ISHAN NEWS – Always One Step Ahead of Time…

২৪ বছৰৰ মূৰত ওড়িশাই লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী

২৪ বছৰৰ মূৰত ওড়িশাবাসীয়ে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহত বিজয়ৰ পিছতেই আজি দলটোৰ জ্যেষ্ঠ নেতা মোহন চৰণ মাঝিয়ে মুখ্যমন্ত্ৰীৰূপে শপত লয়। মাঝিৰ লগতে আন দুজন নেতাই উপ-মুখ্যমন্ত্ৰীৰূপে শপত লয়।

৩০০ কোটি টকাৰ সম্পত্তিৰ লালসাত শহুৰেকৰ সৈতে ভয়ংকৰ কাণ্ড বোৱাৰীৰ

নাগপুৰত এগৰাকী ৮২ বছৰীয়া লোকৰ মৃত্যুৰ তদন্তত বোৱাৰীয়ে ৩০০ কোটি টকাৰ পাৰিবাৰিক সম্পত্তিৰ বাবে ৰচনা কৰা এক ভয়ানক হত্যাৰ ষড়যন্ত্ৰৰ কথা উন্মোচন হৈছে। গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ এপষেকৰ পিছত অৰ্থাত যোৱা সপ্তাহত চহৰ পৰিকল্পনা বিভাগৰ

৪০০ আসনৰ শ্লোগানৰ বাবেই ক্ষতি হ’ল বিজেপিৰ : একনাথ সিন্দে

তেলেগু দেশম পাৰ্টী (টিডিপি) আৰু জনতা দল ইউনাইটেড (জেডিইউ)ৰ সহায়ত এন ডি এয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ’লেও সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় বিজেপি। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে ৪০০ আসন অতিক্ৰম কৰিব বুলি দিয়া শ্লোগান

৪ শতাংশ বৃদ্ধি মৰগীয়া বানচ; চৰকাৰী কৰ্মচাৰীক সুখবৰ দিলে এইখন ৰাজ্যই

মঙলবাৰে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক দিলে এক ভাল খবৰ। ৰাজ্য চৰকাৰে এক অধিসূচনা জাৰি কৰি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰিছে। এই সিদ্ধান্ত ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

মোদীৰ শপত গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন তীৰ্থযাত্ৰী নিহত। কেনেকৈ আক্ৰমণ…

মোদীৰ শপতগ্ৰহণৰ দিনাই ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩৩ গৰাকী তীৰ্থযাত্ৰী। জম্মু-কাশ্মীৰত ৰিয়াছি জিলাৰ  এটা মন্দিৰলৈ বাছেৰে উভতি আহিছিল তীৰ্থযাত্ৰীসকল। উভতি অহাৰ পথত উগ্ৰপন্থীয়ে

সাৱধান !এই কেইটা নিয়ম অমান্য নকৰিব।

ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ নিৰ্দেশনা।শিক্ষাসেতু এপক লৈ এই নিৰ্দেশনা শিক্ষা বিভাগৰ!শিক্ষকসকল আৰু কৰ্মচাৰী সকলৰ উপস্থিতিক লৈ দিয়া হৈছে নতুন নিৰ্দেশনা।বিদ্যালয়লৈ অহা আৰু যোৱাৰ সময় আপলোড কৰিব লাগিব শিক্ষাসেতু এপত ।শিক্ষক,কৰ্মচাৰী সকলোৰে

কিয় অধ্যক্ষ পদৰ বাবে আকোৰগোঁজ টিডিপি; জানো আহক ইয়াৰ আঁৰৰ কাহিনী

শুকুৰবাৰে অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আজি নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে এতিয়াও সাংসদসকলৰ মাজত বিতৰণ কৰা হোৱা নাই ৰে’লৱে, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা,

ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ : কেইগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ক’লে কোনে মাৰিব বিজয়ৰ হাঁহি

আজি ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচখনক লৈ অনুৰাগীৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। মেচখনত কোনে জয়ৰ শেষ হাঁহি মাৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰত-পাকিস্তানৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে জয়ী হ’বলগীয়া

ভয়ংকৰ দুৰ্ঘটনা; অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত মৃত্যু আৰক্ষী কনিষ্টবলৰ

দেওবাৰে পুৱা বিহাৰৰ ঔৰংগাবাদৰ দাউদনগৰ থানা এলেকাৰ মুছেপুৰ খাইৰা গাঁৱৰ সমীপত অবৈধ বালি কঢ়িয়াই অনা ট্ৰেক্টৰৰ খুন্দাত এজন কনিষ্টবলৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীৰ এটা দলে কনিষ্টবলজনক দাউদনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ

৩৬ বছৰ বয়স, তিনিবাৰৰ সাংসদ… মোদী মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ মন্ত্ৰী ৰাম মোহন নাইডু!

আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মোদীৰ লগতে তেওঁৰ মন্ত্ৰীসভাত কোন সাংসদে মন্ত্ৰীৰূপে শপত ল’ব তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা। বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দলসমূহৰ