ISHAN NEWS – Always One Step Ahead of Time…

মাওবাদীৰ ভয়ংকৰ আক্ৰমণ; ২জন জোৱান শ্বহীদ, কেইবাজনো আহত

ছত্তীশগড়ৰ চুকমা অঞ্চলত পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মাওবাদীয়ে। মাওবাদীয়ে ছিলগাৰ অঞ্চলত স্থাপন কৰা আই ই ডিৰ বিস্ফোৰণৰ ফলত দুজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আন বহু কেইজন জোৱান আহত হৈছে। লাভ কৰা তথ্য অনুসৰি, তালাচীৰ মাজতে মাওবাদীয়ে আই

প্ৰ’টেম অধ্যক্ষক লৈ চলা বিতৰ্কৰ মাজতেই তৃণমূলৰ সাংসদক সাক্ষাৎ কিৰেন ৰিজিজুৰ

প্ৰ’টেম অধ্যক্ষক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ক সাক্ষাৎ কৰিছে। প্ৰটেম অধ্যক্ষক সহায় কৰিবলৈ পাঁচজন সাংসদৰ

অনুপ্ৰৱেশৰ বিফল চেষ্টা; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰিৰ গোহলান অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে। লাভ কৰা তথ্য অনুসৰি দুয়োজন সন্ত্ৰাসবাদীয়ে উৰি

নীট পৰীক্ষাৰ বিতৰ্ক; উচ্চস্তৰীয় সমিতি গঠন কেন্দ্ৰৰ

মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা বিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই আয়োজন কৰা পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন

মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক

ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক। খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে।

ঋষভ পন্তৰ বিশেষ কৃতিত্ব; ভংগ কৰিলে এডাম গিলক্ৰিষ্টৰ অভিলেখ

ভাৰতে জয়েৰে আৰম্ভ কৰিছে টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অভিযান। বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতে ৪৭ ৰানত জয়ী হয়। ভাৰতে ছুপাৰ-৮ৰ দ্বিতীয়খন মেচ অহা ২২ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব। কালিৰ মেচখনত সূৰ্যকুমাৰ যাদৱৰ

অটোৰিক্সা আৰু বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু

বৃহস্পতিবাৰে কেৰালাৰ মালাপ্পুৰম চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ মুট্টিপাডীত এখন অটোৰিক্সা আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগম (কে এছ আৰ টি চি)ৰ বাছৰ সংঘৰ্ষত নিহত হয় এটা পৰিয়ালৰ তিনিজন লোক। আৰক্ষীয়ে জিলাখনৰ পুলপট্টাৰ সমীপৰ

অসমত বানৰ সংহাৰী ৰূপ; ২ লাখ লোক বানৰ কৱলত

বিগত কিছু দিনৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ বাবে ৰাজ্যৰ পৰিস্থিতি ক্ৰমাত ভয়াৱহ হৈ পৰিছে। এই পৰ্যন্ত অসমৰ ১৯খন জিলাৰ প্ৰায় দুই লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বহু জিলাত বানপানী আৰু ভূমিস্খলনৰ

নীটৰ কেলেংকাৰিত নাম সাঙোৰ তেজস্বী যাদৱৰ! উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাৰ ডাঙৰ দাবী..

মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত

MSP সন্দৰ্ভত মোদী চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত 

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত কৃষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোদীৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন কেবিনেটত ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনায়। এই