ISHAN NEWS – Always One Step Ahead of Time…

দুটা আৱাসিক অট্টালিকাত ভয়ংকৰ জুই; কেইবাজনো লোকৰ মৃত্যু, ১৯ গৰাকী সন্ধানহীন

স্পেইনৰ পূব প্ৰান্তৰ চহৰ ভেলেন্সিয়াত বৃহস্পতিবাৰে দুটা আৱাসিক অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে আন ১৯জন লোক সন্ধানহীন হৈ আছে। স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰি কয় যে অগ্নিকাণ্ডৰ পিছত অট্টালিকাটোত বাস

আম্বানী পৰিয়ালত আৰু এখন বিয়া ! অতিথিৰ তালিকাই বঢ়াইছে উৎকণ্ঠা।বিয়াৰ আয়োজন কেনেকুৱা? ishan news

১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ আম্বানীৰ জামনগৰৰ বাসগৃহত অনুষ্ঠিত হ'ব অনন্ত আম্বানী-ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠান।এই বিশাল আয়োজন,উদযাপনত দেশ-বিদেশৰ বহু তাৰকাই অংশগ্ৰহণ কৰিব।২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ ৰিলায়েন্সৰ চিইঅ' মুকেশ আম্বানীৰ

শীঘ্ৰে CBI-এ গ্ৰেপ্তাৰ কৰিব অৰবিন্দ কেজৰিৱালক : আপ নেতাৰ দাবী

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চিবিআইৰ জৰিয়তে জাননী জাৰি কৰি আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰা বুলি শুকুৰবাৰে দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে অভিযোগ কৰে। এখন সংবাদমেলত ৰায়ে অভিযোগ

ডিভাইডাৰত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ; তিনিজন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছ ৱেত শুকুৰবাৰে পুৱা সংঘটিত এক দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু হয়। মৃত আটাইকেইজন লোকে গাড়ীৰে লক্ষ্ণৌৰ পৰা বিহাৰলৈ গৈ আছিল। জানিব পৰা মতে, গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দিওৱাৰ

IPL-ৰ সময়সূচী ঘোষণা; চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছৰ মাজত প্ৰথম মেচ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এলৰ ১৭ সংখ্যক ছিজনৰ সময় সূচী ঘোষণা কৰিছে বি চি চি আইয়ে। চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত চিন্নাস্বামীত অনুষ্ঠিত হ’ব আই পি এল ২০২৪ৰ প্ৰথমখন মেচ। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ

পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু বিশাল গছজোপা কত আছে জানেনে? ishan news

এজোপা অতি পুৰণি গছ। গছজোপাৰ নাম GREAT GRANDFATHER। দক্ষিণ চিলিৰ এখন অৰণ্যৰ মাজত আছে এই গছজোপা। এই গছজোপা ৪ মিটাৰ ব্যাসৰ আৰু ইয়াৰ উচ্চতা ২৮ মিটাৰ। এই গছজোপাক ৫০০০ বছৰৰো অতি পুৰণি বুলি বিশ্বাস কৰা হয়। চিলিৰ বিজ্ঞানীসকলে GREAT

গুজৰাট টাইটানছত মোক্ষম আঘাত; আই পি এল ২০২৪ৰ পৰা বাহিৰ মহম্মদ ছামী । ishan news

আই পি এল ২০২৪ৰ সময়সূচী প্ৰকাশ কৰাৰ পূৰ্বে গুজৰাট টাইটানছ দলৰ বাবে আহিল বেয়া খবৰ। দলটোৰ বলিং লাইনআপৰ প্ৰধান অস্ত্ৰ মহম্মদ ছামীয়ে খেলিব নোৱাৰিব আই পি এল ২০২৪। বাওঁ ভৰিৰ গোৰোহাৰ আঘাতৰ বাবে অহা মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৪ৰ

অবৈধ সোণৰ খনি ভাঙি মৃত্যু ১৪ জনৰো অধিক লোক

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত সংঘটিত হৈছে অঘটন। ভেনিজুৱেলাত অবৈধভাৱে পৰিচালিত সোণৰ খনি ভাঙি যোৱাৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে। চৰকাৰী বিবৃতি অনুসৰি খনিটোৰ ভিতৰৰ পৰা ১৪ জন লোকৰ

কৃষক আন্দোলনত নিয়োজিত আৰক্ষী বিষয়াৰ মৃত্যু, তিনিলৈ বৃদ্ধি এই সংখ্যা

কৃষক আন্দোলনত নিয়োজিত আৰু এজন আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছে। মৃত আৰক্ষী বিষয়াজন হাৰিয়ানা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিজয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী বিষয়াজনে বিজয় টোহানা সীমান্তত কৰ্তব্যৰত অৱস্থাত আছিল। কৰ্তব্যৰত অৱস্থাতেই