ISHAN NEWS – Always One Step Ahead of Time…

জেলৰ পৰাই চৰকাৰ চলাব অৰবিন্দ কেজৰিৱালে… কিন্তু কেনেকৈ

সুৰা নীতি কেলেংকাৰী গোচৰত কালি নিশা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ED-এ। ইয়াৰ লগে লগে স্বাধীন ভাৰতৰ ইতিহাসত গ্ৰেপ্তাৰ হোৱা প্ৰথমজন কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অৰবিন্দ কেজৰিৱাল। লোকসভা নিৰ্বাচনৰ পূৰ্বে

এঘৰী যুঁজিবলৈ সাজু AAP; ২৩ মাৰ্চত অসমলৈ আহিব আতিশী মাৰ্লেনা

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহে ক্ষীপ্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে অহা ২৩ মাৰ্চত অসমলৈ আহিব আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰী আতিশী মাৰ্লেনা। আজি অসমৰ গুৱাহাটীৰ গণেশগুৰিস্থিত

অসম তথা উত্তৰ-পূবৰ প্ৰথমজন মুছলমান বিজেপি বিধায়কে যোগ দিলে কংগ্ৰেছ দলত

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি তেওঁ অসমৰ প্ৰথমজন মুছলমান বিজেপি বিধায়ক হোৱাৰ নজিৰ গঢ়ি তুলিছিল। কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই প্ৰাক্তন বিধায়কগৰাকীয়ে যোগ দিলে কংগ্ৰেছ দলত। বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা এইগৰাকী

মেচৰ এদিন পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ ডাঙৰ সিদ্ধান্ত; নতুন অধিনায়কৰ নাম ঘোষণা

আইপিএল ২০২৪ আৰম্ভ হ’বলৈ আৰু মাত্ৰ এটা দিন। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে দলৰ অধিনায়কত্বত এক বৃহৎ পৰিৱৰ্তন আনিছে। মহেন্দ্ৰ সিং ধোনীৰ ঠাইত ঋতুৰাজ গায়কোৱাড়ক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ২২ মাৰ্চ অৰ্থাত কাইলৈ ৰয়েল

মুখ্যমন্ত্ৰীৰ ভাতৃ SP সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ ভাৰতৰ নিৰ্বাচন আয়োগৰ

অসমত নিৰপেক্ষ লোকসভা নিৰ্বাচন সুনিশ্চিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। তাৎপৰ্যপূৰ্ণভাৱে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত

যাত্ৰীভৰ্তি বাছৰ পৰা চালকৰ জাঁপ…. তাৰ পাছত?

নিশা প্ৰায় ৪০ গৰাকী যাত্ৰীক লৈ তেজপুৰ অভিমুখে ৰাওনা হৈছিল বাছখন। চলন্ত বাছৰ পৰা হঠাত্ ট্ৰাকৰ সমুখত জঁপিয়ালে বাছৰ চালকে। ইয়াৰ পাছতেই তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে চালকজনক। এই ঘটনাত প্ৰদীপ শৰ্মা নামৰ বাছচালকজনৰ মৃত্যু হয়। সাংস্কৃতিক

ভয়ংকৰ অগ্নিকাণ্ড; একেটা পৰিয়ালৰে ৫ গৰাকী লোকে সাৱটিলে কৰুণ মৃত্যুক

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ বিশ্বকৰ্মা অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ এটা ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত ৫ গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে, বিশ্বকৰ্মাৰ জয়সাল্য গাঁৱত সংঘটিত এই

১৪ দিনৰ ভিতৰত দুটাকৈ বিৰল পৰিঘটনা! ৮ এপ্ৰিলত ৭ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী

১৪ দিনৰ ভিতৰত দুটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ১০০ বছৰৰ পাছত হোলীৰ দিনাই হ’ব চন্দ্ৰগ্ৰহণ। ৮ এপ্ৰিলত ৫০ বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ। ২৫ মাৰ্চত হোলীৰ দিনাই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সোমবাৰে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব বিশ্বৰ

মুম্বাই আৰক্ষীৰ সহায় বিচাৰি ছ’চিয়েল মিডিয়াত পোষ্ট শচীন কন্যা ছাৰাৰ

ক্ৰিকেটৰ ভগৱানৰূপে পৰিচিত কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰে মুম্বাই আৰক্ষীৰ পৰা সহায় বিচাৰিছে। ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি ছাৰাই এটা কুকুৰ হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

৫৮ বছৰত সন্তান জন্ম দি চৰকাৰৰ ৰোষত সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ

প্ৰয়াত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰত এটি পুত্ৰ সন্তানৰ মাতৃ হোৱা বিষয়টোৱে দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। এই খবৰটো বহুতৰ বাবে আছিল আশ্বৰ্যকৰ। প্ৰকৃততে মুছেৱালাৰ মাতৃয়ে আই ভি এফ পদ্ধতিৰে গৰ্ভৱতী হৈছিল। কিন্তু