ISHAN NEWS – Always One Step Ahead of Time…

প্ৰচণ্ড শীতৰ প্ৰকোপত ৩৬টা শিশুৰ মৃত্যু; বিদ্যালয়ত বাতিল পুৱাৰ প্ৰাৰ্থনা সভা । ishan news…

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত শীতৰ প্ৰকোপৰ ফলত নিউম'নিয়াত আক্ৰান্ত হৈ কমেও ৩৬টা শিশুৰ মৃত্যু হৈছে। শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা সভাত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই

বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ শ্বেখ হাছিনাৰ। ISHAN NEWS… 

পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাই। বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ বাসগৃহত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। শ্বেখ হাছিনাৰ নতুন মন্ত্ৰীসভাত বৈদেশিক

ক্ৰিপ্টোকাৰেন্সী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ

ক্ৰিপ্টোকাৰেন্সী  সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ। বৃহস্পতিবাৰে দেশৰ কেন্দ্ৰীয় বেংকে ক্ৰিপ্টোকাৰেন্সীৰ নিয়মৰ ক্ষেত্ৰত আনক অনুসৰণ নকৰে বুলি মন্তব্য শক্তিকান্ত দাসৰ। মিণ্ট বি এফ এছ আইৰ

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ দিবই নালাগিছিল কংগ্ৰেছক : কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

২২ জানুৱাৰীত অযোধ্যা চহৰত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি শাসকীয় বিজেপিৰ আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ। সমালোচনাৰ সন্মুখীন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছক কটাক্ষ

ধৰ্ষণৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি পোৱা সন্দীপ লামিছানেৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ক্ৰিকেট ব’ৰ্ডৰ

এগৰাকী ১৮ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপৰাধত ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰা সন্দীপ লামিছানেক নেপাল ক্ৰিকেট সন্থাই নিলম্বন কৰিছে। বুধবাৰে কাঠমাণ্ডু জিলা আদালতে শাস্তিৰ ৰায়দান দিয়াৰ এদিন পিছতে নেপাল ক্ৰিকেট সন্থাই এই ঘোষণা কৰিছে। নেপাল

১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত ২০২৪ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব । বাজেট দাখিলৰ এদিন পূৰ্বে অহা ৩১ জানুৱাৰীত দেশৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব বিত্ত মন্ত্ৰালয়ে । ২০২৪ ত মোদী চৰকাৰৰ দ্বিতীয়

মণিপুৰত পুনৰ হিংসা; উগ্ৰপন্থীৰ গুলীচালনাৰ মাজতে চাৰিজন লোক নিৰুদ্দেশ 

৮ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলিছিল সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই। ৰাজ্যখনৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ পৰা আহিছে পুনৰ চাঞ্চল্যকৰ খবৰ। চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত খৰি বুটলিবলৈ যোৱা কুম্বী বিধানসভা

‘ভাৰত ন্যায় যাত্ৰা’ত অথন্তৰ! যাত্ৰাৰ অনুমতি দিয়া নাই মণিপুৰ চৰকাৰে

ভাৰত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই লাগিল অথন্তৰ। মণিপুৰৰ যিখন খেলপথাৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল তাক অনুমতি প্ৰদান কৰা নাই মণিপুৰৰ ৰাজ্য চৰকাৰে। মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰাই আজি

মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা ! অযোগ্য হ’ব নেকি শিৱসেনাৰ বিধায়ক !

মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে শিৱসেনাৰ বিধায়কক অযোগ্য ঘোষণা কৰা সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। প্ৰায় ডেৰ বছৰ পূৰ্বে

সুচানা শেথ সন্দৰ্ভত ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য!

সুচানা শেথ সন্দৰ্ভত পোহৰলৈ আহিছে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য। আৰক্ষীয়ে সুচানাৰ সন্তানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰ্ণাটকৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ দায়িত্বত থকা চিকিৎসক কুমাৰ নাইকে সংবাদ মাধ্যমৰ আগত কয় যে,