাজধানী নতুন দিল্লীত । ব্ৰিটিছ বাতৰি কাকতত পোৱা  প্ৰকাশ  খবৰ মতে ,দিল্লীত কিডনী বিক্ৰী কৰিবলৈ দলে দলে আহিছে ম্যানমাৰৰ যুৱক-যুৱতী ।দিল্লীৰ এখন বিখ্যাত ব্যক্তিগত চিকিৎসালয়লৈ

বিধানসভাত জয়লাভ কৰাৰ পিছতেই ১০ বিজেপি সাংসদৰ পদত্যাগ । ISHAN NEWS…

দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপিৰ ১০জন সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। পদত্যাগ কৰা সাংসদসকলৰ ভিতৰত আছে ছত্তীশগড়ৰ গোমতি ছাই, মধ্যপ্ৰদেশৰ নৰেন্দ্ৰ সিং টোমৰ, ৰাকেশ

চাঞ্চল্যকৰ! নিজ পত্নী, পুত্ৰ-কন্যাক হত্যা কৰি আত্মহত্যা চকু বিশেষজ্ঞৰ । ISHAN NEWS…

উত্তৰ প্ৰদেশৰ ৰায়ে বাৰেলী জিলাত এজন চিকিৎসকে নিজৰ পত্নী আৰু দুটা সন্তানক হত্যা কৰি পিছত নিজে আত্মহত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি অৰুণ সিং নামৰ চকু বিশেষজ্ঞগৰাকীক মডাৰ্ণ ৰে’ল ক’চ ফেক্টৰীত সহকাৰী

ঘোঁৰা দৌৰৰ ৰাজনীতি । ISHAN NEWS…

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ নিৰ্বাচন পদ্ধতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি গৈছে। তেখেতৰ মতে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাই শাসকীয় দলক কৈ দিয়ে যে, ‘‘তোমালোকক মই চৰকাৰ গঠন কৰিবলৈ পৰ্যাপ্ত আসন দি দিছো; কিন্তু মনত

 হেৰোৱা ছবি বিচাৰি আঘোণৰ পথাৰত এখোজ । ISHAN NEWS…

অভিজিৎ ভূঞা, ফোন নং -৭০৮৬৫৭২৫৬৮ আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰী দাৱনীজাকৰ। শাওনৰ পথাৰত প্রখৰ ৰ'দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকৰ সেউজীয়া ধাননিডৰা এতিয়া সোণোৱালী হ'ল। এই