Browsing Category
NEWS
গুজৰাট টাইটানছত মহম্মদ ছামীৰ ঠাই কোনে ল’ব? চৰ্চাত দুগৰাকী খেলুৱৈ
সফলতাৰে সম্পন্ন হৈ গ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰ। ইয়াৰ পিছতে তেওঁ শীঘ্ৰে সুস্থ হৈ খেলপথাৰলৈ উভতি অহাৰ কামনা কৰিছে অনুৰাগীসকলে।
আঘাতৰ বাবে আই পি এলৰ ২০২৪ ছিজনৰ বাবে ইতিমধ্যেই বাহিৰ হৈছে মহম্মদ!-->!-->!-->…
মদ খাবলৈ পইচা নিদিয়াৰ বাবেই মাতৃক গুলীয়ালে পাষাণ পুত্ৰই
মদ খোৱাৰ বাবে পইচা দিবলৈ অস্বীকাৰ কৰাৰ বাবে পুত্ৰই গুলীয়াই আঘাত কৰে ৪১ বছৰীয়া মাতৃক। শনিবাৰে সন্ধিয়া ওড়িশাৰ নয়াগড় জিলাৰ কলাসাখানা গাঁৱত সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত বাতৰি অনুসৰি,শনিবাৰে মদ্যপান কৰি ঘৰত প্ৰৱেশ কৰিছিল সুশান্ত নামৰ!-->!-->!-->…
কাৰ্বি আংলঙত নিশা আৰক্ষীৰ অভিযান; অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ তিনিজন
কাৰ্বি আংলং জিলাত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে এই কথা প্ৰকাশ কৰে আৰক্ষীয়ে।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডিফুত শনিবাৰে নিশা অতিৰিক্ত আৰক্ষী!-->!-->!-->…
পুনৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ৮ জনৰ মৃত্যু, বহু লোক আৱদ্ধ
ফটকা কাৰখানাত পুনৰ ভয়ংকৰ বিস্ফোৰণ। দেওবাৰে উত্তৰ প্ৰদেশৰ কৌশম্বিস্থিত এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
ঘটনাস্থলত এতিয়াও বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল!-->!-->!-->…
নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত তিনি মাওবাদীৰ মৃত্যু, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
চত্তীশগড়ৰ কাংকেৰ জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত তিনিজন মাওবাদী নিহত হোৱাৰ খবৰ আহিছে। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জানিব দিয়ে।
জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বি এছ এফৰ এটা যুটীয়া দলে মাওবাদী বিৰোধী অভিযান চলোৱাৰ সময়তে কোয়লীবেড়া!-->!-->!-->…
হুথি বিদ্ৰোহীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাসহ ৭ দেশৰ সেনাৰ
আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি সাতখন দেশৰ সেনাই য়েমেনত হুথি বিদ্ৰোহীৰ শিবিৰত বৃহৎ আক্ৰমণ চলায়। য়েমেনৰ ৰাজধানী ছানাত থকা হুথীৰ স্থানক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে।
হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এই বৃহৎ পদক্ষেপত অংশগ্ৰহণ কৰা দেশসমূহে শনিবাৰে!-->!-->!-->…
টি-২০ ৰেংকিঙৰ শীৰ্ষ ২ নম্বৰত থকা বলাৰৰ ওপৰত নিষেধাজ্ঞা আই চি চিৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক ৱানিন্দু হাছাৰাংগাক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ অন্তত তেওঁ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
!-->!-->…
আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ১৫ জনৰ মৃত্যু, ৪৪ গৰাকী আহত
চীনৰ এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন লোক আহত হোৱাৰ খবৰ আহিছে। এই অঞ্চলটোত এমাহ পূৰ্বে সংঘটিত একেধৰণৰ দুৰ্ঘটনাত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছিল।
স্থানীয় প্ৰশাসনে শনিবাৰে জনোৱা মতে, পূব চীনৰ জিয়াংছু!-->!-->!-->…
মৰ্মান্তিক ঘটনা; বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু মটৰ চাইকেলেৰে অহা দম্পতী
উজনি-নামনি সৰ্বত্ৰ হাতী-মানুহৰ সংঘাত প্ৰতিদিনেই ঘটি আছে। সম্প্ৰতি ৰাজ্যত এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত। হাতীৰ আক্ৰমণ ঘটা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হৈছে আবাল-বৃদ্ধা-বনিতা।
শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আহিছে এক মৰ্মান্তিক!-->!-->!-->…
গংগা স্নান কৰিবলৈ যোৱা ট্ৰেক্টৰ বাগৰিল পুখুৰীত; ৭ শিশুসহ ২০ গৰাকীৰ মৃত্যু
উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গংগা স্নানৰ বাবে গৈ থকা ভক্তৰে ভৰা এখন ট্ৰেক্টৰ পুখুৰীত বাগিৰ পৰাৰ ফলত ৭ টা শিশুসহ মুঠ ২০ জন লোকৰ মৃত্যু হয়।
অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা!-->!-->!-->!-->!-->…