ISHAN NEWS – Always One Step Ahead of Time…

কৰুণ! ট্ৰাকৰ খুন্দাত একেখন ঠাইৰে তিনিজন যুৱকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ হমীৰপুৰ জিলাৰ ৩৪ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে একেখন ঠাইৰে তিনিজন যুৱকৰ। জানিব পৰা মতে, যুৱক তিনিজনে এখন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকখনে

চৰণেহে জানে মৰণৰ ঠাই! ৰান ল’বলৈ দৌৰাৰ পিছতেই অভিযন্তাই সাৱটিলে মৃত্যুক

কোনেও নাজানে কাৰ মৃত্যু ক’ত, কেতিয়া, কেনেকৈ হয়। সেয়ে কোৱা হয় চৰণেহে জানে মৰণৰ ঠাই। নেদেখাজনৰ হাতত সকলো বুলি বিশ্বাস কৰা হয়। ঠিক তেনেদৰে পৰিয়াল তথা সতীৰ্থই কল্পনা নকৰাকৈয়ে এজন অভিযন্তাই ক্ৰিকেট খেলপথাৰত সাৱটিলে মৃত্যুক। ক্ৰিকেট

চুপাৰহিট ৩ ৰ পিছত ব্যতিক্ৰমী ৰূপেৰে শ্বাহৰুখ খানৰ নতুন ছবি

২০২৩ চনটো শ্বাহৰুখ খানৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ'ল,য'ত এখন দুখন নহয়, তিনিখন অভিলেখ ভংগকাৰী ছবি -পাথান,জৱান আৰু ডাংকি নিৰ্মাণ কৰে। ঘৰুৱা ক্ষেত্ৰত ৫০০ কোটি আৰু বিশ্বজুৰি ১০০০কোটি টকাৰ গ্ৰেণ্ড ফিগাৰ অতিক্ৰম কৰা ৩ খন ছবিয়ে এবছৰত অতিক্ৰম

৪ লাখ টকাৰে নিৰ্মাণ দুমহলীয়া ভেলাঘৰ… ISHAN NEWS

ভোগালী বিহুলৈ মাজত মাথো কেইবা দিন। গুৱাহাটীৰ পাঠৰকোৱাৰীস্থিত খেলপথাৰত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি । ভোগালী বিহু উপলক্ষে নিৰ্মাণ কৰা ২ মহলীয়া ভেলাঘৰৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ভেলাঘৰ চাবলৈ  স্থানীয় ৰাইজৰ এতিয়াৰ পৰাই ভিৰ

ললিত মোদীয়ে মোৰ কেৰিয়াৰ শেষ কৰি দিয়াৰ ভাবুকি দিছিল : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ চাঞ্চল্যকৰ ভাষ্য

এটা জনপ্ৰিয় অনুষ্ঠানত দিয়া সাক্ষাতকাৰৰ বাবে এতিয়া বিশেষ চৰ্চাত এজন প্ৰাক্তন ক্ৰিকেটাৰ। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে সাক্ষাতকাৰটোত কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। বিস্ফোৰক মন্তব্যৰে ক্ৰিকেট জগতত খলকনিৰ সৃষ্টি কৰা প্ৰাক্তন

কুকুৰ বধ আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা দক্ষিণ কোৰিয়াৰ; জানো আহক ইয়াৰ কাৰণ…

মঙলবাৰে দক্ষিণ কোৰিয়াৰ সংসদে কুকুৰৰ মাংস বধ আৰু বিক্ৰী নিষিদ্ধ কৰাৰ বিধেয়ক গৃহীত কৰি শতিকাজুৰি চলি অহা এই প্ৰথাৰ অন্ত পেলায়। এই পদক্ষেপে দক্ষিণ কোৰিয়াৰ পশু কল্যাণৰ প্ৰতি সামাজিক মনোভাৱৰ পৰিৱৰ্তন প্ৰতিফলিত কৰিছে বুলি কয় চৰকাৰে। এই

বিপদত লালু পৰিয়াল! ভূমিৰ বিনিময়ত চাকৰি গোচৰত ৪,৭৫১ পৃষ্ঠাৰ অভিযোগনামা দাখিল ED-ৰ

ভূমিৰ বিনিময়ত চাকৰি প্ৰদান কৰাৰ এক গোচৰত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)য়ে আজি দাখিল কৰিলে অভিযোগনামা। দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টত দাখিল কৰা ইডিৰ অভিযোগনামাত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী, তেওঁৰ দুই কন্যা ক্ৰমে মীছা ভাৰতী আৰু হেমা

চাঞ্চল্যকৰ ঘটনা। মাতৃৰ বেগত সন্তানৰ মৃতদেহ !

মা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে মমতাময়ী মাতৃ এগৰাকীৰ ছবি । মাকৰ কোলাত থকা এটি শিশুক হাজাৰ বিপদ বিঘিনীয়েও একো কৰিব নোৱাৰে বুলি বিশ্বাস কৰে আমাৰ সমাজত ।কিন্ত ইয়াৰ সম্পূৰ্ণ এক বিপৰীত ঘটনা সংঘটিত হৈছে এইখন দেশতে । বাংগালুৰুৰ কৃত্ৰিম

৩০ বছৰৰ পৰা ‘মৌন ব্ৰত’ত এগৰাকী মহিলা; ৰাম মন্দিৰ উদ্বোধনৰ পিছতেই ভংগ কৰিব প্ৰতিজ্ঞা

দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰিত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে এগৰাকী ৮৫ বছৰীয়া মহিলাৰ পূৰণ হ’ব এক সপোন। এই দিনটোতে মহিলাগৰাকীয়ে ভংগ কৰিব এক

মৌ-মাখিৰ আক্ৰমণত মৰিগাঁওত এজনৰ মৃত্যু  

পুৱাতেই মৰিগাঁওত ভয়ংকৰ ঘটনা । মৌ-মাখিৰ আক্ৰমণত মৰিগাঁওত এজনৰ মৃত্যু আৰু কেইবাজনো আহত । আহত আটাই কেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি । মৌ-মাখিৰ আক্ৰমণত নিহত ব্যক্তিজন হৈছে দিপক নন্দী । মৌ-মাখিৰ আক্ৰমণত গুৰুতৰভাবে আহত