ISHAN NEWS – Always One Step Ahead of Time…

বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণা – ২০২৪ বৰ্ষত ৩ কোটি মহিলা হ’ব লাখপতি

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট। বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে লাখপতি দিদী আঁচনি সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে। বাজেট দাখিল কৰি তেওঁ কয় যে, লাখপতি দিদী আঁচনিৰ অধীনত ২০২৩ বৰ্ষত এক কোটি

অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনটোতেই বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ৱেবছাইট

দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; ৭ গৰাকীৰ মৃত্যু, আহত ৮ জন

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বুজথালান তাৎমুল্লা অঞ্চলত বুধবাৰে এখন যাত্ৰীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি উৰিলৈ গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ

আছুৰ ক’লা পতাকাৰ ৰাজনীতি । ISHAN NEWS…

''আছুৰ ক’লা পতাকাৰ ৰাজনীতি '' এটা সময় আছিল যি সময়ত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শান্তিৰে এটা পলক থাকিব দিয়া নাছিল। মহন্ত য’লৈকে যায় তাতেই আছু কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। ক’লা পতাকা

পেট বাঢ়িছে নেকি?অনুসৰণ কৰক ‘ৰামধেনু ডায়েট’,কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ কমিব ওজন

ৰঙীন ফল-মূল আৰু শাক-পাচলিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ৰঙীন ফল-মূল আৰু শাক-পাচলিৰে সমৃদ্ধ খাদ্যক ৰামধেনু খাদ্য বোলা হয়। বিভিন্ন ৰঙৰ ফল-মূলৰ স্বাস্থ্যৰ উপকাৰো বেলেগ বেলেগ।জানি থওঁক ৰামধেনু ডায়েটৰ ভিতৰৰ খাদ্য

মাওবাদীৰ আক্ৰমণত অসমৰ লম্বোধৰ সিংহসহ তিনিজন জোৱান ছহিদ, ১৪ জন আহত

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ছহিদ হ’ল তিনিজন সেনা জোৱান। মঙলবাৰে ছত্তীশগড়ৰ বীজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত সংঘটিত হৈছে এই ঘটনা। দুই পক্ষৰ মাজত চলা সংঘৰ্ষত ১৪ জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।

নিৰ্বাচনী ৰেলীত ভয়ংকৰ বিস্ফোৰণ; প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চাৰি দলীয় সমৰ্থক নিহত । ISHAN NEWS…

নিৰ্বাচনমুখী পাকিস্তানত ভয়ংকৰ ঘটনা। প্ৰচাৰ অভিযানৰ বাবে আয়োজন কৰা এখন নিৰ্বাচনী ৰেলীত ঘটিল ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান নেতৃত্বাধীন পি টি আই দলৰ চাৰিজন সদস্য নিহত হোৱাৰ লগতে পাঁচজন লোক আহত হয়।

সংঘৰ্ষৰ পিছতে জ্বলি উঠিল দুখন বাহন; ২০ জনৰ মৃত্যু, ১৬ জন আহত । ISHAN NEWS…

মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত দেশখনৰ চিনালোয়া ৰাজ্যৰ ১৫ডি ঘাইপথত এখন বাছ আৰু ট্ৰেক্টৰ ট্ৰেইলাৰৰ মাজত হোৱা সংঘৰ্ষত কমেও ২০ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰি এই দুৰ্ঘটনাত ১৬ জনকৈ লোক আহত হৈছে।

ঠাণ্ডাৰ লগে লগে মূৰৰ বিষ বাঢ়িছে? কাৰণ কি, কেনেকৈ ভাল কৰিব জানি থওঁক । ISHAN NEWS…

শীতকালত মূৰৰ বিষৰ এটা সাধাৰণ কাৰণ হৈছে পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাটো।ঠাণ্ডাত বহুতৰে পানী খোৱাৰ প্ৰৱণতা কমি যায়।ফলত মূৰৰ বিষৰ সমস্যা হোৱা দেখা যায়।শীতকালত বতৰৰ সঘন পৰিবৰ্তনৰ বাবেও মূৰৰ বিষ হয়।ৰাতি ভীষণ ঠাণ্ডাত থাকি পুৱা মূৰত প্ৰত্যক্ষ

ভয়ংকৰ পথ দুৰ্ঘটনা; ডেৰ বছৰীয়া শিশু, স্কুলীয়া ছাত্ৰসহ তিনিজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ বদৌন জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে উঝানি কোতৱালি অঞ্চলৰ বাৰেলী-মথুৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ডেৰ বছৰীয়া শিশু, এগৰাকী শিক্ষাৰ্থীসহ তিনিজনৰ মৃত্যু হয়। জানিব পৰা মতে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী লৈ যোৱা এখন