ISHAN NEWS – Always One Step Ahead of Time…

সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি!

আমোলা সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক দেশৰ পৰৱৰ্তী নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। নিৰ্বাচন আয়ুক্ত পেনেলৰ সদস্য তথা বিৰোধী কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে। দুয়োগৰাকী আমোলাক নিৰ্বাচন

‘এক দেশ এক নিৰ্বাচন’ৰ সপক্ষে আৰু বিপক্ষে কোন? কি আছে প্ৰতিবেদনত…

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক প্ৰদান কৰিলে প্ৰতিবেদন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত হোৱা চাৰিজনীয়া সদস্যৰ সমিতিখনে বৃহস্পতিবাৰে এই প্ৰতিবেদন প্ৰদান কৰে। ১৮৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনত কোৱা হৈছে

বিৰোধীৰ মিত্ৰতাত শংকিত বিজেপি! ৭ জনৰ ৬ জনেই বঞ্চিত হ’ল টিকটৰ পৰা

লোকসভা নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থীৰ তালিকাত নাম নাই বৰ্তমানৰ কেইবাজনো সাংসদৰ। বিশেষকৈ দিল্লীৰ ৭ গৰাকী সাংসদৰ ৬ জনেই বঞ্চিত হ’ল টিকটৰ পৰা। ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ  ঘোষণা।

বহাগ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ। ৰাজ্যিক কৰ্মচাৰীলৈ এই উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰৰ কৰ্মচাৰীৰ ৪ শতাংশ DA বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, কিছুদিন পূৰ্বে

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক

দুৰ্ঘটনাত পতিত হৈছে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক লাহিৰু থিৰিমানে। অনুৰাধাপুৰৰ থিৰাপন্নে অঞ্চলৰ সমীপত দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰগৰাকী। এখন মিনি ট্ৰাকৰ সৈতে তেওঁৰ গাড়ীখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দিল্লী কেপিটেলছত মোক্ষম আঘাত; IPL-ৰ পৰা বাহিৰ ৪ কোটি টকীয়া ক্ৰিকেটাৰ

২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৪)। কিন্তু ইয়াৰ পূৰ্বে ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৪ কোটি টকা ব্যয় কৰি দিল্লী কেপিটেলছত অন্তৰ্ভুক্ত হোৱা ইংলেণ্ডৰ তাৰকা

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ বিশেষ অফাৰ উদ্ধৱ থাকৰেৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত গৰম হৈ পৰিছে ৰাজনৈতিক বতাহ। নিৰ্বাচনক লৈ সকলো দল ব্যস্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সন্দৰ্ভত উদ্ধৱ থাকৰেই পুনৰ এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে। পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন

২০১৯ৰ পৰা এতিয়ালৈকে ক্ৰয় হৈছে মুঠ ২২,২১৭টা বণ্ড : সৰ্বোচ্চ ন্যায়লয়ত SBI-ৰ শপতনামা ।

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে শপতনামা। এছ বি আইৰ অধ্যক্ষ দীনেশ কুমাৰ খাৰাৰ হৈ এই শপতনামা দাখিল কৰা হৈছে। শপতনামাত কোৱা হৈছে যে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিছে

ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প। বুধবাৰে এই দুয়োজন নেতাই নিজ নিজ দলৰ প্ৰাথমিক নিৰ্বাচনত জয়ী হৈ নিজৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত কৰিছে। ৱাশ্বিংটনত অনুষ্ঠিত হোৱা ডেম’ক্ৰেটিক দলৰ প্ৰাথমিক