ISHAN NEWS – Always One Step Ahead of Time…

পিতৃৰ বিৰুদ্ধে হ’ব পুত্ৰৰ যুঁজ! প্ৰাৰ্থীৰ নাম ঘোষণা উদ্ধৱ ঠাকৰেৰ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে অধিক আকৰ্ষণীয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। মুম্বাইৰ উত্তৰ-পশ্চিম সমষ্টিত এইবাৰ পিতৃ-পুত্ৰৰ মাজত যুঁজ হোৱাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে। মহাবিকাশ আঘাড়ীৰ মাজত এতিয়াও আসন ভাগ-বতৰা হোৱা নাই যদিও উদ্ধৱ

বিয়া খাই উভতাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা; ৮ জন লোকৰ কৰুণ মৃত্যু

সোমবাৰে পুৱা বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। মৃত্যু হোৱা সকলৰ ভিতৰত দুটা শিশুও আছে। জানিব পৰা অনুসৰি, বিয়া খাই উভতি আহি থকা অৱস্থাত এখন গাড়ী আৰু এখন ট্ৰেক্টৰৰ

ভাঙি পৰিল ৫ মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, আৱদ্ধ বহু লোক

পাঁচমহলীয়া নিৰ্মাণৰত অট্টালিকা ভাঙি প্ৰাণ গ’ল দুজন লোকৰ। দেওবাৰে নিশা পশ্চিমবংগত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। কলকাতাৰ জনবহুল গাৰ্ডেন ৰিচ অঞ্চলস্থিত অট্টালিকাটো ভাঙি পৰাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু লোক আহত হয়। বৰ্তমানলৈ ২০

প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ৫৮ বছৰীয়া মাতৃয়ে জন্ম দিলে পুত্ৰ সন্তান

পঞ্জাৱী সংগীতজগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, নাম সিদ্ধ মুছেৱালা। ২০২২ চনৰ২৯ মে’ত মুছেৱালাক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। মুছেৱালাৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল পিতৃ-মাতৃ। তাৰ পাছতেই তেওঁলোকে ল’লে এটা ডাঙৰ সিদ্ধান্ত।

ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা; তিনিজন যাত্ৰীয়ে সাৱটিলে কৰুণ মৃত্যুক

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। আজি পুৱা কাছাৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৰসিংপুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত তিনিজন লোকৰ ঘটনাস্থলতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা

বিশ্ববিদ্যালয়ত নামাজ পঢ়াক লৈ ভয়ংকৰ পৰিস্থিতি; কেইবাজনো বিদেশী ছাত্ৰ আহত

আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ত একাংশ যুৱকে বিদেশী ছাত্ৰৰ এটা দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত আহত হোৱা ছাত্ৰসকল আফ্ৰিকা, আফগানিস্তান, শ্ৰীলংকা আৰু উজবেকিস্তানৰ বুলি জানিব পৰা গৈছে। আহত

ইজৰাইলী সৈন্যৰ বৃহৎ সফলতা; হামাছৰ শীৰ্ষ নেতা মাৰৱান ইচ্ছাৰ মৃত্যু

ইজৰাইলী সৈন্যৰ বৃহৎ সফলতা। ইজৰাইলৰ সেনাই চলোৱা এক অভিযানত উগ্ৰপন্থী সংগঠন হামাছৰ চিফ অফ ষ্টাফ মাৰৱান ইচ্ছাৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। ইজৰাইলী সেনাই এই অভিযানৰ এক ভিডিঅ’ জাৰি কৰি মাৰৱানৰ মৃত্যুৰ দাবী কৰে। অৱশ্যে প্ৰথম অৱস্থাত

নিৰাপত্তাৰক্ষীৰ অভিযানত এগৰাকী দুৰ্ধৰ্ষ মাওবাদীৰ মৃত্যু

ছত্তীশগড়ৰ কাংকেৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত পুনৰ ভয়াৱহ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত এজন মাওবাদী নিহত হৈছে। অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে ঘটনাস্থলৰ পৰা মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ

শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে নতুন ড্ৰেছ কোড; পৰিধান কৰিব নোৱাৰিব জিঞ্চ, টি-চাৰ্ট

মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে নতুন সাজ-পোছাক (ড্ৰেছ কোড) প্ৰৱৰ্তন কৰিছে। নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে টি-চাৰ্ট, জিঞ্চ বা আন কোনো চাৰ্টত ডিজাইন আৰু ছবি থকা চাৰ্ট পিন্ধিব নোৱাৰিব।

আন্তঃৰাষ্ট্ৰীয় টি-২০ত বিশ্ব অভিলেখ গঢ়িলে আয়াৰলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে

আয়াৰলেণ্ডৰ পল ষ্টাৰলিঙে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইতিহাস ৰচিবলৈ সক্ষম হৈছে। আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত পল ষ্টাৰলিঙে খেলিছিল ২৫ ৰানৰ ইনিংছ। এই ইনিংছটোত ষ্টাৰলিঙে ২টা চাৰি আৰু এটা ছয় মাৰিবলৈ সক্ষম হয়। এই ইনিংছৰ সময়ছোৱাত