ISHAN NEWS – Always One Step Ahead of Time…

মন্দিৰ দৰ্শন কৰিবলৈ যোৱা যাত্ৰীবাহী বাছ বাগৰিল ১৫০ ফুট দ’ খাৱৈত, ২১ যাত্ৰীৰ মৃত্যু

জম্মুত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জম্মু-পুঞ্চ ঘাইপথৰ আখনুৰ অঞ্চলত এখন যাত্ৰীবাহী বাছ প্ৰায় ১৫০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ জনতকৈ অধিক লোক আহত হয়। ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ

অতি মৰ্মান্তিক! টেংকি চাফা কৰিবলৈ গৈ মৃত্যু তিনিজন যুৱকৰ

ৰাজস্থানৰ ভৰতপুৰ জিলাত নলাৰ টেংকি চাফা কৰিবলৈ অহা দুজন যুৱকসহ তিনিজন লোকৰ বিষাক্ত গেছৰ ফলত মৃত্যু হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লোককেইজনক বচাবলৈ টেংকিত নমা আন দুজন যুৱকৰ অৱস্থা সংকটজনক। বৃহস্পতিবাৰে লখানপুৰ আৰক্ষী থানা এলেকাত সংঘটিত

দেশলৈ ঘূৰি অহাৰ পূৰ্বেই আদালতৰ কাষ চাপিল সাংসদ প্ৰজ্বল ৰেভান্না

কৰ্ণাটকৰ হাছনৰ পৰা জেডি(এছ)ৰ সাংসদ প্ৰজ্বল ৰেভান্নাই ছেছন ক’ৰ্টত অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰিছে। ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৩১ মে’ত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সন্মুখত হাজিৰ হ’ব

খাৱৈত বাগৰিল তীব্ৰবেগী যাত্ৰীবাহী বাছ; মহিলা আৰু শিশুসহ কমেও ২৮ জন লোকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বুধবাৰে তীব্ৰ বেগেৰে গৈ থকা এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত মহিলা আৰু শিশুসহ কমেও ২৮ জন লোকৰ মৃত্যু হয়। বাছখন তুৰৱটৰ পৰা কুৱেটালৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। বেলুচিস্তান

নিৰ্বাচনী জনসভাত নিয়োজিত এজন আৰক্ষী উপ-পৰিদৰ্শকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ চান্দৌলীত অখিলেশ যাদৱৰ নিৰ্বাচনী সভাত নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক হঠাতে অসুস্থ হৈ পৰে। লগে লগে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে উপ-পৰিদৰ্শকজনক মৃত বুলি ঘোষণা কৰে। জানিব পৰা

মহানগৰীৰ পানীখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ পানিখাইতিৰ তামোলবাৰীৰ ব্ৰহ্মপুত্ৰ নৈত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ লতাশিলৰ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে। মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন প্ৰত্যক্ষ

ধুমুহা-বৰষুণৰ পিছত এইবাৰ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ

ৰেমলৰ ফলত হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণৰ পিছত এইবাৰ ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ। বিগত দুই তিনি-দিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত হাইলাকান্দিত মথাউৰি ছিগাৰ ফলত এতিয়া কালৰূপ ধাৰণ কৰিছে বানে। হাইলাকান্দি জিলাৰ কাটাখাল নৈৰ তছলা আৰু আংকাই

সাংসদ পুত্ৰৰ কনভয়ৰ খুন্দাত মৃত্যু দুজন লোকৰ; এগৰাকী মহিলা আহত

উত্তৰ প্ৰদেশৰ কেশৰগঞ্জৰ বৰ্তমানৰ সাংসদ ব্রীজভূষণ চৰণ সিঙৰ পুত্ৰ কৰণ সিঙৰ কনভয়ৰ বাহনে এখন বাইকক খুন্দিওৱাৰ ফলত দুজন লোকৰ মৃত্যু আৰু এগৰাকী মহিলা আহত হোৱাৰ খবৰ পোৱা গৈছে। তথ্য অনুসৰি কৰণ ভূষণৰ কনভয় গোণ্ডাৰ কৰ্ণেলগঞ্জ-হুজুৰপুৰ

ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এইখন দেশলৈ ১০ লাখ মাৰ্কিন ডলাৰৰ সহায় ভাৰতৰ

শেহতীয়াকৈ বিধ্বংসী ভূমিস্খলনত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হোৱা পাপুয়া নিউ গিনিলৈ ভাৰতে ১০ লাখ মাৰ্কিন ডলাৰৰ তাৎক্ষণিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৈদেশিক মন্ত্ৰী ড০ এছ. জয়শংকৰে এই কথা জানিব দিয়ে। উল্লেখ্য যে, ২৪ মে’ত দ্বীপ দেশ

শিহৰণকাৰী পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৮ জন সদস্যৰ মৃত্যু

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ ৮ জন সদস্যৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সোমবাৰে পৰিয়ালটোৱে কোনো আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত শ্বাংলা জিলাত পথ দুৰ্ঘটনাত পতিত হয়। শ্বাংলা জিলা আৰক্ষী বিষয়া ইমৰাণ