ISHAN NEWS – Always One Step Ahead of Time…

মণিকা বাত্ৰাই ৰচিলে ইতিহাস; টেবুল টেনিছত এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয় মহিলা

ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ মণিকা বাত্ৰাই ৰচিছে ইতিহাস। টেবুল টেনিছ ৰেংকিঙত শীৰ্ষ ২৫ স্থানত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা। ১৫টা স্থান আগুৱাই মণিকাই শেহতীয়া ৰেংকিঙত ২৪ নম্বৰ স্থান দখল কৰিছে।

গুৱাহাটীৰ পৰা দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

সোমবাৰে গুৱাহাটীত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীৰ বিশেষ শাখাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰৰ মতে, বিশ্বাসযোগ্য

বকোত ভয়াৱহ পথ দুৰ্ঘটনা; শিশু-মহিলাসহ ৭ জন আঘাতপ্ৰাপ্ত

বকোৰ লামপাৰাত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু টয়'টা ইটিঅচ ক্ৰ'চৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৭ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰ ভট্টাচাৰ্যক ততাতৈয়াকৈ

POK ঘূৰাই অনা আৰু UCC কাৰ্যকৰী কৰিবলৈ বিজেপিক ৪০০ৰো অধিক আসনৰ প্ৰয়োজন: মুখ্যমন্ত্ৰী শৰ্মা

ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ অভিন্ন দেৱানী বিধি কাৰ্যকৰী, মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে) পুনৰ ঘূৰাই অনাৰ বাবে বিজেপি মিত্ৰজোঁটে এইবাৰৰ লোকসভা নিৰ্বাচনত ৪০০ ৰো অধিক আসন জয়ী হোৱাৰ প্ৰয়োজন।

ক্ৰিকেটত বিদায় জনোৱাৰ ঘোষণা জেমছ এণ্ডাৰছনৰ; এই দলটোৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট

ইংলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনে শনিবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১০ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত ইংলেণ্ডৰ হৈ অন্তিমবাৰৰ বাবে খেলপথাৰত নামিব এণ্ডাৰছনে। ৪১ বছৰীয়া বেগী

বানৰ সংহাৰী ৰূপ; এই পৰ্যন্ত ৩০০ৰো অধিক লোকৰ মৃত্যু! বৃহৎ আৰ্থিক লোকচান

প্ৰকৃতিৰ ৰোষত আফগানিস্তান। দেশখনত হঠাতে অহা বানৰ ফলত অতি কমেও ৩০০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ উত্তৰ প্ৰান্ত। শুকুৰবাৰে বাঘলান প্ৰদেশত বানপানীয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰাৰ লগতে এই অঞ্চলটোত কমেও ৫০

এখন মেচৰ বাবে নিষেধাজ্ঞা ঋষভ পন্তক; দিল্লী কেপিটেলছৰ শিৱিৰত হাহাকাৰ!

অত্যন্ত গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে দিল্লী কেপিটেলছত মোক্ষম আঘাত। শ্ল’ অভাৰ ৰেট পেনাল্টিৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লীৰ অধিনায়ক ঋষভ পন্তক। এই কঠোৰ পদক্ষেপৰ বাবে তেওঁ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব নোৱাৰিব।

অলিম্পিকৰ পূৰ্বে নীৰজে মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ পদক

৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম বা স্পৰ্শ কৰাত পুনৰবাৰ ব্যৰ্থ হ’ল অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰা। ৯০ মিটাৰৰ লক্ষ্য লৈ ট্ৰেকত নামিছিল যদিও ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; শীৰ্ষ নেতাসহ ৬ জন মাওবাদীৰ মৃত্যুৰ খবৰ

শুকুৰবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰৰ পীড়িয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ৬ জন মাওবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে। বনাঞ্চলত আত্মগোপন কৰি থকা মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ নেতাক ঘেৰাও কৰি ৰাখিছে

কেজৰিৱালক জামিন প্ৰদান কৰি কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

বিগত ৫১ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন। আজি উচ্চতম ন্যায়ালয়ে ২১ দিনৰ বাবে জামিন প্ৰদান কৰে কেজৰিৱালক। ২১ মাৰ্চত সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ