ISHAN NEWS – Always One Step Ahead of Time…

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা ৰামদেৱৰ; দিব লাগিব সেৱা কৰ

উচ্চতম ন্যায়ালয়ত পুনৰবাৰ মুখ থেকেচা যোগগুৰু বাবা ৰামদেৱৰ। এতিয়াৰ পৰা ৰামদেৱৰ দ্বাৰা আয়োজিত যোগ শিবিৰসমূহ সেৱা কৰৰ আওতালৈ আহিছে। অৰ্থাত যোগ শিবিৰৰ বাবে দিব লাগিব সেৱা কৰ। ন্যায়াধীশ অভয় এম ওক আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত

শিহৰণকাৰী পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰলীৰ খুন্দাত মৃত্যু ৯ জন যুৱকৰ

ৰাজস্থানৰ ঝালাৱাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী এখন ভ্যানত খুন্দা মৰাত ৯ জন লোকৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা ভ্যানখনত আছিল ১০জন লোক। ইয়াৰে ৯ জন লোকৰ

তিনিখন বিশেষ আইনৰ বাবে মোদী চৰকাৰক ভূয়সী প্ৰশংসা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোণাম দাখিল কৰি থকা ডি ৱাই চন্দ্ৰচুড়ে এইবাৰ প্ৰশংসা কৰিছে বিজেপি চৰকাৰক। বিজেপি চৰকাৰে সংসদত উত্থাপন কৰা তিনিখন বিশেষ আইনৰ বাবে বিজেপিক প্ৰশংসা কৰিছে মুখ্য ন্যায়াধী চন্দ্ৰচুড়ে।

নিজ ঘৰতেই উদ্ধাৰ তিনিবাৰৰ গ্ৰেমী বঁটা বিজয়ী গায়িকাৰ মৃতদেহ; শোকস্তব্ধ অনুৰাগী

আমেৰিকান আইডল বিজয়ী তথা গ্ৰেমী বঁটা বিজয়ী শিল্পী মেণ্ডিছাৰ মৃত্যু। ৰহস্যজনকভাৱে নিজ ঘৰতেই মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ৪৭

ৰুতুৰাজ গাইকোৱাদ আৰু কে এল ৰাহুলক জৰিমনা; জানক ইয়াৰ কাৰণ

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে

মহানদী নদীত ডুব গ’ল যাত্ৰীবাহী নাও; ৭ জনৰ মৃত্যু

ওড়িশাৰ ঝাৰছুগুডা জিলাৰ মহানদী নদীত ৫০ জন লোক কঢ়িয়াই অনা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা। খবৰ অনুসৰি নিৰুদ্দেশ হোৱা লোকক বিচাৰি অনুসন্ধান তথা উদ্ধাৰ

গেৰুৱা ৰঙলৈ সলনি দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং; অসন্তুষ্ট বিৰোধী

ভাৰতীয় আৱেগ জৰিত হৈ থকা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। আজি ডিডি নিউজৰ তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে নতুন ল’গ’টো মুকলি কৰে। টুইটটোত কোৱা হৈছে, ‘অৱশ্যে আমাৰ

আম আদমীৰ মুৰব্বীয়ে আম খোৱাক লৈ উত্তাল দেশৰ ৰাজনীতি

দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভৰ কাহিনীয়ে লৈছে নতুন মোৰ। কেজৰিৱালৰ ডায়েট বিষয়টো সন্দৰ্ভত আজি ৰাউজ এভিনিউ আদালতত

ব্ৰক লেছনাৰ নে দ্য গ্ৰেট খালি? উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত…..

ডব্লিউ ডব্লিউ ই (WWE)ৰ অন্যতম পৰিচিত নাম ব্ৰক লেছনাৰ আৰু দ্য গ্ৰেট খালি। ব্ৰক লেছনাৰ এতিয়াও সক্ৰিয় হৈ থকাৰ বিপৰীতে WWEৰ পৰা অৱসৰ গ্ৰহণ কৰিছে খালিয়ে। ব্ৰকে ৰিঙত আণ্ডাৰটেকাৰ, ট্ৰিপল এইচ আৰু জন চিনাৰ দৰে কিংবদন্তিক পৰাস্ত কৰাৰ বিপৰীতে

গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান চলি থকাৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।মনোনয়ন দাখিলৰ সময়ত গৃহমন্ত্ৰী শ্বাহক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ লগতে আন