ISHAN NEWS – Always One Step Ahead of Time…

Bigg Boss 18 : বিগ বছত গাধক উলিয়াই পেটাৰ ৰোষত ভাইজান

নিউজ ডেস্ক, ৯ অক্টোবৰঃ গধৰাজৰ বাবেই পেটাৰ ৰঙা চকুৰ সন্মুখীন হ'বলগীয়া হৈছে ছলমান খান । জনপ্ৰিয় ৰিয়েলিটী শ্ব' বিগ বছত গধৰাজ নামৰ এটা গাধকো প্ৰতিযোগীৰ আসন দি পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অব্ এনিমেলছৰ পত্ৰ লাভ কৰিবলগীয়া হ'ল ভাইজানে (Salman

Haryana Election Results : হাৰিয়ানাত পৰাজয়ৰ পিচত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া, কাষ চাপিব নিৰ্বাচন…

নিউজ ডেস্ক, ৯ অক্টোবৰঃ মঙলবাৰে ঘোষিত হ'ল হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল । এক্সিট প'ল অনুসৰি সংখ্যাগৰিষ্ঠ আসন লাভ নকৰি ৯০ খন আসনৰ ৩৭ খন আসনতে সীমাবদ্ধ থাকিল কংগ্ৰেছ । বিপৰীতে বিজপি ৪৮ খন আসনত জয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িল ।মঙলবাৰৰ এই

Sunita Williams : মহাকাশৰ পৰাই ভোট দিব সুনীতা উইলিয়ামছে, কিন্তু কি পদ্ধতিৰে ?

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৫ জুনৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ(International Space Station)তে আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ । ইফালে ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (US presidential election)।

Annual Patta to Periodic Patta : নাথাকিব একচনীয়া মাটি, চৰকাৰে দিব ম্যাদী পট্টা

নিউজ ডেস্ক, 9 অক্টোবৰঃ ৰাজ্যত শীৰ্ঘেই বিলুপ্ত হ'ব একচনীয়া মাটি (Eksonia land)। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । মঙলবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় এই

Kolkata Rape and Murder Case : কলকাতাৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকে কৰিলে পদত্যাগ ৷ শনিবাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত অব্যাহত থকা কনিষ্ঠ চিকিৎসকৰ অনশনৰ প্ৰতি সমৰ্থন জনাই গ্ৰহণ

Election Results 2024 : বেণ্ড পাৰ্টীৰ শিল্পী উভতি গ’ল, নাহিল ভূপেন বৰাও ! লখিমপুৰত কংগ্ৰেছৰ বিজয়…

নিউজ ডেস্ক, ৮ অক্টোবৰঃ এক্সিট প’ল চাই আনন্দত আত্মহাৰা হৈ পৰিছিল কংগ্ৰেছ ৷ আয়োজন কৰিলে বহু কিবাকিবি । ভোজ-ভাতৰ আয়োজন কৰি নিমন্ত্ৰণ জনোৱা হ’ল বেণ্ড পাৰ্টীও ৷ হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিবই বুলি নিশ্চিত হৈ থকা ভূপেন বৰায়ো (Bhupen Borah)

A Strange Story : ৪৮ বছৰ লাগিল চাকৰিৰ আবেদনৰ উত্তৰ আহিবলৈ ! ক’ত এই ঘটনা ?

নিউজ ডেস্ক, ৮ অক্টোবৰঃ চাকৰি এটাৰ বাবে অবেদন কৰি কিমানদিন অপেক্ষা কৰি পাইছে আপুনি? কিমান বছৰ? কৰ্তৃপক্ষৰ পৰা ইতিবাচক, নেতিবাচক কিবা এটা সঁহাৰি আহিব আহিব বুলি ৰৈ থকাটো এক ধৈৰ্য পৰীক্ষা ৷ কিন্তু আপুনি হয়তো ভাবিবও নোৱাৰিব যে প্ৰায় পাঁচটা

হাৰিয়ানাত হেটট্ৰিকৰ দিশে বিজেপি, তিনিমাহৰ ভিতৰত দ্বিতীয়টো আঘাতৰ দিশে বিনেশ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে পুৱাৰে পৰা হাৰিয়ানাৰ লগতে জম্মু-কাশ্মীৰত আৰম্ভ হ'ল বিধানসভা নিৰ্বাচনৰ ভোটগণনা । হাৰিয়ানাত পুৱা ৮ বজাৰ পৰা আৰম্ভ হল ভোটগণনা । ৬৮ শতাংশ ভোটগ্ৰহণৰে ৯০ খন বিধানসভা আসনৰ বাবে ৫ অক্টোবৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল

ভয়ংকৰ বাছ দুৰ্ঘটনা। বাছ বাগৰি ৪জনকৈ লোকৰ মৃত্যু।

সোমবাৰৰ দিনটোত গুজৰাটৰ বানাস্কান্তত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ বাগৰি পৰাৰ ফলত ৪জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 25জনকৈ যাত্ৰী আহত আৰু ৭জনকৈ লোক সংকটজনক অৱস্থাত। নৱৰাত্ৰি উপলক্ষে বিখ্যাত অম্বাজী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল ভক্তসকল।

ভয়ংকৰ নাও দুৰ্ঘটনা। প্ৰাণ গ’ল ৭৮জনকৈ লোকৰ, সন্ধানহীন ৬৪গৰাকীকৈ লোক।

মাজসাগৰত ভয়ংকৰ নাও দুৰ্ঘটনা। আফ্ৰিকাৰ কিভো হ্ৰদত এই শোকাৱহ দুৰ্ঘটনা। ৭৮ গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ। ৬৪ গৰাকী বৰ্তমানো সন্ধানহীন। https://fb.watch/v0VsKXoNM2 ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলোৱা উদ্ধাৰ অভিযানত বৰ্তমানলৈ ৪০ জনকহে উদ্ধাৰ কৰিব পৰা