Browsing Category
NEWS
নিৰৱে গৃহহীনসকলৰ ভোক নিবাৰণ কৰি অহা এগৰাকী মহিলা; হৃদয় জিনিছে হাজাৰজনৰ । ishan news
নিঃস্বাৰ্থ সেৱাই কোনো সামাজিক বা আৰ্থিক সীমা নাজানে। দৰিদ্ৰতাৰ সৈতে যুজিও আৰ্তজনৰ ওচৰত থিয় দিছে এগৰাকী মহিলাই। প্ৰচাৰবিমুখ এইগৰাকী মহিলাৰ নাম জালাজা।
৫৬ বছৰীয়া জালাজাই কোল্লামৰ পালকুলাংগাৰা দেৱী মন্দিৰৰ সন্মুখত গৃহহীনসকলক কৰি আহিছে!-->!-->!-->…
বিজেপি কাৰ্যকৰ্তাসকলক ১০০ দিনৰ লক্ষ্য বান্ধি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
সন্মুখত লোকসভা নিৰ্বাচন। অলপতে সংসদত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০খন আসন লাভ কৰিব। আৰু বিজেপি মিত্ৰজোঁটে ৪০০ আসন অতিক্ৰম কৰিব।
শনিবাৰে দিল্লীৰ 'ভাৰত মণ্ডপম'ত বিজেপিৰ ৰাষ্ট্ৰীয়!-->!-->!-->…
ইউ পি আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত ১২২ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ishan news
উত্তৰ প্ৰদেশত শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সৈতে জড়িত প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত ১২২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তিনিদিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লোককেইজনক।
আজি পুনৰ!-->!-->!-->…
গাজা ভূ-খণ্ডত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ; ৪০ গৰাকী লোকৰ মৃত্যু । ISHAN NEWS…
বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ যুদ্ধ এতিয়াও শাম কটা নাই। হামাছক লক্ষ্য কৰি ইজৰাইলে চলাই আছে ধাৰাবাহিক আক্ৰমণ। শেহতীয়াকৈ ইজৰাইলে গাজা উপত্যকাত চলোৱা ভয়ংকৰ আক্ৰমণত অতি কমেও ৪০ গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ!-->…
তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ
শনিবাৰে পুৱতি নিশা হাৰিয়ানাৰ গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত এখন দ্ৰুতবেগী বাহনে এখন গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনত থকা মেঘালয় আৰক্ষীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে তেওঁৰ বন্ধু গুৰুতৰভাৱে আহত হয়।
গুৰুগ্ৰাম আৰক্ষীয়ে জনোৱা মতে,!-->!-->!-->…
ডিব্ৰুগড়ৰ জেইলত চাঞ্চল্যকৰ ঘটনা; খালিস্তানী নেতা অমৃতপাল সিঙৰ কুঠৰীৰ পৰা উদ্ধাৰ বহু আপত্তিজনক…
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে নিৰাপত্তা ব্যৱস্থাৰ এক গুৰুতৰ ত্ৰুটিৰ ঘটনা। খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে আন ৯জন সহযোগী বন্দী হৈ থকা জেইলখনৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী।
অমৃত পাল!-->!-->!-->…
চাঞ্চল্যকৰ! ২১ টাকৈ কুকুৰক গুলীয়াই হত্যা কৰি পলায়ন হত্যাকাৰীৰ
ৰাস্তাত অহা-যোৱা কৰোতে কুকুৰে আমাক প্ৰায়ে আমনি কৰে। কিন্তু সেইবুলি জানো আমি সিহঁতক অনিষ্ট কৰিম? তেনেকুৱা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাত।
মানৱৰ নামত দানৱৰূপী এগৰাকী অচিনাক্ত লোকে গাড়ীৰে আহি ২১ টাকৈ পথৰ কুকুৰক গুলীয়াই হত্যা!-->!-->!-->…
শুভ্ৰ বৰফৰ দলিচাত তবলা বজাই ভাইৰেল এজন যুৱক
বৰফেৰে আৱৰা পাহাৰত মঞ্চ বনাই তবলাত সুৰ তুলিলে ‘মাহিয়ে জিন্না সোহনা’ গীতত। তবলাটো প্ৰতিধ্বনিত হোৱাৰ লগে লগে যেন নিয়ৰৰ টুকুৰাবোৰেও কাণ দি ৰৈ গৈছে। বতাহৰ শীতলতাক আওকাণ কৰি তবলাত আইকনিক সুৰত ছন্দ মিলালে যুৱকজনে। হিমশীতল পৰিৱেশৰ এই মনোমোহা!-->…
সমলিংগ বিবাহক বৈধতা প্ৰদান গ্ৰীচৰ
ইউৰোপীয় দেশ গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছে। বিশ্বৰ প্ৰথমখন অতি ৰক্ষণশীল খ্ৰীষ্টান অধ্যুষিত দেশ হিচাপে গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰাৰ লগে লগে ইউৰোপজুৰি সৃষ্টি হৈছে আলোড়ন।
বৃহস্পতিবাৰে সংসদত ১৭৬-৭৬ ভোটৰ পিছত সমলিংগ!-->!-->!-->…
কলকাতাত উজলিল অসমৰ নৃত্যশিল্পী ঊষাৰাণী বৈশ্য
হাতীগাঁও কীৰ্তন কলা কেন্দ্ৰৰ পৰিচালক তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা এগৰাকী বিশিষ্ট নৃত্যশিল্পী ঊষাৰাণী বৈশ্যক ২০২৪ বৰ্ষৰ সুধা দত্ত বঁটা প্ৰদান কৰা হয়।
শেহতীয়াকৈ কলকাতাৰ সমীৰ ব্ৰহ্মচাৰী বিশ্ব সেৱা আশ্ৰমত কেন্দ্ৰীয় কেবিনেট!-->!-->!-->…