ISHAN NEWS – Always One Step Ahead of Time…

দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালক ৰাজ্যসভালৈ পঠিয়াব AAP-এ

ৰাজনীতিৰ পথাৰত খোজ দিবলৈ সাজু হৈছে দিল্লী মহিলা আয়োগৰ বৰ্তমানৰ অধ্যক্ষা স্বাতী মালিৱাল। আম আদমি পাৰ্টিয়ে মহিলা নেত্ৰীগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুশীল কুমাৰ গুপ্তাৰ ঠাইত স্বাতী মালিৱালক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব

২০২৪তদ্ৰুত গতিত বিকাশ হ’ব ভাৰতীয়অৰ্থনীতিঃ ৰাষ্ট্ৰসংঘ  

কভিড মহামাৰী, ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বকে অৰ্থনৈতিক সংকটৰ মাজলৈ থেলি দিয়াৰ সময়তো ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি অব্যাহত থাকিব ।ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতৰ অৰ্থনীতিৰ বাবে কঢ়িয়াই আনিছে এই ভাল খবৰ । ২০২৪ চনত

লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত সক্ৰিয় ED

লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ মহাৰাষ্ট্ৰত সক্ৰিয় হৈ পৰিছে ই,ডি।এইবাৰ ই,ডি য়ে লক্ষ্য কৰি লৈছে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ নাতি তথা দলীয় বিধায়ক ৰোহিত ৰাজেন্দ্ৰ পাৱাৰক। শুকুৰবাৰে বিয়লিৰ পৰা পুনে, ঔৰংগাবাদ, বাৰামাটি আৰু

তৃণমূলৰ নেতাৰ ঘৰত অভিযান চলাবলৈ যোৱা ED-ৰ দলক আক্ৰমণ

পশ্চিম বংগত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা। ৰেচন কেলেংকাৰিৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰত অভিযান চলাবলৈ যোৱা প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ এটা দলক ২০০ ৰো অধিক লোকে আক্ৰমণ কৰিছে। অভিযানকাৰী দলটোৱে জনোৱা অনুসৰি, আক্ৰমণৰ ঘটনাটো উত্তৰ ২৪

প্ৰবীণ সাংবাদিক যদু কাকতিৰ দেহাৱসান

নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন শুকুৰবাৰে ৰাজ্যৰ প্ৰবীণ সাংবাদিক যদু কাকতিয়ে GMCH ত শেষ নিশ্বাস ত্যাগ কৰে । বাৰ্দ্ধক্যজনিত অসুস্থতাৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা GMCH ত চিকিতসাধীন হৈ থকা যদু কাকতিৰ মৃত্যুৰ সময়ত বয়স

অধিনায়ক হিচাপে ইতিহাস ৰচিলে ৰোহিত শৰ্মাই

কেপটাউনত অনুষ্ঠিত হোৱা টেষ্ট মেচখনত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰত। নিউলেণ্ডছ কেপটাউনত জয়ী হোৱা ভাৰত হৈছে এছিয়াৰ একমাত্ৰ দেশ। ইয়াৰ পূৰ্বে নিউলেণ্ডছ কেপটাউনত এছিয়াৰ কোনো এটা দলে দক্ষিণ আফ্ৰিকাৰ