ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস; দুজন ছাত্ৰৰ মৃত্যু

আমেৰিকাত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। শেহতীয়াকৈ চিকাগোৰ এখন বিদ্যালয়ৰ বাহিৰত অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত দুজন ছাত্ৰৰ মৃত্যু হোৱাৰ খবৰ আহিছে। স্থানীয় সময় অনুসৰি, শুকুৰবাৰে দুপৰীয়া ১২.২৫ বজাত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছে।

ট্ৰাকৰ প্ৰচণ্ড খুন্দাত জ্বলি উঠিল চাৰিচকীয়া বাহন; অগ্নিদগ্ধ হৈ চাৰিজনৰ মৃত্যু

পঞ্জাৱৰ হোছিয়াৰপুৰৰ দছুহাৰ উঞ্চি বচ্ছি গাঁৱৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হয়। ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ পিছত চাৰিচকীয়া বাহনখন জ্বলি উঠে আৰু গাড়ীখনৰ দুৱাৰ খুলিব নোৱাৰাৰ

দেউতাকৰ তৃতীয় বিবাহ !স্কুললৈ যাব পৰা নাই ছানিয়াৰ পুত্ৰ ইজাহান!ডাঙৰ সিদ্ধান্ত ছানিয়াৰ।

ছানিয়া মিৰ্জা আৰু শ্বোয়েব মালিকৰ বিবাহ বিচ্ছেদৰ কেইমাহমানৰ ভিতৰতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় পাকিস্তানী ক্ৰিকেটাৰ গৰাকী।ছানিয়া -শ্বোৱেবৰ ব্যক্তিগত জীৱন এতিয়া চৰ্চাত। গতিকে বিভিন্ন ধৰণৰ গুজৱ অনুৰাগীৰ মাজত চলি আছে।আনকি শ্বোৱেবৰ

জানো আহক পতাকা উত্তোলন আৰু পতাকা উন্মোচনৰ মাজৰ পাৰ্থক্য

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস ভাৰতৰ দুটা গুৰুত্বপূৰ্ণ দিন। এই দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/উন্মোচন কৰি দেশৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়। এই দুটা দিনত পতাকা যদিও উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে

বেকফুটত ‘ইণ্ডিয়া’! মমতাৰ দৰে পঞ্জাৱতো কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ঘোষণা ভগৱন্ত মানৰ

বিজেপিক পৰাস্ত কৰি দেশৰ শাসনভাৰ দখল কৰাৰ সপোন দেখি থকা বিৰোধী মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে এটা দিনতে লাভ কৰিলে দুটাকৈ বেয়া খবৰ। মমতা বেনাৰ্জীৰ পিছত এইবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি

ৰাছিয়াত ভয়াবহ বিমান দুৰ্ঘটনা; ইউক্ৰেইনৰ ৬৫ গৰাকী যুদ্ধবন্দীৰ মৃত্যু!

ৰাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ইউক্ৰেইনৰ সীমান্তৱৰ্তী পশ্চিম বেলগ’ৰড অঞ্চলত এখন আইএল-৭৬ নামৰ সামৰিক পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত কমেও ৬৫ জন ইউক্ৰেইনৰ

ৰাম মন্দিৰ নিৰ্মাণক লৈ ৫৭ খন মুছলমান দেশৰ ক্ষোভ!

ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই এতিয়া ৰামভক্তিত লীন দেশবাসী। অযোধ্যাৰ ৰাম মন্দিৰৰ স্থাপনক লৈ গৌৰাৱান্বিত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে ৰাম মন্দিৰ নিৰ্মাণক ভাৰতক সমালোচনা কৰিছে Organisation of Islamic Cooperation-এ। পাকিস্তানৰ পাছত এইবাৰ ৰাম

২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা ICC-ৰ; ভাৰতৰ মাত্ৰ দুগৰাকী খেলুৱৈৰ স্থান লাভ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। টি-২০ৰ দৰে আই

হামাছৰ ভয়ংকৰ আক্ৰমণত ইজৰাইলৰ ২১ গৰাকী সেনাৰ মৃত্যু ISHAN NEWS…

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ ২১ গৰাকী সৈন্য নিহত হোৱা বুলি জানিব পৰা গৈছে। দুয়ো পক্ষৰ মাজত চলি থকা যুদ্ধৰ মাজতে হোৱা এটা প্ৰচণ্ড বিস্ফোৰণত এই সেনাসকলে প্ৰাণ হেৰুৱায়। বিস্ফোৰণটো