ISHAN NEWS – Always One Step Ahead of Time…

সৰ্বানন্দ সোণাৱাল, পীয়ুষ গোৱেল, মাঝি….. কোন কোন সাংসদলৈ আহিল ফোন?

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে বিজেপিৰ সহযোগী দলসমূহৰ সাংসদসকলক মন্ত্ৰী পদ দিয়াৰ বাবে যোগাযোগ আৰম্ভ কৰিছে। টিডিপি, এলজেপি (আৰ) আৰু জেডিইউৰ দৰে দলৰ সাংসদলৈ মন্ত্ৰী পদৰ বাবে ফোন আহিছে বুলি জানিব পৰা গৈছে। টিডিপিৰ সাংসদ ড০ চন্দ্ৰশেখৰ

বেছি দিনলৈ নাথাকে NDA চৰকাৰ : মোদীৰ শপত গ্ৰহণৰ পূৰ্বে মমতা বেনাৰ্জীৰ ভবিষ্যদ্বাণী

৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। শপত গ্ৰহণৰ প্ৰস্তুতি চলি থকাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। মোদীৰ নেতৃত্বত হ’বলগীয়া এই চৰকাৰখন বেছি

দিল্লীত দুদিনৰ বাবে ড্ৰ’ন উৰুওৱাত নিষেধাজ্ঞা; ১৪৪ ধাৰা জাৰি

৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে সন্ধিয়া শপতগ্ৰহণৰ তাৰিখ নিশ্চিত হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে দিল্লী আৰক্ষী। শপতগ্ৰহণৰ নিৰাপত্তাৰ কথা মনত ৰাখি দিল্লী আৰক্ষীয়ে দুদিনৰ বাবে দিল্লীত

খাদ্য প্ৰস্তুতকাৰী উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড; ৩ জন শ্ৰমিকৰ মৃত্যু

দিল্লীৰ এটা খাদ্য প্ৰস্তুতকাৰী উদ্যোগত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত তিনিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হোৱাৰ তথ্য আহিছে। শনিবাৰে পুৱতি নিশা নৰেলা ঔদ্যোগিক এলেকাত সংঘটিত হয় এই ঘটনা। দিল্লী আৰক্ষীৰ তথ্য

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুইজজু; আৰু কোন কোন দেশৰ মুৰব্বী থাকিব উপস্থিত?

লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২৯২ খন আসনত জয় লাভ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত ল’ব। শুকুৰবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ

আপুনিও বিচাৰে নেকি কোৰিয়ানৰ দৰে উজ্জ্বল ছাল…

গ্ৰীষ্মৰ আৰম্ভৰ লগে লগে বৃদ্ধি পোৱা উষ্ণতাই বিশেষকৈ ছালৰ ক্ষতি কৰে। যাৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস, ছালৰ ৰং সলনি হোৱাৰ উপৰিও পিম্পলছ, শালমইনা আৰু ছালখন তেলেতীয়া হৈ পৰে। পাৰ্লাৰলৈ গৈ বিভিন্ন ধৰণৰ কেমিকেলযুক্ত COSMETIC বোৰ ব্যৱহাৰ কৰাৰ ফলত

মণিপুৰত পুনৰ হিংসা; দুখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি

মণিপুৰৰ জিৰিবাম আৰু তামেংলং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে। এজন ব্যক্তিৰ হত্যাৰ বিৰুদ্ধে স্থানীয় লোকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষই কয়। আৰক্ষী বিষয়াই জনোৱা

নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিৰুদ্ধে JPC তদন্তৰ দাবী ৰাহুল গান্ধীৰ  

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’বলগীয়া নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতি (JPC)ৰ তদন্তৰ দাবী জনাইছে নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু ধেমাজিৰ যুৱকৰ ।

কিমান দিন আৰু এইদৰে চলিব ? https://fb.watch/syI_0aZy_q পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু হ'ল ধেমাজিৰ এজন যুৱকৰ । এটকা দুটকা উপাৰ্জনৰ লক্ষ্য়ৰে, পৰিয়ালক পোহপাল দিয়া স্বাৰ্থৰে ঘৰৰ পৰা সুদূৰ বহিঃৰাজ্যলৈ গৈ কিমানদিন প্ৰাণ হেৰুৱাব লাগিব অসমৰ

পাকিস্তানক পৰাস্ত কৰি ইতিহাস ৰচা আমেৰিকাই সলাই দিলে ছুপাৰ-৮ৰ সমীকৰণ

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত চলি থকা টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন দেখিলে ক্ৰিকেট বিশ্বই। শক্তিশালী বলিং লাইন আপৰ বাবে পৰিচিত পাকিস্তান দলক পৰাস্ত কৰি ইতিহাস ৰচিলে আয়োজক দেশ আমেৰিকাই। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ এই