ISHAN NEWS – Always One Step Ahead of Time…

ট্ৰাকৰ প্ৰচণ্ড খুন্দাত জ্বলি উঠিল চাৰিচকীয়া বাহন; অগ্নিদগ্ধ হৈ চাৰিজনৰ মৃত্যু

পঞ্জাৱৰ হোছিয়াৰপুৰৰ দছুহাৰ উঞ্চি বচ্ছি গাঁৱৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ পিছত চাৰিচকীয়া বাহনখন জ্বলি উঠে আৰু গাড়ীখনৰ দুৱাৰ খুলিব নোৱাৰাৰ

প্ৰধানমন্ত্ৰী মোদীক সহায়ৰ বাবে কাতৰ আহ্বান যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ । ishan news…

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে। যুদ্ধৰ বাবে ইউক্ৰেইনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। অৰ্থনীতি শক্তিশালী কৰাৰ বাবে এতিয়া ভাৰতৰ পৰা সহায় বিচাৰিছে যুদ্ধবিধ্বস্ত দেশ ইউক্ৰেইনে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

বিমান দুৰ্ঘটনা; দুগৰাকী যাত্ৰীয়ে হেৰুৱালে প্ৰাণ

ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ এখন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ছিনহুয়া সংবাদ সংস্থাৰ বাতৰি অনুসৰি, পিটি-ডিকেএ নামেৰে পঞ্জীয়নভুক্ত পাইপাৰ কমাঞ্চ বিমানখনে

দেউতাকৰ তৃতীয় বিবাহ !স্কুললৈ যাব পৰা নাই ছানিয়াৰ পুত্ৰ ইজাহান!ডাঙৰ সিদ্ধান্ত ছানিয়াৰ।

ছানিয়া মিৰ্জা আৰু শ্বোয়েব মালিকৰ বিবাহ বিচ্ছেদৰ কেইমাহমানৰ ভিতৰতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় পাকিস্তানী ক্ৰিকেটাৰ গৰাকী।ছানিয়া -শ্বোৱেবৰ ব্যক্তিগত জীৱন এতিয়া চৰ্চাত। গতিকে বিভিন্ন ধৰণৰ গুজৱ অনুৰাগীৰ মাজত চলি আছে।আনকি শ্বোৱেবৰ

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বিৰাট কোহলী

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ খিতাপেৰে সন্মানিত কৰিছে। এই খিতাপ লাভ কৰাৰ লগে লগে আই চি চিৰ সৰ্বাধিক অৰ্থাত ১০টা ব্যক্তিগত বঁটা লাভ কৰা প্ৰথমগৰাকী

ৰাষ্ট্ৰীয় ৰাজনীতিত ধুমুহা; পুনৰ বিজেপিৰে মিত্ৰতা কৰিবলৈ সাজু নীতিশ কুমাৰ!

ৰাজনীতিত অসম্ভৱ বুলি একো কথা নাথাকে। সময়ে সময়ে সেই কথা প্ৰমাণ কৰি আহিছে বিহাৰে। বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী অনুসৰি, দেওবাৰে জে ডি ইউ প্ৰধান নীতিশ কুমাৰে সপ্তমবাৰৰ বাবে

জানো আহক পতাকা উত্তোলন আৰু পতাকা উন্মোচনৰ মাজৰ পাৰ্থক্য

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস ভাৰতৰ দুটা গুৰুত্বপূৰ্ণ দিন। এই দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/উন্মোচন কৰি দেশৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়। এই দুটা দিনত পতাকা যদিও উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে

ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতো খেলপথাৰত নামিল খেলুৱৈ

অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা ব্ৰীছবেনত আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখনৰ আৰম্ভণিৰ পূৰ্বে দুয়োখন দেশৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত অষ্ট্ৰেলিয়া দলৰ এগৰাকী ক্ৰিকেটাৰক তেওঁৰ সতীৰ্থ খেলুৱৈৰ পৰা