ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচন নেখেলে ভোজপুৰী তাৰকা পৱন সিঙে; বিজেপিৰ প্ৰথম তালিকাত আহিছিল নাম

ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ আছানছল লোকসভা আসনৰ পৰা ভোজপুৰী তাৰকা পৱন সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু প্ৰাৰ্থী ঘোষণাৰ এদিন পিছতেই অৰ্থাত ৩ মাৰ্চত পৱন সিঙে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি টুইটযোগে

ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰিছে। ড০ হৰ্ষ বৰ্ধনে বিজেপি আৰু ইয়াৰ সকলো সমৰ্থকক

চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা ট্ৰাকৰ; তিনিজনৰ মৃত্যু, চাৰিজন আহত

ৰাজধানী দিল্লীৰ বদৰপুৰ অঞ্চলত শনিবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত ৩ জন লোকৰ কৰুণ মৃত্যু হয়। দুৰ্ঘটনাটোত আহত হোৱা চাৰিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক হৈ আছে। আটাইকেইজন আহত আৰু নিহত লোক ফৰিদাবাদত

নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ! যুৱ কংগ্ৰেছৰ উপ-সভাপতিসহ শতাধিক কংগ্ৰেছীয়ে যোগ দিলে বিজেপিত। এজনৰ…

নিৰ্বাচনৰ পূৰ্বে বিপদত কংগ্ৰেছ! যুৱ কংগ্ৰেছৰ উপ-সভাপতিসহ শতাধিক কংগ্ৰেছীয়ে যোগ দিলে বিজেপিত। এজনৰ পাছত আন এজন কংগ্ৰেছীয়ে এৰিছে দল । https://fb.watch/qzVduqbTJr/

পুত্ৰৰ ভাষণ শুনি কেমেৰাৰ সন্মুখতে কান্দি উঠিল মুকেশ আম্বানী

তিনিদিনীয়াকৈ গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক বিবাহ অনুষ্ঠান। অনুষ্ঠানত অনন্ত আম্বানীয়ে বিৱৰি ক’লে তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কথা। পিতৃ-মাতৃয়ে তেওঁৰ বাবে কৰা কষ্টৰ কথা বৰ্ণনা কৰিছিল

ভয়ংকৰ ভূমিস্খলন! ২ মহীয়া কেঁচুৱাসহ চাৰিজনে সাৱটিলে কৰুণ মৃত্যুক

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাহোৰ মহকুমাৰ চাছানা গাঁৱত হোৱা ভূমিস্খলনত ২ মহীয়া কেঁচুৱা, মাতৃ আৰু আন দুটা সন্তানৰ মৃত্যু হয়। ভূমিস্খলনত ঘৰটো ভাঙি পৰাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনা

গাজাৰ শৰণাৰ্থী শিৱিৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ; ১১ জন লোকৰ মৃত্যু

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। হামাছ নিয়ন্ত্ৰনাধীন গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিব দিয়া মতে, ৰাফা চহৰৰ এখন হাস্পতালৰ সমীপত থকা এটা শৰণাৰ্থী শিৱিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইজৰাইলে। লাভ কৰা তথ্য অনুসৰি,

টিকটৰ পৰা বঞ্চিত হ’ল অসমৰ পাঁচগৰাকী সাংসদ

বহু জল্পনা-কল্পনাৰ অন্তত আজি বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিয়ে ঘোষণা কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট এই তালিকাত বৰ্তমানৰ বহু সাংসদে হেৰুৱালে প্ৰাৰ্থিত্ব। বিশেষকৈ অসমৰ ১১ টা

‘শান্তি-শৃংখলা বিঘ্নিত নকৰি উচ্চতম ন্যায়ালয়লৈ যাওক’, কাক এইদৰে ক’লে মুখ্যমন্ত্ৰীয়ে?

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে সমগ্ৰ দেশতে কা’ৰ নিয়মাৱলী বলৱৎ কৰা হ’ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পাছতে সৰৱ হৈ পৰিছে অসমৰ দল-সংগঠন। কা’ বলৱৎ হ’লে অসমত তীব্ৰতৰ ৰূপত আন্দোলন গঢ়ি তোলা হ’ব বুলি দল-সংগঠনে হুংকাৰ প্ৰদান

এটা গীত গোৱাৰ অপৰাধত গ্ৰেমী বঁটা বিজয়ী গায়কক ৩ বছৰৰ কাৰাদণ্ড

এটা গীত গোৱাৰ অপৰাধত এজন গায়কক ৩ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ইৰাণে। কঠোৰ শাস্তিৰ সন্মুখীন হোৱা এইগৰাকী গায়ক গ্ৰেমী বঁটা বিজয়ী। যোৱা বছৰ ইৰাণত হোৱা বোৰ্খা বিৰোধী আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰীৰ বাবে গীত গোৱাটোৱে আছিল