ISHAN NEWS – Always One Step Ahead of Time…

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাল্টি ভিটামিন গ্ৰহণ কৰে নেকি?কি কি নিয়ম মানি নল’লে পৰিব…

প্ৰায়ে শৰীৰৰ পুষ্টিৰ বাবে মানুহে ভিটামিন আৰু বিভিন্ন ধৰণৰ চাপ্লিমেন্ট খোৱা দেখা যায়। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ভিটামিন আৰু চাপ্লিমেন্ট বন্ধ কৰিব লাগে বা একেলগে খাব নালাগে সেয়া জানি থওঁক। ১)মেগনেছিয়ামৰ সৈতে কেলচিয়াম বা

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাজ্যিক মন্ত্ৰীসহ তিনিগৰাকীৰ মৃত্যু

শ্ৰীলংকাত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱাই সংঘটিত হোৱা দুৰ্ঘটনাটোত দেশখনৰ ৰাজ্যিক মন্ত্ৰী সনাথ নিচান্থ আৰু তেওঁৰ নিৰাপত্তা দলৰ এজন কনিষ্টবলৰ লগতে চালকজনৰ মৃত্যু হয়। শ্ৰীলংকা আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, ৪৮ বছৰীয়া জল

ৰামলালাৰ অপূৰ্ব মূৰ্তি কোনে, কেনেকৈ নিৰ্মাণ কৰিলে? কিমান দিনত সম্পূৰ্ণ হ’ল ৰামলালাৰ মূৰ্তি?…

সোমবাৰে সমগ্ৰ বিশ্ব এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ পৰিল । অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে। ৰামলালাৰ প্ৰতিমূৰ্তিৰ প্ৰথম দৰ্শনত অভিভূত হৈ পৰিল সকলো। ৰামলালাৰ এই শিলৰ মূৰ্তিৰ উচ্চতা ৫১

বকোত লতামাকৰি হত্যা কৰি ভক্ষণ কৰিলে জীৱশ্ৰেষ্ঠই; তিনিজনক গ্ৰেপ্তাৰ । ISHAN NEWS…

জীৱশ্রেষ্ঠ মানুহ কিমান বর্বৰ–পৈশাচিক হ’ব পাৰে, সেয়া আকৌ এবাৰ প্রকট হ’ল। অসমৰ বিভিন্ন প্রান্তত বনৰীয়া জীৱ-জন্তু আৰু মানুহৰ সংঘাত এক সমস্যালৈ পর্যবসিত হৈছে। https://fb.watch/pNJw8Ly1fo/ এই সংঘাতত যদি কেতিয়াবা মানুহৰ মৃত্যু হৈছে,

‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই’, স্পষ্ট কৰি দিলে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে

অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে অৱসৰৰ খবৰক খণ্ডন কৰি এক ডাঙৰ মন্তব্য কৰিছে। সংবাদ মাধ্যমে ভুল উদ্ধৃতিৰে তেওঁৰ অৱসৰৰ বাতৰি প্ৰকাশ কৰা বুলি কয় বক্সাৰগৰাকীয়ে। ‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই আৰু এয়া ভুল উদ্ধৃতি

এইখন মুছলিম দেশত প্ৰথমবাৰৰ বাবে খুলিব সুৰাৰ বিপণী। সুৰা ক্ৰয়ৰ বাবে মানিব লাগিব এইসমূহ নিয়ম । ishan…

৭০ বছৰৰ মূৰত ইছলামিক ৰক্ষণশীল দেশ ছৌদি আৰৱত খোল খাব সুৰাৰ বিপণী। দেশখনত থকা অ-মুছলমান কূটনীতিকসকলৰ বাবে ৰাজধানী ৰিয়াধত এই সুৰাৰ বিপণী খোলা হ’ব। সুৰা ক্ৰয় কৰিবলৈ গ্ৰাহকসকলে মানি চলিব কেইবাটাও নিয়ম। বিপণীৰ পৰা সুৰা ক্ৰয় কৰিবলৈ হলে মোৱাইল

সোণৰ খনিত ভয়ংকৰ ভূমিস্খলন; ৭০ ৰো অধিক শ্ৰমিক নিহত ishan news…

মালিত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। সংবাদ সংস্থা এফ পিৰ এক প্ৰতিবেদন অনুসৰি সোণৰ খনিত হোৱা ভূমিস্খলনৰ ফলত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বুধবাৰে সংঘটিত হয় এই ঘটনা। মালি বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ। এই দেশখন আফ্ৰিকাৰ অন্যতম প্ৰধান সোণ