ISHAN NEWS – Always One Step Ahead of Time…

দুগুণ বৃদ্ধি পাব মুম্বাই ইণ্ডিয়ানছৰ শক্তি; দলত যোগ এইগৰাকী বিস্ফোৰক বেটছমেনৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত সংগ্ৰাম কৰি থকা মুম্বাই ইণ্ডিয়ানছ দল তথা অনুৰাগীৰ বাবে ভাল খবৰ। দলটোৰ অনুশীলনত দেখা পোৱা গ’ল আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ শীৰ্ষ বেটছমেন সূৰ্য্যকুমাৰ যাদৱক। আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা

গান্ধী পৰিয়ালৰ দূৰ্গত চকু ছোনিয়া গান্ধীৰ জোঁৱাই ৰৱাৰ্ট ৱাদ্ৰাৰ

সমাগত লোকসভা নিৰ্বাচন। প্ৰতিটো নিৰ্বাচনী দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। এইবাৰ ৰাজনৈতিক মহলত চৰ্চাত আহিছে এটা সমষ্টি, সেয়া হল আমেঠি সমষ্টি। আমেঠি সমষ্টিক গান্ধী পৰিয়ালৰ দূৰ্গ বুলি সকলোৱে জানে। আমেঠি সমষ্টিৰ পৰা এইবাৰ

চাৰিচকীয়া বাহনত খুন্দা সুৰক্ষাকৰ্মী কঢ়িয়াই নিয়া বাছৰ; ৩ জনৰ মৃত্যু, ২৬ জোৱান আহত

মধ্যপ্ৰদেশৰ ছিওনী জিলাৰ কেৱালাৰী থানা এলেকাত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। জিলাখনৰ লোপা গাঁৱৰ সমীপত ৩৫ নং বেটেলিয়নৰ এছ এফ জোৱান কঢ়িয়াই অনা এখন বাছ চাৰিচকীয়া বাহনৰ লগত খুন্দা মাৰি বাগৰি পৰে। দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ ভয়াৱহ ড্ৰোন আক্ৰমণ; ৬ গৰাকী লোকৰ মৃত্যু

শাম কটাৰ নাম লোৱা নাই ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। শেহতীয়াকৈ ইউক্ৰেইনৰ দ্বিতীয় বৃহত চহৰ খাৰকিভত ৰাছিয়াই চলোৱা ভয়ংকৰ আক্ৰমণত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০ গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে। শনিবাৰে পুৱা ড্ৰোনৰ জৰিয়তে ৰাছিয়াই এই আক্ৰমণ

দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু

পাকিস্তানৰ সিন্ধ প্ৰান্তৰ সংঘাৰ জিলাত দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু হৈছে। এ আৰ ৱাই নিউজে এই তথ্য প্ৰকাশ কৰিছে। সংঘাৰ উপায়ুক্তৰ এক বিবৃতি অনুসৰি এটা হেণ্ড পাম্পৰ পানী খোৱাৰ ফলত চাৰিৰ পৰা আঠ বছৰৰ ভিতৰৰ পাঁচটা শিশুৰ

এথলীট জগতত খলকনি! উছেইন ব’ল্টৰ ২২ বছৰীয়া অভিলেখ ভংগ ১৬ বছৰীয়া স্প্ৰিন্টাৰৰ

ক্ৰীড়া ক্ষেত্ৰত কোনো অভিলেখেই স্থায়ী নহয়। সেয়া প্ৰমাণ কৰি দেখুৱালে ১৬ বছৰীয়া এগৰাকী স্প্ৰিন্টাৰে। বিশ্বৰ দ্ৰুততম মানৱৰূপে পৰিচিত উছেইন ব’ল্টৰ নামত থকা এক অভিলেখ ভংগ কৰিলে ১৬ বছৰীয়া নিক’ই ব্ৰেমৱেল নামৰ এগৰাকী এথলীটে। ৫১ সংখ্যক

মহানগৰীত শোকাৱহ ঘটনা; গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি তিনিজনৰ

গুৱাহাটী মহানগৰীৰ চূণচালিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত তিনিজন কিশোৰৰ সলিল সমাধি ঘটাৰ খবৰ আহিছে। জানিব পৰা মতে, কিশোৰ তিনিজনে ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছিল। বহু সময় ধৰি

ধোনীক প্ৰয়োজন মাত্ৰ ৬ ৰানৰ; চেন্নাই ছুপাৰ কিংছৰ হৈ গঢ়িব বিশেষ অভিলেখ

আই পি এলৰ চলিত ছিজনত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ। মেচখনত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব এম এছ ধোনীৰ ওপৰত। ইয়াৰ আগৰ মেচখনত চি এছ কে পৰাস্ত হ’লেও ধোনীৰ বেটিং বিক্ৰমে সকলোকে মোহাচ্চন্ন কৰি

নিবনুৱাৰ বাবে ডাঙৰ খবৰ; নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ বাবে কৰিছে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱাসকলৰ মাজত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নতুনকৈ আকৌ ৫০

সাৱধান! ক’ভিডতকৈও ১০০ গুণ শক্তিশালী ৰূপত আহিছে এইবিধ ভাইৰাছ

পুনৰ এক মহামাৰীয়ে বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উষ্ণতা বৃদ্ধিৰ লগে লগে প্ৰকোপ বাঢ়িছে এই ভাইৰাছবিধৰ। এই ভাইৰাছ ক’ভিডতকৈও শক্তিশালী বুলি প্ৰকাশ পাইছে এক তথ্যত। আমি উল্লেখ কৰা এই ভাইৰাছবিধ হৈছে বাৰ্ড ফ্লু H5N1 ভাইৰাছ। এই পুৰণি ৰোগে সমগ্ৰ