ISHAN NEWS – Always One Step Ahead of Time…

গাড়ী চালকৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতিত স্তব্ধ পৰিবহণ ব্যৱস্থা

ডিব্ৰুগড়ত বন্ধ নমনা চালকক ৰাজপথত আঁঠু কঢ়ালে প্ৰতিবাদকাৰীয়ে অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ৰ কৰ্মবিৰতিৰ ফলত আজি স্তব্ধ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। অসম আৰু উত্তৰ-পূবত ৪৮ ঘণ্টাৰ বাবে এই কৰ্মবিৰতি

জলদুস্যৰ কৱলত ভাৰতীয় নাগৰিকসহ জাহাজ! আৰৱ সাগৰৰ বুকুত ভয়ংকৰ ঘটনা

সাগৰৰ বুকুত জলদুস্যই হাইজেক কৰিলে ভাৰতীয় নাগৰিক থকা এখন জাহাজ। আৰৱ সাগৰৰ বুকুত ভয়ংকৰ ঘটনা। ছোমালিয়াৰ ওচৰৰ আৰৱ সাগৰত এম ভি লীলা নৰফোক নামৰ জাহাজখন হাইজেক কৰিলে জলদুস্যই। এই জাহাজখনত প্ৰায় ১৫ জন ভাৰতীয় ক্ৰু সদস্য আছে। জলদস্যুৰ কৱলৰ পৰা

নিৰ্বাচনৰ প্ৰস্তুতি; ৭ জানুৱাৰিৰ পৰা ৰাজ্যসমূহ ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগে

অহা সপ্তাহত অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ভ্ৰমণৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা আৰম্ভ কৰিব নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগৰ বিষয়াসকল অহা ৭ৰ পৰা ১০ জানুৱাৰিৰ ভিতৰত

পুনৰবাৰ ভাৰতৰ ধনাঢ্য ব্যক্তিৰ তালিকাত শীৰ্ষস্থান গৌতম আদানিৰ । ISHAN NEWS…

আদানি গ্ৰুপৰ অধ্যক্ষ তথা উদ্যোগপতি গৌতম আদানিয়ে পুনৰ এবাৰ ভাৰতৰ শীৰ্ষ ধনী ব্যক্তিৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ব্লুমবাৰ্গ বিলিয়নাৰ ইণ্ডেক্সৰ তথ্য অনুসৰি বিগত দুদিনত আদানিৰ মুঠ সম্পত্তি ৭.৬৭ বিলিয়ন বৃদ্ধি পাইছে। ইয়াৰ

দৰঙৰ খুলীয়া ভাউৰীয়াৰ প্ৰশিক্ষণ লʼবলৈ আহিল উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী। ISHAN…

এইবাৰ অসমৰ লোক সংস্কৃতিৰ শিক্ষা লʼবলৈ আহিল বহিঃৰাজ্যৰ যুৱক-যুৱতী। ক্ৰমাৎ জনজীৱনৰ পৰা হেৰাই যাবলৈ ধৰা দৰঙৰ খুলীয়া ভাউৰীয়াৰ প্ৰশিক্ষণ লʼবলৈ আহিল উউত্তৰ প্ৰদেশ, লক্ষ্ণৌ, পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী। অসমৰ বিশিষ্ট নাট্য শিল্পী পবিত্ৰ ৰাভাৰ