ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; এনকাউণ্টাৰত নিহত ৭ জন মাওবাদী

বৃহস্পতিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ-বিজাপুৰ সীমান্তৰ সমীপৰ এখন বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত ৭ জন মাওবাদী নিহত হয়। নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে জনোৱা মতে, পুৱা প্ৰায় ১১ বজাত নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দল

ভয়ংকৰ বিস্ফোৰণৰ পিছতেই জ্বলি উঠিল কাৰখানা; ৪ জনৰ মৃত্যু, ২৫ গৰাকী আহত

মুম্বাইৰ থানেস্থিত এটা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৫ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। বৃহস্পতিবাৰে থানেৰ ডম্বিভলিৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণৰ পিছতেই হোৱা অগ্নিকাণ্ডৰ বাবে

নিৰ্বাচনী জনসভাৰ সময়তে ভাঙি পৰিল মঞ্চ; এটি শিশুসহ ৯ জন লোকৰ মৃত্যু

লেটিন আমেৰিকাৰ দেশ মেক্সিকোত ২ জুনত ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ’ব ভোটদান। কিন্তু ইয়াৰ মাজতে দেশখনত সংঘটিত এক দুৰ্ঘটনাত এটি শিশুকে ধৰি কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, বুধবাৰে (২২ মে’) উত্তৰ মেক্সিকোত অনুষ্ঠিত

লোকসভা নিৰ্বাচনৰ মাজতেই বাথৰুমত পৰি মৃত্যু কংগ্ৰেছ বিধায়কৰ

মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত কংগ্ৰেছৰ বিধায়ক পি এন পাটিলৰ মৃত্যু ঘটিছে। কোলহাপুৰৰ কৰবীৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা ৭১ বছৰীয়া কংগ্ৰেছ বিধায়কগৰাকীয়ে দেওবাৰে ঘৰৰ বাথৰুমত পিছলি পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

আলুৰ ৰসেৰে তৈয়াৰী ফেচ পেক ব্যৱহাৰ কৰক আৰু চাব কেইদিনমানৰ পিছত আপোনাৰ ছালখন জিলিকি উঠিব।

বাৰিষাৰ সময়ত অতিৰিক্ত আৰ্দ্ৰতাৰ বাবে বহুতে ছালৰ উজ্জ্বলতা হেৰুৱাই পেলায়। ব্ৰণ(Acne)ৰ পৰা আৰম্ভ কৰি ব্ৰেকআউট(breakout skin)লৈকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। বহুতৰে ছালত ক’লা দাগ দেখা যায় আৰু এইবোৰৰ পৰা মুক্তি পাবলৈ ঘৰতে আলুৰ

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু তিনিগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ

আমেৰিকাৰ জৰ্জিয়া ৰাজ্যত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী গাড়ী এখন বাগৰি পৰাত আমেৰিকাত অধ্যয়ণৰত তিনিজন ভাৰতীয় শিক্ষাৰ্থী নিহত হোৱাৰ লগতে আন দুজন ছাত্ৰ আহত হোৱাৰ খবৰ আহিছে। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, আলফাৰেটাৰ ৱেষ্টছাইড

ভাৰতত নিৰুদ্দেশ হোৱা বাংলাদেশৰ সাংসদৰ মৃতদেহ উদ্ধাৰ; ঢাকাত ৩ জনক গ্ৰেপ্তাৰ

ভাৰতত নিৰুদ্দেশ হোৱা বাংলাদেশৰ ৫৬ বছৰীয়া সাংসদ আনোৱাৰুল আজিম অনাৰক কলকাতাত নৃশংসভাৱে হত্যা কৰা হৈছে। বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে ঢাকাত এই কথা নিশ্চিত কৰি কয় যে এই সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ

দিল্লী উচ্চ ন্যায়ালয়ত পুনৰ মুখথেকেচা মনীষ চিছোদিয়াৰ

সুৰা কেলেংকাৰী গোচৰক লৈ ন্যায়ালয়ত পুনৰ মুখথেকেচা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ। আম আদমী পাৰ্টিৰ নেতাৰ জামিন আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। ১৪ মে’ত সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চ

ট্ৰাক আৰু অটো ৰিক্সাৰ ভয়ংকৰ সংঘৰ্ষ; দুজনৰ মৃত্যু, ৮ জন আহত

ছত্তীশগড়ৰ যশপুৰ জিলাত এখন ট্ৰাক আৰু অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হৈছে। মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। জিলাখনৰ বাগিচা আৰক্ষী থানা এলেকাত নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ভোটগ্ৰহণৰ পিছতেই হিংসাত্মক ঘটনা; দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজনৰ মৃত্যু, দুজন আহত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতেই বিহাৰৰ সাৰণত সংঘটিত হৈছে হিংসাত্মক ঘটনা। মঙলবাৰে দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, সোমবাৰে পঞ্চম