ISHAN NEWS – Always One Step Ahead of Time…

বিপদে লগ এৰা নাই ইমৰান খানক; এইবাৰ ১০ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। মঙলবাৰে আদালতে চাইফাৰ গোচৰত শাস্তি প্ৰদান কৰে দুয়োগৰাকী নেতাক। ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত হোৱা শুনানিৰ

RSS নেতাৰ হত্যাকাণ্ডৰ গোচৰত PFI-ৰ ১৫ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি

এগৰাকী আৰ এছ এছৰ নেতাক হত্যা কৰাৰ অপৰাধত নিষিদ্ধ ঘোষিত সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পি এফ আই)ৰ ১৫ জন সদস্যক কেৰালাৰ এখন স্থানীয় আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসৰ হত্যাকাণ্ডত পি এফ আইৰ এই কেইগৰাকী

বিয়াৰ খবৰ পুৰণা হ’ল। নতুন বছৰত নতুন চমক পৰিণীতি চোপ্ৰাৰ। ISHAN NEWS…

যোৱাটো বৰ্ষত ৰাজনীতিবিদ ৰাঘৱ চাদ্ধাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী পৰিণীতি চোপ্ৰা। নতুন বছৰৰ আৰম্ভণিতে পৰিণীতিৰ জীৱনলৈ আহিল আন এক পৰিৱৰ্তন।বিবাহৰ পিছত চলচ্চিত্ৰ প্ৰচাৰৰ পৰা ফেশ্বন সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানত পৰিণীতিক দেখা পোৱা

প্ৰথমটো নিৰ্বাচনতে ‘NDA’ৰ হাতত পৰাস্ত ‘INDIA’ : জয়ী হ’ল বিজেপিৰ মেয়ৰ

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়। এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মনোজ সোনকাৰে জয়লাভ কৰিছে। মনোজ সোনকাৰে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী কুলদীপ কুমাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।বিগত আঠ বছৰে ধৰি বিজেপিয়ে মেয়ৰৰ পদত অধিষ্ঠিত হৈ আছে।

গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা। যোৰহাট আৰক্ষীয়ে চমন জাৰি কৰিছিল ভূপেন বৰালৈ। যোৰহাটলৈ ৰাওনা…

গ্ৰেপ্তাৰ হ'ব পাৰে ভূপেন বৰা। যোৰহাট আৰক্ষীয়ে চমন জাৰি কৰিছিল ভূপেন বৰালৈ। যোৰহাটলৈ ৰাওনা ভূপেন বৰা। https://fb.watch/pUn1t8XrMI/

ভাৰতীয় নৌসেনাই বচালে ১৯ গৰাকী পাকিস্তানীৰ প্ৰাণ; জলদস্যুৰ পৰা উদ্ধাৰ জাহাজ

ভাৰতীয় নৌসেনাৰ পুনৰ সফলতা। আৰব সাগৰত ভাৰতৰ নৌসেনাই ইৰাণৰ পতাকা থকা এখন জাহাজ ছোমালিয়াৰ জলদস্যুৰ পৰা সফলতাৰে উদ্ধাৰ কৰিছে। অৱশ্যে জলদস্যুৰ সৈতে কোনো সংঘৰ্ষ হৈছে নেকি তাৰ কোনো খবৰ পোৱা হোৱা নাই। অস্ত্ৰ-শস্ত্ৰধাৰী জলদস্যুই জাহাজখন অপহৰণ

১০৩ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে বিয়া কৰালে ৪৯ বছৰীয়া মহিলাক, ভাইৰেল ভিডিঅ’ ISHAN…

১০৩ বছৰীয়া এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে তেওঁৰ আধাতকৈও কম বয়সৰ এগৰাকী মহিলাক বিয়া কৰাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ভূপালৰ স্বাধীনতা সংগ্ৰামী হাবিব নাজাৰে ইতৱাৰা অঞ্চলত কৰা নিকাহ অনুষ্ঠানত ৪৯ বছৰীয়া ফিৰোজ জাহানৰ পাণি গ্ৰহণ

চাওমিন, বাৰ্গাৰ আদি দেখিলে লোভ সামৰিব নোৱাৰে নেকি? খাদ্যাভাসৰ নিয়ন্ত্ৰণ ৰাখিবলৈ মানি চলক ৫টা নিয়ম।…

বাহিৰৰ খাদ্য দেখিলে বহুতে সম্বৰণ কৰিব নোৰাৰে লোভ।শৰীৰ সবল কৰি ৰাখিবলৈ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ থকাটো প্ৰয়োজন।কামৰ ব্যস্ততা যিমানে বাঢ়ি যায় সিমানেই অনিয়মিত খাদ্যাভ্যাসৰ প্ৰৱণতা বৃদ্ধি পায়। দৈনন্দিন জীৱনত কি কি কথা