ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

ডেভিড ৱাৰ্নাৰে ৰচিলে ইতিহাস; এই বিশেষ অভিলেখ গঢ়া বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অভিজ্ঞ অ’পেনাৰ ডেভিড ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৱাৰ্নাৰে অৰ্ধশতক অৰ্জন কৰি ইতিহাস ৰচিছে। উল্লেখ্য যে, আজি ৱেষ্ট

আমাৰ দীৰ্ঘদিনীয়া দাবী আজি পূৰণ হ’ল- কৃষক নেতা ৰাকেশ টিকেইত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিং চৌধুৰীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰাক লৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা ৰাকেশ টিকেইটে। চৰণ সিঙক ভাৰত ৰত্ন বঁটা প্ৰদান কৰাক লৈ সুখ প্ৰকাশ কৰি কৃষক নেতাগৰাকীয়ে

সীমা সমস্যা সমাধানৰ বাবে সন্মতি অসম-মিজোৰামৰ

অসম আৰু মিজোৰামৰ মাজত চলি থকা দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰিছে দুয়োখন ৰাজ্যই। সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাৰ বাবে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰে মিজোৰামৰ

বনভোজৰ পৰা উভতি অহাৰ পথত ৰূপনাৰায়ণ নদীত ডুবিল নাও; ৫ গৰাকী লোক সন্ধানহীন

পশ্চিম বংগৰ হাওৰা জিলাৰ ৰূপনাৰায়ণ নদীত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। এই ঘটনাটোত পাঁচগৰাকী লোক নৈৰ বুকুত সন্ধানহীন হৈ থকা বুলি স্থানীয় আৰক্ষীয়ে জনাইছে। জানিব পৰা অনুসৰি, হাওৰা জিলাৰ বেলগচিয়া, শিৱপুৰ আৰু বাগনানৰ পৰা প্ৰায় ১৯

ভোটগ্ৰহণ চলি থকাৰ মাজতেই ভয়ংকৰ বিস্ফোৰণ; ৫ গৰাকী আৰক্ষী জোৱান নিহত

পাকিস্তানত নতুন চৰকাৰ গঠনৰ বাবে আজি ৰাতিপুৱাৰে পৰা দেশখনত চলি আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ চলি থকাৰ মাজতে দুপৰীয়া এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ খবৰ আহিছে। খাইবাৰ পখতুনখোৱা জিলাৰ ডেৰা ইছমাইল খানৰ কুলাচীত আৰক্ষীৰ মোবাইল ভ্যানক

জম্মু-কাশ্মীৰত পুনৰ নিৰিহক লক্ষ্য উগ্ৰপন্থীৰ; পঞ্জাৱৰ দুজন লোকৰ মৃত্যু

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বুধবাৰে সন্ধিয়া উগ্ৰপন্থীৰ এটা দলে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুজনকৈ সাধাৰণ লোকে। উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা দুয়োজন লোক অমৃতসৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। শ্ৰীনগৰৰ

নিৰ্বাচনৰ এদিন পূৰ্বে কঁপি উঠিল পাকিস্তান; ২৬ গৰাকীৰ মৃত্যু, ৩০ৰো অধিক আহত

সাধাৰণ নিৰ্বাচনৰ এদিন পূৰ্বে কঁপি উঠিল পাকিস্তান। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত এতিয়ালৈকে ২৬গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি খবৰ আহিছে। ইফালে এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে ৩০

১৩৭ আলোকবৰ্ষ দূৰত্বত আৱিষ্কাৰ পৃথিৱী সদৃশ গ্ৰহ ‘টিঅ’আই-৭১৫ বি’

পৃথিৱীৰ বাহিৰে আন কোনো গ্ৰহত জীৱ আছে নেকি? বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে কোনো গ্ৰহ আছেনে? সাধাৰণ মানুহৰ লগতে জ্যোতিৰ্বিজ্ঞানীসকলৰ মনতো এই প্ৰশ্ন উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে পৃথিৱী সদৃশ গ্ৰহৰ সন্ধান কৰি থকাৰ সময়তে

নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত পাকিস্তান; থানাত আক্ৰমণ উগ্ৰপন্থীৰ, ১০জন আৰক্ষী জোৱান নিহত

নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে পাকিস্তান। উগ্ৰপন্থীৰ এটা বৃহৎ দলে এখন থানাত প্ৰৱেশ কৰি আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশখনত। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি সোমবাৰে পুৱা প্ৰায় ৩০ জনীয়া উগ্ৰপন্থীৰ

আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, ৬০ জন আহত

আজি মধ্যপ্ৰদেশৰ হৰদা জিলাৰ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণৰ পিছতেই জুইয়ে আগুৰি ধৰে সমগ্ৰ কাৰখানাটো। এই ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ৬০ জন শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণ ইমানেই প্ৰচণ্ড