ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ পথ দুৰ্ঘটনা; পথৰ পৰা ৩০০ মিটাৰ তলত পৰিল বাহন, ৩ জনৰ মৃত্যু

উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত গাড়ীখনত থকা তিনিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ

চিকিৎসা বিজ্ঞানৰ বৃহৎ সাফল্য, মানৱ দেহত সফলতাৰে সংৰোপন কৰা হ’ল গাহৰিৰ বৃক্ক

বৰ্তমান বৃক্ক বিকলৰ সমস্যাত ভাৰাক্ৰান্ত বিশ্বৰ হাজাৰ হাজাৰ লোক। তেনে সময়তে এটা খবৰে আনিছে আশাৰ বতৰা। ১৬ মাৰ্চত বষ্টনৰ মাছাছুছেটছ জেনেৰেল হাস্পতালৰ এজন চিকিৎসকে প্ৰায় ৪ ঘন্টাজোৰা যুগান্তকাৰী অস্ত্ৰোপচাৰৰ জৰিয়তে ৬২ বছৰীয়া ৰিচাৰ্ড

নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ ৬ গৰাকী বিধায়কে যোগ দিলে বিজেপিত

ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰাৰ অভিযোগত অযোগ্য ঘোষণা কৰা হিমাচল প্ৰদেশৰ ৬ গৰাকী কংগ্ৰেছ বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে। এই বিধায়কসকলৰ ভিতৰত আছে কংগ্ৰেছৰ সুধীৰ শৰ্মা, ৰবি ঠাকুৰ, ৰাজেন্দ্ৰ সিং ৰানা, চৈতন্য শৰ্মা,

দুৰ্ঘটনাৰ বাবে IPL-ৰ পৰা বাহিৰ হ’ল ৩.৬০ কোটি টকাত চুক্তিবদ্ধ হোৱা এইগৰাকী ক্ৰিকেটাৰ

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল আই পি এল। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ খেলেৰে আৰম্ভ হ’ল আই পি এলৰ ১৭ সংখ্যাক ছিজন।কিন্তু আই পি এল আৰম্ভ হোৱাৰ সময়তে গুজৰাট টাইটানছ শিৱিৰৰ বাবে আহিছে এটা বেয়া খবৰ। আঘাতৰ

সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জন লোকৰ, আহত ১০০ৰো অধিক

ISISৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জনৰ,আহত ১০০ ৰো অধিক।ঘটনা সংঘটিত হোৱাৰ স্থান ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোৰ ক্ৰকাছ চিটি হল। ৰাজধানী চহৰখনৰ চিটী হলত আততায়ীয়ে সাধাৰণ জনতাৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰাৰ ফলত প্ৰাণ গ’ল ৬০ জনকৈ নিৰীহৰ।পৰিস্থিতি

আজিৰ পৰা আৰম্ভ হ’ল আই পি এল।

আজিৰ পৰা আৰম্ভ হ’ল আই পি এল। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ খেলেৰে আৰম্ভ হয় আই পি এলৰ ১৭ সংখ্যাক ছিজন। কিন্তু আই পি এল আৰম্ভ হোৱাৰ প্ৰাকক্ষণত গুজৰাট টাইটানছ শিৱিৰৰ বাবে আহিছে এটা বেয়া খবৰ।

ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ; কাইলৈ কিছু সময়ৰ বাবে বন্ধ থাকিব এইসমূহ সেৱা!

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। কাইলৈ কিছু সময়ৰ বাবে বন্ধ হৈ পৰিব এছ বি আইৰ YONO, Net Banking আৰু মোবাইল এপ সেৱা। নিৰ্ধাৰিত কাৰ্যকলাপৰ বাবে ২০২৪ চনৰ ২৩ মাৰ্চত এছ বি আইৰ গ্ৰাহকে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব।

SBI ত কম্পিউটাৰৰ বিপৰীতে পাছবুকত জমা ধন লিখি বঙাইগাঁৱত লুটিলে ২.৫ কোটি

বেংকৰ সহজ-সৰল গ্ৰাহকসকল মূল লক্ষ্য! বঙাইগাঁৱৰ লেংটিছিঙাৰ SBI ৰ CSP ত ব্যাপক লুণ্ঠন। লেংটিছিঙাৰ CSP পৰিচালক কুশবাৰী নিৱাসী হানিফ আলীয়ে গ্ৰাহকৰ পৰা প্ৰৱঞ্চনাৰে প্ৰায় ২-২.৫ কোটি টকা লুণ্ঠনৰ অভিযোগ।অভিযোগ অনুসৰি আয়নাল,আবুল,স্বাহনাজ আৰু বহু

প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান- ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্মুখত নিৰ্বাচন, মৰিয়নীত বিস্কুটৰ পেকেটত উদ্ধাৰ লাখে লাখে টকা

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ এই প্ৰাকক্ষণত মৰিয়নীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। মৰিয়নীৰ N.S.T তিনিআলিত ফ্লাইং স্বোৱাডৰ দলে জব্দ কৰিবলৈ সক্ষম হয় এই লক্ষাধিক টকা । উল্লেখ্য যে নিৰ্বাচনী বিধি উলংঘা কৰি নাগালেণ্ডৰ পৰা