Browsing Category
NEWS
প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ৫৮ বছৰীয়া মাতৃয়ে জন্ম দিলে পুত্ৰ সন্তান
পঞ্জাৱী সংগীতজগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, নাম সিদ্ধ মুছেৱালা। ২০২২ চনৰ২৯ মে’ত মুছেৱালাক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। মুছেৱালাৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল পিতৃ-মাতৃ। তাৰ পাছতেই তেওঁলোকে ল’লে এটা ডাঙৰ সিদ্ধান্ত।
!-->!-->!-->…
বিশ্ববিদ্যালয়ত নামাজ পঢ়াক লৈ ভয়ংকৰ পৰিস্থিতি; কেইবাজনো বিদেশী ছাত্ৰ আহত
আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ত একাংশ যুৱকে বিদেশী ছাত্ৰৰ এটা দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত আহত হোৱা ছাত্ৰসকল আফ্ৰিকা, আফগানিস্তান, শ্ৰীলংকা আৰু উজবেকিস্তানৰ বুলি জানিব পৰা গৈছে।
আহত!-->!-->!-->…
নিৰাপত্তাৰক্ষীৰ অভিযানত এগৰাকী দুৰ্ধৰ্ষ মাওবাদীৰ মৃত্যু
ছত্তীশগড়ৰ কাংকেৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত পুনৰ ভয়াৱহ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত এজন মাওবাদী নিহত হৈছে।
অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে ঘটনাস্থলৰ পৰা মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ!-->!-->!-->…
কাৰাগাৰত বন্দী আছাৰামলৈ ডাঙৰ সকাহ; উচ্চ ন্যায়ালয়ে দিলে এই সিদ্ধান্ত
ধৰ্ষণৰ গোচৰত দীৰ্ঘ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা আছাৰামে যোধপুৰ উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পাইছে। উচ্চ ন্যায়ালয়ে আছাৰামক মুম্বাইত চিকিৎসা গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে।
যোধপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীনেশ মেহতা আৰু ন্যায়াধীশ!-->!-->!-->…
নিৰ্বাচনৰ পূৰ্বে সস্তা হ’ল পেট্ৰ’ল-ডিজেল; গুৱাহাটীত কিমান হ্ৰাস পালে মূল্য?
লোকসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস পালে ইয়াৰ মূল্য। সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সময় ওচৰ চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
এই হ্ৰাসৰ পিছত ৰাষ্ট্ৰীয়!-->!-->!-->…
ডাঙৰ-ডাঙৰ ব্যৱসায়ী নহয়, এই ১০টা কোম্পানীয়ে ক্ৰয় কৰিছিল সৰ্বাধিক নিৰ্বাচনী বণ্ড
ইচিআই অৰ্থাৎ ভাৰতীয় নিৰ্বাচন আয়োগে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে নিৰ্বাচনী বণ্ডৰ তথ্য। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে স্পষ্ট হৈ পৰিছে কোনে কিমান নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।
লক্ষ্যণীয় দিশটো হ’ল যে এই তালিকাত বণ্ডৰ আটাইতকৈ ডাঙৰ!-->!-->!-->…
‘এক দেশ এক নিৰ্বাচন’ৰ সপক্ষে আৰু বিপক্ষে কোন? কি আছে প্ৰতিবেদনত…
এক দেশ এক নিৰ্বাচন সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক প্ৰদান কৰিলে প্ৰতিবেদন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত হোৱা চাৰিজনীয়া সদস্যৰ সমিতিখনে বৃহস্পতিবাৰে এই প্ৰতিবেদন প্ৰদান কৰে।
১৮৬২৬ পৃষ্ঠাৰ এই প্ৰতিবেদনত কোৱা হৈছে!-->!-->!-->…
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক
দুৰ্ঘটনাত পতিত হৈছে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক লাহিৰু থিৰিমানে। অনুৰাধাপুৰৰ থিৰাপন্নে অঞ্চলৰ সমীপত দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰগৰাকী।
এখন মিনি ট্ৰাকৰ সৈতে তেওঁৰ গাড়ীখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।!-->!-->!-->…
দিল্লী কেপিটেলছত মোক্ষম আঘাত; IPL-ৰ পৰা বাহিৰ ৪ কোটি টকীয়া ক্ৰিকেটাৰ
২২ মাৰ্চৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৪)। কিন্তু ইয়াৰ পূৰ্বে ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।
৪ কোটি টকা ব্যয় কৰি দিল্লী কেপিটেলছত অন্তৰ্ভুক্ত হোৱা ইংলেণ্ডৰ তাৰকা!-->!-->!-->…
ভয়ংকৰ ভূমিস্খলন! ২ মহীয়া কেঁচুৱাসহ চাৰিজনে সাৱটিলে কৰুণ মৃত্যুক
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাহোৰ মহকুমাৰ চাছানা গাঁৱত হোৱা ভূমিস্খলনত ২ মহীয়া কেঁচুৱা, মাতৃ আৰু আন দুটা সন্তানৰ মৃত্যু হয়।
ভূমিস্খলনত ঘৰটো ভাঙি পৰাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনা!-->!-->!-->…