ISHAN NEWS – Always One Step Ahead of Time…

তিহাৰ জেইলতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল; বৃদ্ধি ন্যায়িক জিম্মা

দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ সুৰা কেলেংকাৰী গোচৰৰ অন্যতম অভিযুক্ত বিনোদ চৌহানৰ জিম্মাও বৃদ্ধি কৰা হৈছে। জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছত বুধবাৰে

ৰেলযাত্ৰীলৈ ডাঙৰ খবৰ।

দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ বাবে ডাঙৰ সিদ্ধান্ত ৰেল বিভাগৰ।ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছতে ১৯ খনকৈ ৰেলৰ চলাচল বাতিল।নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।বাতিল কৰা ৰেলকেইখন হৈছে।১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ৮ জন মাওবাদী নিহত, এজন জোৱান শ্বহীদ

ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে ৮ জন মাওবাদী। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন নিৰাপত্তাৰক্ষী আহত হয়। ৰায়পুৰৰ

১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব ব’ল্টৰ টি-২০ বিশ্বকাপৰ অন্তিমখন মেচ

চলিত টি-২০ বিশ্বকাপত নিৰাশাজনক প্ৰদৰ্শনৰ মাজতেই নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ ট্ৰেণ্ট ব’ল্টে এক ডাঙৰ ঘোষণা কৰিছে। ১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব তেওঁৰ বিশ্বকাপ কেৰিয়াৰৰ অন্তিমখন মেচ। তেওঁ স্পষ্ট কৰি দিছে যে এইখন তেওঁৰ অন্তিমখন টি-২০

হঠকাৰী সিদ্ধান্ত; ১০ লাখ কাউৰী নিধনৰ লক্ষ্য এইখন চৰকাৰৰ!

ভাৰতীয় মূলৰ লাখ-লাখ কাউৰীক নিধন কৰিবলৈ ওলাইছে কেনিয়া চৰকাৰে। এক ঘোষণা অনুসৰি ২০২৪ চনৰ শেষৰ ফালে অৰ্থাত অহা ছমাহত ১০ লাখ কাউৰী নিধন কৰাৰ বাবে চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰিছে। কেনিয়াৰ বন্যপ্ৰাণী বিভাগে কয় যে কাউৰী তেওঁলোকৰ প্ৰাথমিক

ছিকিমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ! ধাৰাসাৰ বৰষুণ-ভূমিস্খলনৰ ফলত ৯ জনৰ মৃত্যু, ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ

প্ৰাকৃতিক বিপৰ্যৰ সন্মুখীন হৈছে ছিকিম। ৰাজ্যখনৰ মাংগন জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত ভূমিস্খলনৰ ফলত ১৫ গৰাকী বিদেশী নাগৰিকসহ ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছে। শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰদান কৰে।

ভাৰত-আফগানিস্তানৰ লগতে এইকেইটা দলে প্ৰৱেশ কৰিলে ছুপাৰ-৮ত; নিউজিলেণ্ড-শ্ৰীলংকা বাহিৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা টি-২০ বিশ্বকাপত এতিয়ালৈকে ভাৰত আৰু আফগানিস্তানৰ লগতে আন চাৰিটা দলে ছুপাৰ-৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ বিশ্বকাপত অংশ লোৱা ২০ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল। প্ৰতিটো গ্ৰুপৰ পৰা দুটাকৈ দলে

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰে’ল ষ্টেচনলৈ গৈ থকা অৱস্থাত ট্ৰাকৰ খুন্দাত মৃত্যু ৫ জনৰ

ঝাৰখণ্ডত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। অটোৰিক্সা আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত ৫ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন আহত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা আটাইকেইজন লোক অটোৰিক্সাৰে যাত্ৰা কৰি আছিল। গড়ৱা জিলাৰ

লোকসভাৰ অধ্যক্ষ পদক লৈ জল্পনা-কল্পনাৰ অন্ত; ২৬ জুনত অনুষ্ঠিত হ’ব নিৰ্বাচন

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পিছত একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় নৰেন্দ্ৰ মোদী। ৯ জুনত শপত গ্ৰহণ কৰাৰ এদিন পিছতেই মন্ত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় মন্ত্ৰালয়। মন্ত্ৰীসভা গঠনৰ পিছত এতিয়া লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ

নিকোলাছ পুৰাণে ভংগ কৰি ক্ৰিছ গেইলৰ অভিলেখ; ৱেষ্ট ইণ্ডিজৰ হৈ ৰচিলে ইতিহাস

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে নিকোলাছ পুৰাণ। তেওঁ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব গঢ়ে। বৃহস্পতিবাৰে ট্ৰিনিদাদৰ ব্রায়ান লাৰা ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা