ISHAN NEWS – Always One Step Ahead of Time…

মহুৱা মৈত্ৰৰ আবেদনঃ উচ্চতম ন্যায়ালয়ত শুনানি   

তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ত লোকসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণৰ দাবী জনায় দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।বুধবাৰে উচচতম ন্যায়ালয়ে উৎকোচৰ গোচৰত মহুৱা মৈত্ৰক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা গোচৰ সন্দৰ্ভত

কেনে আয়োজন আমিৰ কন্যা ইৰাৰ বিবাহৰ? কাৰ সৈতে আহিল আমিৰৰ প্ৰাক্তন পত্নী কিৰণ?

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ আমিৰ খানৰ কন্যা ইৰা খানৰ। ফিটনেছ প্ৰশিক্ষক নুপূৰ শিখৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব ইৰা খান। মুম্বাইৰ বান্দ্ৰাৰ তাজ লেণ্ডছ এণ্ড হোটেলত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব বিবাহ অনুষ্ঠান। দম্পতীটোৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! নাগৰিকত্ব লাভৰ বাবে মোৱাইলতে কৰিব পাৰিব আৱেদন!

অথলে গল প্ৰতিবাদ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! আইন প্ৰণয়ণৰ ৪ বছৰৰ অন্তত CAA কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে। বাতৰি অনুসৰি, নাম প্ৰকাশত

আদানিক সকাহ উচ্চতম ন্যায়ালয়ৰ! হিণ্ডেনবাৰ্গ গোচৰৰ বাবে গঠন কৰা নহয় SIT

আদানি-হিণ্ডেনবাৰ্গ গোচৰত আদানি গ্ৰুপে লাভ কৰিছে কিছু সকাহ। বুধবাৰে এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰটো ছেবিৰ পৰা এছ আই টিলৈ হস্তান্তৰ কৰাৰ কোনো ভিত্তি নাই। অৱশ্যে এই গোচৰৰ সৈতে জড়িত বাকী গোচৰসমূহ তিনি মাহৰ ভিতৰত

কাৰ ভুলৰ বাবে দেৰগাঁৱৰ বালিজানত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

বনভোজ খাবলৈ গৈ নিঃশেষ হৈ গল দুটা পৰিয়াল। দেৰগাঁৱৰ বালিজানত আজি পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত বনভোজ খাবলৈ যোৱা এটা দলৰ গাড়ী দুৰ্ঘটনাত পতিত হৈ ১২জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক আহত হয় আৰু ইয়াৰে কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক

দেৰগাঁৱৰ দুৰ্ঘটনাক লৈ PM মোদীৰ দুখপ্ৰকাশ।মৃতকৰ আত্মীয়লৈ ২ লাখ আৰু আহতলৈ ৫০হাজাৰ টকা ঘোষণা

দেৰগাঁৱৰ বালিজানত সংঘটিত দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। সামাজিক মাধ্যম Xৰ এটি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে

পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে

৫ আৰু ৬ জানুৱাৰীত অসমত চকা বন্ধ

ট্ৰাক চালক সন্থাই দেশজুৰি হিট এণ্ড ৰাণ আইনৰ বিৰোধিতা কৰি সোমবাৰৰ পৰা আৰম্ভ কৰা তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে ।অসমৰো বিভিন্ন স্থানত মটৰ শ্ৰমিক সংস্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । অহা ৫ আৰু ৬

চৰকাৰী নীতিৰ বাবে কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধিঃ জয়শংকৰ

কানাডা চৰকাৰৰ নীতিৰ  বাবেই কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। মঙলবাৰে অৰ্থাত আজি এই অভিযোগ উত্থাপন কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ, জয়শংকৰে। কানাডাৰ ৰাজনীতিক জগৰীয়া কৰি মন্ত্ৰী এছ, জয়শংকৰে কানাডাত দেশখনৰ

ৰাণৱেত জ্বলি উঠিল বিমান, কথমপি প্ৰাণৰক্ষা ৩৭৯ গৰাকী যাত্ৰীৰ

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৩৭৯ গৰাকী যাত্ৰী। জাপানৰ ৰাজধানী টকিঅৰ হনেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা। লেণ্ডিঙৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা। ইয়াৰ পাছতেই দপদপাই জ্বলি উঠিল এখন বিমান। এই ঘটনাৰ পাছতেই বিমানবন্দৰত সৃষ্টি হয় আতংকময়