ISHAN NEWS – Always One Step Ahead of Time…

ব্ৰক লেছনাৰ নে দ্য গ্ৰেট খালি? উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত…..

ডব্লিউ ডব্লিউ ই (WWE)ৰ অন্যতম পৰিচিত নাম ব্ৰক লেছনাৰ আৰু দ্য গ্ৰেট খালি। ব্ৰক লেছনাৰ এতিয়াও সক্ৰিয় হৈ থকাৰ বিপৰীতে WWEৰ পৰা অৱসৰ গ্ৰহণ কৰিছে খালিয়ে। ব্ৰকে ৰিঙত আণ্ডাৰটেকাৰ, ট্ৰিপল এইচ আৰু জন চিনাৰ দৰে কিংবদন্তিক পৰাস্ত কৰাৰ বিপৰীতে

গান্ধীনগৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান চলি থকাৰ মাজতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।মনোনয়ন দাখিলৰ সময়ত গৃহমন্ত্ৰী শ্বাহক সংগ দিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ লগতে আন

ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত অৰ্ধসামৰিক জোৱানৰ মৃতদেহ উদ্ধাৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে পশ্চিম বংগৰ এটা কেন্দ্ৰৰ পৰা আহিছে বেয়া খবৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ শৌচাগাৰত পিছলি পৰি এজন অৰ্ধসামৰিক জোৱানৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ভোটদানৰ পূৰ্বে কোচবিহাৰৰ মাথাভংগাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত

দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী

দেশৰ পৰৱৰ্তী নৌসেনাৰ মুৰব্বী হ’ব ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী। তেওঁ বৰ্তমানৰ নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰৰ স্থলাভিষিক্ত হ’ব। অহা ৩০ এপ্ৰিলত হৰি কুমাৰৰ কাৰ্যকাল সামৰণি পৰিব। ইয়াৰ পিছতে ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে ৩০

NPS ইণ্টাৰনেশ্যনেল স্কুলে উৎসাহেৰে উদযাপন কৰে নাঙল বিহু ।

NPS ইণ্টাৰনেশ্যনেল স্কুলে ৰঙালী বিহু উপলক্ষে কৃষি সঁজুলিৰ প্ৰতি লক্ষ্য ৰাখি ৫ বহাগ তাৰিখে আনন্দ আৰু সাংস্কৃতিক উদ্যমেৰে উদযাপন কৰে নাঙল বিহু ।ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানসমুহত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ চৌহদত

মাওবাদীৰ বিৰুদ্ধে অভিযান। শীৰ্ষ নেতাসহ ২৯ টা মাওবাদী নিহত

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে নিৰাপত্তা বাহিনীৰ বৃহত্ সফলতা। ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও ২৯ টা মাওবাদী নিহত হৈছে। এই অভিযানত ৩জন নিৰাপত্তাৰক্ষী আহত হয়। অৱশ্যে আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ

প্ৰধানমন্ত্ৰী ভ্ৰমণক লৈ বন্ধ থাকিব গুৱাহাটীৰ পথ

আজি সন্ধিয়া অসমত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া হৈছে প্ৰশাসন । ইতিমধ্য বিশেষ পথ নির্দেশনা জাৰি কৰিছে

প্ৰকৃতিৰ কালৰূপ। এফালৰ পৰা বানে ঢাহি-মুহি নিছে সকলো।

প্ৰকৃতিৰ কালৰূপ। এফালৰ পৰা বানে ঢাহি-মুহি নিছে সকলো। বিগত ৩ দিন ধৰি বানে সংহাৰ চলাইছে আফগানিস্তানত। এতিয়ালৈ বানত ৩৩ জনৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ২৭ জন লোক। ৰাজধানী কাবুলৰ লগতে দেশখনৰ কেইবাটাও প্ৰান্তত বানে প্ৰভাৱ পেলাইছে।

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি। সাধাৰণ জনতাৰ বাবে কি আছে ইস্তাহাৰত

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যেৰে সংকল্প পত্ৰ নাম দি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে। বিজেপিৰ সংকল্প পত্ৰত যুৱক-যুৱতী, কৃষক, মহিলা আদিৰ কল্যাণৰ বাবে

ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰম্ভ! কি প্ৰভাৱ পৰিব ভাৰতত

পুনৰ হ’ব নেকি বিশ্বযুদ্ধ। এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকা বিশ্ববাসীৰ। কিয়নো মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ দামামা। এইবাৰ ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে ইৰাণে। বেলেষ্টিক মিছাইল আৰু ড্ৰোণৰে ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ কৰিছে ইৰানে। ৩০০