Browsing Category
NEWS
ইথিওপিয়াত তীব্ৰ খাদ্য সংকট! ছয় মাহত ৩৭২ জন লোকৰ মৃত্যু
ইথিওপিয়াৰ উত্তৰ দিশে অৱস্থিত দুটা অঞ্চলত ৩৭২ জন লোকৰ ভোকত মৃত্যু হৈছে। টিগ্ৰেত ৩৫১ জন আৰু আমহাৰা অঞ্চলত ২১ জন লোকৰ মৃত্যু হৈছে। তীব্ৰ খৰাঙৰ বাবেই অঞ্চলটোত খাদ্য সংকটে দেখা দিয়া বুলি জানিব পৰা গৈছে।
জনসাধাৰণৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে!-->!-->!-->…
বকোত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু; চাৰিজন লোকক গ্ৰেপ্তাৰ
বকোৰ হাহিম গোলাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ দলে।
বনৰীয়া হাতীটোক হত্যা কৰাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা লোক কেইজনক হৰবিলাস ৰাভা, অভিজিৎ ৰাভা, প্ৰাণেশ্বৰ ৰাভা!-->!-->!-->…
নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ২১ গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু
অশান্তজৰ্জৰ বেলুচিস্তানত সোমবাৰৰ নিশাৰ পৰা নিৰাপত্তাৰক্ষীৰ বৃহৎ দল এটাই চলোৱা সন্ত্ৰাসবাদী বিৰোধী অভিযানত এটা নিষিদ্ধ ঘোষিত সংগঠনৰ কমেও ২১ গৰাকী উগ্ৰপন্থী নিহত হৈছে।
বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জনায়।!-->!-->!-->…
অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনটোতেই বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে।
ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ৱেবছাইট!-->!-->!-->…
দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; ৭ গৰাকীৰ মৃত্যু, আহত ৮ জন
জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বুজথালান তাৎমুল্লা অঞ্চলত বুধবাৰে এখন যাত্ৰীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি উৰিলৈ গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ!-->!-->!-->…
মাওবাদীৰ আক্ৰমণত অসমৰ লম্বোধৰ সিংহসহ তিনিজন জোৱান ছহিদ, ১৪ জন আহত
ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ছহিদ হ’ল তিনিজন সেনা জোৱান। মঙলবাৰে ছত্তীশগড়ৰ বীজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
দুই পক্ষৰ মাজত চলা সংঘৰ্ষত ১৪ জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।!-->!-->!-->…
RSS নেতাৰ হত্যাকাণ্ডৰ গোচৰত PFI-ৰ ১৫ জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি
এগৰাকী আৰ এছ এছৰ নেতাক হত্যা কৰাৰ অপৰাধত নিষিদ্ধ ঘোষিত সংগঠন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পি এফ আই)ৰ ১৫ জন সদস্যক কেৰালাৰ এখন স্থানীয় আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসৰ হত্যাকাণ্ডত পি এফ আইৰ এই কেইগৰাকী!-->!-->!-->…
গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰ মণিপুৰ; অস্ত্ৰধাৰীৰ আক্ৰমণত এজনৰ মৃত্যু, চাৰিজন আহত
মণিপুৰৰ কাংপোকপি জিলাত শনিবাৰে পুৱা দুটা সশস্ত্ৰ সংগঠনৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়।
এখন পাহাৰীয়া কুকি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি বন্দুক আৰু বোমাৰে আক্ৰমণ চলোৱা বুলি!-->!-->!-->…
হায়দৰাবাদৰ তন্ময় আগৰৱালে গঢ়িলে কেইবাটাও বিশ্ব অভিলেখ
হায়দৰাবাদৰ প্ৰতিভাৱান বেটছমেন তন্ময় আগৰৱালে শনিবাৰে নিজৰ নামত গঢ়িলে আন এক বিশ্ব অভিলেখ। শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী প্লেট গ্ৰুপৰ খেলখনত মাত্ৰ ১৪৭টা বলত ত্ৰিশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল তন্ময়ে।
শুকুৰবাৰে ১৬০টা বলত!-->!-->!-->…
বিজেপি নেতা আৰু পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড; অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ
মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা অঞ্চলটোৰ এগৰাকী স্থানীয় বিজেপি নেতাৰ ঘৰত অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে প্ৰৱেশ কৰি নেতা আৰু তেওঁৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে।
উজ্জয়িনীৰ দেৱাছ পথত!-->!-->!-->…