ISHAN NEWS – Always One Step Ahead of Time…

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা; আপোনাৰ সমষ্টিত কেতিয়া হ’ব ভোটগ্ৰহণ? চাওক সবিশেষ

লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা হ’ল দিন। দেশত মুঠ ৭টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জনাইছে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে। ৫৪৩খন আসনৰ বাবে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত হ’ব নিৰ্বাচন।

একেলগে দুটা বৃক্ক সংৰোপন কৰি ইতিহাস ৰচিলে AIIMS-এ

প্ৰথমবাৰৰ বাবে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত একেলগে দুটাকৈ বৃক্ক সংৰোপন কৰা হৈছে। এইমছৰ অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ অসুৰী কৃষ্ণই কয় যে এইটো এটা অতি জটিল অস্ত্ৰোপচাৰ আছিল। কেইবাগৰাকীও চিকিৎসকৰ এটা দলে এই

আই পি এলৰ দ্বিতীয় পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ’ব এইখন দেশত!

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৪ৰ প্ৰথম পৰ্যায়ৰ মেচ। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে প্ৰকাশ কৰিছে প্ৰথম ২১খন খেলৰ সূচী। একে সময়তে এতিয়া জল্পনা-কল্পনা আৰম্ভ হৈছে যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আই পি এলৰ দ্বিতীয়

কাৰাগাৰত বন্দী আছাৰামলৈ ডাঙৰ সকাহ; উচ্চ ন্যায়ালয়ে দিলে এই সিদ্ধান্ত

ধৰ্ষণৰ গোচৰত দীৰ্ঘ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা আছাৰামে যোধপুৰ উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পাইছে। উচ্চ ন্যায়ালয়ে আছাৰামক মুম্বাইত চিকিৎসা গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। যোধপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীনেশ মেহতা আৰু ন্যায়াধীশ

অসুস্থ মহানায়ক অমিতাভ বচ্চন; মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি

বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ৬ বজাত কান্ধৰ সমস্যাৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৮১ বছৰীয়া অভিনেতাগৰাকীক। অৱশ্যে এই সন্দৰ্ভত অমিতাভ বচ্চন বা তেওঁৰ

বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী মহিলাৰ চাঞ্চল্যকৰ অভিযোগ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আলোড়নৰ সৃষ্টি হৈছে কৰ্ণাটকৰ ৰাজনীতিত। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে উত্থাপন হৈছে নাবালক কন্যাক যৌন নিৰ্যাতন চলোৱাৰ চাঞ্চল্যকৰ অভিযোগ। সদাশিৱনগৰ আৰক্ষীয়ে

কয়লা খনিত ভয়ংকৰ দুৰ্ঘটনা; ৭ জন শ্ৰমিকৰ কৰুণ মৃত্যু

উত্তৰ চীনৰ ছানচি প্ৰদেশৰ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু হৈছে ৭ জন শ্ৰমিকৰ। শুকুৰবাৰে স্থানীয় বিষয়াসকলে এই তথ্য প্ৰদান কৰে। কাউন্টি চৰকাৰৰ উদ্ধৃতিৰে ছিনহুয়াৰ সংবাদ সংস্থাই জনোৱা মতে, শুকুৰবাৰে পুৱা ৬:২৩ বজাত অন্তিমটো মৃতদেহ খনিৰ

নিৰ্বাচনৰ পূৰ্বে সস্তা হ’ল পেট্ৰ’ল-ডিজেল; গুৱাহাটীত কিমান হ্ৰাস পালে মূল্য?

লোকসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস পালে ইয়াৰ মূল্য। সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সময় ওচৰ চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই হ্ৰাসৰ পিছত ৰাষ্ট্ৰীয়

ডাঙৰ-ডাঙৰ ব্যৱসায়ী নহয়, এই ১০টা কোম্পানীয়ে ক্ৰয় কৰিছিল সৰ্বাধিক নিৰ্বাচনী বণ্ড

ইচিআই অৰ্থাৎ ভাৰতীয় নিৰ্বাচন আয়োগে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে নিৰ্বাচনী বণ্ডৰ তথ্য। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে স্পষ্ট হৈ পৰিছে কোনে কিমান নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। লক্ষ্যণীয় দিশটো হ’ল যে এই তালিকাত বণ্ডৰ আটাইতকৈ ডাঙৰ

ডিভাইডাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ; দুজন MBBS ছাত্ৰৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ফতেহগঞ্জ পশ্চিমত বুধবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৰাজশ্ৰী কলেজত অধ্যয়ণৰত এম বি বি এছ অন্তিম বৰ্ষৰ দুজন ছাত্ৰৰ মৃত্যু হয়। দুৰ্ঘটনাটোত আন দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক