ISHAN NEWS – Always One Step Ahead of Time…

কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ; ১২ জন শ্ৰমিকে হেৰুৱালে প্ৰাণ

ভাৰত, চীন তথা আফ্ৰিকাৰ দৰে দেশসমূহত সঘনাই সংঘটিত হৈ থকা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশস্থিত এটা কয়লা খনিত গেছ বিস্ফোৰণ হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই ঘটনাত কয়লা খনিটোত কৰ্মৰত ১২ জন শ্ৰমিক মৃত্যুমুখত

NSUI-ৰ সদস্যৰ ওপৰত আৰক্ষীৰ লাঠি চালনা; বৰ্তমানৰ আৰু প্ৰাক্তন সভাপতি গুৰুতৰভাৱে আহত

ৰাজস্থানত কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ বিৰোধিতা কৰি থকা এন এছ ইউ আইৰ কৰ্মী তথা সদস্যসকলৰ ওপৰত লাঠি চালনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিকানেৰ আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীৰ প্ৰহাৰত এন এছ ইউ আইৰ ডুংগৰ কলেজৰ সভাপতি হৰি গোদাৰা আৰু

ভয়ংকৰ বাছ দুৰ্ঘটনা; এইপৰ্যন্ত ১৪ জন যাত্ৰীৰ মৃত্যু, ৩৭ গৰাকী আহত

উত্তৰ চীনৰ ছাংচি প্ৰদেশত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। সুৰংগৰ দেৱালত খুন্দিওৱাৰ ফলত সংঘডটিত এই দুৰ্ঘটনাটোত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ জন লোক আহত হয়। বুধবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই ঘটনা সন্দৰ্ভত

CAA সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা CAA-ৰ বিৰুদ্ধে দাখিল কৰা ২০০ৰো অধিক আবেদনৰ শুনানি আজিৰে পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে। বৰ্তমান উচ্চতম ন্যায়ালয়ে CAA ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে তিনি সপ্তাহৰ ভিতৰত CAA

আসন নিদিয়াক লৈ ক্ষোভ; মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ

বিহাৰত আসন ভাগ-বাটোৱাৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰছে মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। মঙলবাৰে দিল্লীত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে পাৰছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে পাৰছে।

নিৰ্বাচনৰ পূৰ্বে বিজেপিত আঘাত; এগৰাকী বিধায়কে দিলে পদত্যাগ

লোকসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটত মোক্ষম আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি। দলটোৰ বিধায়ক কেতন ইনামদাৰে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰিছে। বিবেকৰ কথা শুনি বিধায়কগৰাকীয়ে মঙলবাৰে পদত্যাগ কৰি আত্মসন্মানতকৈ ডাঙৰ একো নাই বুলি মন্তব্য

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত মৃত্যু চাৰি দুৰ্ধৰ্ষ মাওবাদী

মহাৰাষ্ট্ৰৰ গাড়চিৰোলিত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত ব্যাপক সফলতা লাভ কৰিছে আৰক্ষীয়ে। চি ৬০ কমাণ্ডোৰ অভিযানত ৪ জন মাওবাদী নিহত হৈছে। গাড়চিৰোলি জিলাৰ আৰক্ষী অধীক্ষক নিলোৎপলে জনোৱা মতে, সোমবাৰে বিয়লি তেলেংগানা ৰাজ্যিক সমিতিৰ একাংশ সদস্যই

পঞ্চমবাৰলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ’ল ভ্লাদিমিৰ পুটিন; প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে জনালো শুভেচ্ছা

সোমবাৰ অৰ্থাত আজি ৰাছিয়াৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভ্লাদিমিৰ পুটিনে পুনৰ এবাৰ জয়লাভ কৰিছে বুলি ঘোষণা কৰে। তেওঁ অভিলেখ সংখ্যক ভোটত জয়লাভ কৰি পঞ্চমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল। নিৰ্বাচনত পুটিনৰ

বিহাৰত NDA-ৰ আসন ভাগ-বাটোৱাৰা;  জানো আহক BJP, JDU দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা?

লোকসভা নিৰ্বাচনৰ বাবে বিহাৰত নেচনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ সহযোগী দলৰ মাজত আসন ভাগ-বাটোৱাৰা সম্পন্ন হৈছে। পাঁচটা দলৰ মাজত হোৱা মিত্ৰতা অনুসৰি বিজেপি দলে ১৭ খন, জে ডি ইউ দলে ১৬ খন, চিৰাগ পাছৱানৰ দলে ৫ খন, জীতন ৰাম মাঝিৰ দল আৰু

নিৰ্বাচনী বণ্ড নম্বৰসহ SBI-এ দিব লাগিব সকলো তথ্য : সৰ্বোচ্চ ন্যায়ালয়

দেশৰ ৰাজনীতিত সম্প্ৰতি চৰ্চাৰ বিষয় হৈ থকা নিৰ্বাচনী বণ্ড সন্দৰ্ভত সোমবাৰে পুনৰ সৰ্বোচ্চ ন্যায়ালয়ত হয় শুনানি। সৰ্বোচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ষ্টেট বেংকক কয় যে আপোনালোকৰ পৰা আমি যি বিচাৰিছো সেয়া এতিয়ালৈকে পোৱা নাই।